• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰাভিযান: চাৰিগৰাকী মহাকাশচাৰীক লৈ নাছাৰ ‘আৰ্টেমিছ-২’ৰ সফল উৎক্ষেপণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2026 9:28 am
Courtesy: NASA

Courtesy: NASA

39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই চাৰিগৰাকী মহাকাশচাৰীক লৈ ‘আৰ্টেমিছ-২’ নামৰ এক ঐতিহাসিক মহাকাশ অভিযানৰ সফল উৎক্ষেপণ কৰিছে। ১৯৭২ চনৰ ‘এপ’লো ১৭’ অভিযানৰ ৫৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে মানৱজাতিয়ে পুনৰ চন্দ্ৰৰ দিশে যাত্ৰা আৰম্ভ কৰিছে। ভৱিষ্যতৰ চন্দ্ৰ অন্বেষণ আৰু তাত মানুহৰ দীৰ্ঘম্যাদী উপস্থিতিৰ পথ প্ৰশস্ত কৰাৰ লগতে প্ৰয়োজনীয় যন্ত্ৰপাতিৰ পৰীক্ষণ কৰাৰ উদ্দেশ্যে এই ১০ দিনীয়া অভিযান আৰম্ভ কৰিছে।

স্পেচ লঞ্চ ছিষ্টেম ৰকেট আৰু অৰিয়ন মহাকাশযানৰ জৰিয়তে উৎক্ষেপণ কৰা এই অভিযানত তিনিগৰাকী পুৰুষ আৰু এগৰাকী মহিলা মহাকাশচাৰী অন্তৰ্ভুক্ত আছে। এই দলটোত আছে নাছাৰ মহাকাশচাৰী ক্ৰমে কমাণ্ডাৰ ৰিড ৱাইজমেন, পাইলট ভিক্টৰ গ্লোভাৰ আৰু মিছন স্পেচিয়েলিষ্ট ক্ৰিষ্টিনা ক’চ। তেওঁলোকৰ সৈতে কানাডাৰ মহাকাশচাৰী জেৰেমি হানচেনেও মিছন স্পেচিয়েলিষ্ট হিচাপে যাত্ৰা কৰিছে। এই অভিযানৰ জৰিয়তে মহাকাশচাৰীসকলে পৃথিৱীৰ নিম্ন কক্ষপথ অতিক্ৰম কৰি চন্দ্ৰৰ কাষেৰে পাৰ হৈ যাব আৰু এক নিৰ্দিষ্ট কক্ষপথ অনুসৰণ কৰি পৃথিৱীলৈ উভতি আহিব। এই যাত্ৰাপথত মহাকাশযানখনে পৃথিৱীৰ পৰা সৰ্বাধিক ২ লাখ ৩০ হাজাৰ মাইল দূৰত্ব অতিক্ৰম কৰিব।

Apply Now

উল্লেখ্য যে ২০২২ চনৰ নৱেম্বৰত সম্পন্ন হোৱা ‘আৰ্টেমিছ-১’ অভিযানৰ সফলতাৰ ভেটিত এই নতুন অভিযানটো পৰিচালনা কৰা হৈছে। এই অভিযানৰ মূল লক্ষ্য হৈছে গভীৰ মহাকাশ অভিযান আৰু চন্দ্ৰপৃষ্ঠত অৱতৰণৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তি তথা যন্ত্ৰাংশৰ পৰীক্ষণ কৰা। ইয়াৰ লগতে মহাকাশে মানৱ শৰীৰত কেনে প্ৰভাৱ পেলায়, তাৰো অধ্যয়ন কৰা হ’ব। বিজ্ঞানীসকলে যাত্ৰাৰ পূৰ্বে আৰু যাত্ৰাৰ অন্তত মহাকাশচাৰীসকলৰ তেজৰ পৰা ‘অৰ্গেনইডছ’ নামৰ কলাৰ নমুনা সংগ্ৰহ কৰি গৱেষণা চলাব।

সম্পূৰ্ণ ১০ দিনীয়া এই অভিযানৰ সময়ছোৱাত চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি মহাকাশযানখনে এক বিশেষ কৌশলৰ মাজেৰে পৃথিৱীৰ দিশে উভতি আহিব। পৃথিৱীলৈ উভতি অহাৰ এই যাত্ৰা চাৰি দিনৰ হ‘ব। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পাছত পেৰাছুটৰ সহায়ত কেলিফৰ্ণিয়াৰ উপকূলত মহাকাশযানখনৰ মূল যাত্ৰীবাহী অংশটোৱে (ক্ৰিউ মডিউল) অৱতৰণ কৰিব। উল্লেখযোগ্য যে নাছাই এইবাৰ মহাকাশচাৰীসকলক স্মাৰ্টফোন নিয়াৰ অনুমতি প্ৰদান কৰিছে, যাৰ ফলত তেওঁলোকে অধিক স্বাধীনভাৱে আলোকচিত্ৰ আৰু ভিডিঅ’ গ্ৰহণ কৰিব পাৰিব। সমগ্ৰ বিশ্বৰ জনসাধাৰণে নাছাৰ ৱেবছাইটত উপলব্ধ এক বিশেষ সঁজুলিৰ জৰিয়তে এই অভিযানৰ পোনপটীয়া নিৰীক্ষণ কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd