• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধিৰ মাধমাৰ! আজিৰে পৰা সমগ্ৰ অসমতে দাম বাঢ়িল ব্ৰেডৰ; ৩ টকাৰ পৰা ৫ টকালৈ পালে বৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2026 10:57 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা সমগ্ৰ অসমতে বৃদ্ধি পাইছে ব্ৰেডৰ দাম। পশ্চিম এছিয়াত যুদ্ধৰ পৰিস্থিতিত বৃদ্ধি পোৱা ইন্ধনৰ মূল্য আৰু যোগানৰ সমস্যাই দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী অধিক ব্যয়বহুল কৰি তুলিছে। নিৰ্বাচনকেন্দ্ৰিক পৰিস্থিতিত সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত ৰখাৰ পিছত এইবাৰ হোৰাহোৰে দাম বৃদ্ধি পাবলৈ লৈছে।  

শেহতীয়াকৈ মূল্যবৃদ্ধিয়ে প্ৰভাৱিত কৰা সামগ্ৰীসমূহৰ লগতে এইবাৰ ব্ৰেডৰ দাম বৃদ্ধি পোৱাৰ ফলত সাধাৰণ গ্ৰাহকৰ ওপৰত মূল্যবৃ্দ্ধিৰ বোজা ভালকৈয়ে অনুভুত হ’ব। আকাৰ আৰু ব্ৰেণ্ডৰ ওপৰত নিৰ্ভৰ কৰি ৩ টকাৰ পৰা ৫ টকাৰ ভিতৰত বৃদ্ধি পাইছে ব্ৰেডৰ দাম।

Apply Now

সংশোধিত হাৰ অনুসৰি পূৰ্বে ৩৫ টকাৰ ব্ৰেডৰ দাম এতিয়া ৪০ টকা হ’ব, আনহাতে ৪০ টকাত বিক্ৰী হোৱা ব্ৰেডৰ দাম ৪৫ টকালৈ বৃদ্ধি পাইছে। ইতিমধ্যে পেকেজিঙত নতুন মূল্য আপডেট কৰা হৈছে।

সেইদৰে, কণীৰ দামো বৃদ্ধি পাইছে। কণীৰ প্লেটৰ দাম ১০ টকা বৃদ্ধি পাই ২০০ টকাৰ পৰা ২১০ টকা হৈছে। গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ লগতে শাক-পাচলি আৰু বিস্কুটৰ মূল্যও যোৱা কিছুদিনত বৃদ্ধি পাইছে।

ইতিমধ্যে চাউল ৫ টকাৰ পৰা ১০ টকা, সৰিয়হৰ তেল ১০ টকা, আৰু মছুৰ দালিৰ দৰে দালি প্ৰায় ১০ টকা ব্যয়বহুল হৈ পৰিছে। পিঁয়াজৰ দাম ১০ টকা বৃদ্ধি পোৱাৰ বিপৰীতে মুগ দালিৰ মূল্য প্ৰায় ২০ টকাকৈ বৃদ্ধি পাইছে।

পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱ অসমৰ স্থানীয় বজাৰত ক্ৰমান্বয়ে অনুভৱ হোৱাৰ সময়তে এই বৃদ্ধিৰ খৱৰ আহিছে। বৃদ্ধি পোৱা ইন্ধনৰ মূল্য আৰু যোগানৰ চাপে সমগ্ৰ ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যয় বৃদ্ধি কৰিছে।

বজাৰৰ সূত্ৰসমূহৰ মতে, এই মূল্যবদ্ধিৰ আঁৰৰ প্ৰধান কাৰণ হৈছে ইন্ধনৰ ব্যয় বৃদ্ধি, যাৰ ফলত পৰিবহণ ব্যয় বৃদ্ধি পাইছে। পশ্চিম এছিয়াত চলি থকা উত্তেজনাই বিশ্বৰ তেলৰ মূল্য অস্থিৰ কৰি ৰখাৰ ফলত ইন্ধনৰ হাৰ আৰু যোগান শৃংখলত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে।

কিন্তু শেহতীয়া মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ দৈনন্দিন জীৱনত যে ভীষণ প্ৰভাৱ পেলাব তাত সন্দেহ নাই।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd