• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফিফা বিশ্বকাপ ২০২৬: ফাইনেলৰ মাজভাগতে শ্বাকিৰা-মেডোনা! ফিফাই প্ৰথমবাৰৰ বাবে বিশ্বকাপলৈ আনিছে হাফটাইম শ্বো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2026 4:42 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল খেলখন কেৱল খেলপথাৰতেই নহয়, এইবাৰ ইয়াৰ লগত সংগতি ৰাখি এক বিশাল মিউজিক শ্ব’ও অনুষ্ঠিত হ’ব। ফিফাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে আগন্তুক প্ৰতিযোগিতাখনৰ চূড়ান্ত যুঁজত প্ৰথম হাফ টাইম শ্ব’ৰ আয়োজন কৰা হ’ব। আৰু সেই মঞ্চত থাকিব মেডোনা, ছাকিৰা আৰু কোৰিয়ান বেণ্ড বিটিএছ।

১৯ জুলাইত নিউ জাৰ্ছিৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ ফাইনেল। ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰতিৰ সময়ত তাত এক পূৰ্ণাংগ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। সমগ্ৰ অনুষ্ঠানটোৰ কিউৰেটৰ হৈছে কল্ডপ্লেৰ ক্ৰীছ মাৰ্টিন।

Apply Now

সংস্থাটোৰ প্ৰেছিডেন্ট জিয়ানি ইনফান্টিনোৱে ছ’চিয়েল মিডিয়াত শিল্পীসকলৰ নাম ঘোষণা কৰি কয় যে, ‘২০২৬ চনৰ বিশ্বকাপৰ ফাইনেলৰ হাফটাইম শ্ব’টো সঁচাকৈয়ে এক বিশেষ মুহূৰ্ত হ’ব। হাফটাইম কনচাৰ্ট বহু বছৰ ধৰি আমেৰিকাৰ ডাঙৰ ডাঙৰ ক্ৰীড়া অনুষ্ঠানৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। এইবাৰ সেই মডেল অনুসৰণ কৰা হ’ব বিশ্বকাপৰ ফাইনেলত।

২০১২ চনত মেডোনাই ছুপাৰ বোলৰ হাফটাইম শ্ব’ কৰিছিল। ২০২০ চনত জেনিফাৰ লোপেজৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰাৰ অভিজ্ঞতা আছে ছাকিৰাৰ। এইবাৰ তেওঁলোকৰ সৈতে যোগদান কৰিছে কে-পপ ছুপাৰগ্ৰুপ বিটিএছ।

ফিফাই কয় যে এই অনুষ্ঠানটো ‘ফিফা গ্ল’বেল চিটিজেন এডুকেশ্যন ফাণ্ড’ৰ সৈতে জড়িত হ’ব। শিশুৰ শিক্ষা আৰু ফুটবলৰ সুযোগ বৃদ্ধিৰ বাবে এই প্ৰকল্পটো চলোৱা হৈছে। জিয়ানি ইনফান্টিনোৰ ভাষাত, ‘সংগীত, ফুটবল আৰু শিশুৰ জীৱন উন্নত কৰাৰ যৌথ লক্ষ্য – এই মঞ্চত সকলো একেলগে দেখা যাব।’

বিশ্বকাপৰ ফাইনেলত সাধাৰণতে ১৫ মিনিটৰ বিৰতি থাকে। কিন্তু অনুমান কৰা হৈছে যে হাফটাইম শ্ব’ এটা সংযোজন কৰাৰ বাবে সময় বাঢ়িব পাৰে। অৱশ্যে ফিফাই এতিয়াও বিৰতি কিমান দিন হ’ব সেই বিষয়ে একো কোৱা নাই।

আগন্তুক প্ৰতিযোগিতাখন ইতিহাসৰ সৰ্ববৃহৎ বিশ্বকাপ হিচাপে পৰিগণিত হ’ব। প্ৰথমবাৰৰ বাবে ৪৮টা দলে খেলিব। মেচৰ সংখ্যা ১০৪ লৈ বৃদ্ধি কৰা হৈছে। আমেৰিকা, কানাডা আৰু মেক্সিকো যৌথ আয়োজক। ১১ জুনৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ১৯ জুলাইত শেষ হ’ব।

ইয়াৰ পূৰ্বে ফিফাই ক্লাব বিশ্বকাপৰ ফাইনেলত এই মডেলটো পৰীক্ষা কৰিছিল। মেটলাইফ ষ্টেডিয়ামত চেলছীৰ বিৰুদ্ধে পি এছ জিৰ খেলখনৰ সময়ত ড’জা কেট, জে বালভিন আৰু টেমছে প্ৰদৰ্শন কৰে। সেই পৰীক্ষাৰ পিছত এতিয়া ফিফাই বিশ্বকাপৰ ফাইনেলত পোনপটীয়াকৈ ডাঙৰ পৰীক্ষাত নামিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm
ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

June 4, 2026 2:28 pm
৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

June 4, 2026 2:20 pm
“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

June 4, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm
ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

June 4, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd