• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

অনিয়মিত মাহেকীয়া আৰু সঘনাই হোৱা মুড চুইং? খাদ্য তালিকাত ৰাখক এই ৫ বিধ খাদ্য

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 19, 2026 6:40 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰমনৰ তাৰতম্যৰ বাবে আজিকালি মহিলাসকলে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সন্মুখীন হবলগীয়া হয়। ইয়াৰ ফলত সঘনাই মুড সলনি হোৱা, ভোক নলগা, টোপনি ক্ষতি হোৱা আদি সমস্যাই দেখা দিয়ে। বহু সময়ত চালত দাগ পৰা, চুলি সৰা কিন্তু শৰীৰৰ অন্যান্য অংশত অবাঞ্ছিত নোম গজাৰ দৰে লক্ষণো প্ৰকাশ পায়। আটাইতকৈ চিন্তনীয় কথাটো হ’ল হৰমনৰ খেলিমেলিৰ বাবে সন্তান ধাৰণৰ ক্ষেত্ৰতো ডাঙৰ জটিলতা আহিব পাৰে। এই সকলোবোৰ কাৰণতে বহু মহিলাই মানসিকভাৱে হীনমন্যতাত ভোগে আৰু সমাজত সহজভাৱে মিলামিছা কৰাত বাধা অনুভৱ কৰে। কিন্তু এই সকলোবোৰ সমস্যাৰ বাবে সদায় চিকিৎসকৰ ওচৰলৈ যোৱাটোৱেই একমাত্ৰ উপায় নহয়। যদি আমি আমাৰ দৈনন্দিন খাদ্য গ্ৰহণৰ অভ্যাস অলপ সলনি কৰিব পাৰো, তেন্তে হৰমনৰ ক্ষৰণ বহুখিনি নিয়ন্ত্ৰণ কৰিব পৰা যায়। আহক জানো আমাৰ খাদ্য তালিকাত কোনবোৰ খাদ্য অন্তৰ্ভুক্ত কৰি এই হৰমনৰ সমতা ঘূৰাই আনিব পাৰি।

প্ৰথমতে তিল বা তিসি গুটিৰ কথা ক’ব পাৰি যিয়ে মহিলাৰ শৰীৰত ইষ্ট্ৰোজেন হৰমনৰ ক্ষৰণ বৃদ্ধি কৰাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ওমেগা থ্ৰী ফেটি এচিড আৰু ফাইবাৰ থাকে বাবে ই আমাৰ হজম প্ৰক্ৰিয়াতো সহায় কৰে। ব্যৱহাৰৰ সুবিধাৰ বাবে তিসি গুটিখিনি গুড়ি কৰি ল’ব পাৰি আৰু দৈনিক এক চামুচ পৰিমাণে টক দই, ওটচ বা ঘৰত বনোৱা ৰুটীৰ আটাৰ সৈতে মিলাই খাব পাৰি। ইয়াৰ উপৰিও পুৰুষ মহিলা সকলোৰে বাবে সেউজীয়া শাক-পাচলি খোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ মাহেকীয়াৰ ঠিক আগে আগে যিসকল মহিলাৰ টোপনিৰ সমস্যা হয় আৰু শৰীৰটো দুৰ্বল লাগে, তেওঁলোকৰ বাবে সেউজীয়া শাক-পাচলি খুবেই উপকাৰী। ইয়াত থকা মেগনেচিয়াম, আইৰণ আৰু এন্টি-অক্সিডেন্টে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহুখিনি বৃদ্ধি কৰে।

Apply Now

দৈনন্দিন খাদ্য তালিকাত ড্ৰাই ফ্ৰুটছ আৰু বিভিন্ন প্ৰকাৰৰ বীজ ৰখাটো সমানেই গুৰুত্বপূৰ্ণ। কাজু, বাদাম আৰু আখৰোটৰ পৰা শৰীৰে প্ৰয়োজনীয় প্ৰটিন, খনিজ পদাৰ্থ আৰু উপকাৰী চৰ্বি লাভ কৰে, যিয়ে হৰমনৰ ক্ষৰণ স্বাভাৱিক কৰাৰ লগতে থাইৰয়ড গ্ৰন্থি সুস্থ ৰখাত সহায় কৰে। একেদৰে কোমোৰা আৰু সূৰ্যমুখী ফুলৰ বীজেও শৰীৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কোমোৰাৰ বীজে চালখন কোমল কৰে আৰু সূৰ্যমুখীৰ বীজে প্ৰজেষ্টেৰন হৰমনৰ ক্ষৰণ বৃদ্ধি কৰে। ইয়াৰ লগতে দৈনিক আহাৰত টক দই অন্তৰ্ভুক্ত কৰিব পাৰি। টক দইত থকা প্ৰটিন আৰু কেলচিয়ামে শৰীৰৰ মেটাবলিজম বৃদ্ধি কৰাৰ লগতে হৰমনৰ ক্ষৰণত এক সুন্দৰ ভাৰসাম্য বজাই ৰাখে।

শেষত ডাইল আৰু বুট-মটৰ জাতীয় খাদ্যৰ বিষয়ে উল্লেখ কৰিব পাৰি যিবোৰে হৰমনৰ সমতা ৰক্ষা কৰাত বিশেষ সহায় কৰে। বুট, মটৰ বা গজালি ওলোৱা বুট আদি খাদ্যত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু প্ৰটিন থাকে বাবে ই শৰীৰৰ অতিৰিক্ত মেদ কমোৱাত সহায় কৰে। প্ৰায়ে দেখা যায় যে শৰীৰৰ ওজন বাঢ়ি যোৱাৰ বাবেই মহিলাৰ মাহেকীয়া অনিয়মিত হৈ পৰে। গতিকে এই খাদ্যবোৰৰ সহায়ত যদি শৰীৰৰ অতিৰিক্ত মেদ বা ওজন কমাব পৰা যায়, তেন্তে বেছিভাগ ক্ষেত্ৰতে অন্যান্য সমস্যাবোৰ আপোনাআপুনি ঠিক হৈ পৰে। হৰমনৰ খেলিমেলি হ’লে চিকিৎসাৰ প্ৰয়োজন নিশ্চয় হ’ব পাৰে, কিন্তু খাদ্যৰ অভ্যাস সলনি কৰিলে ঔষধৰ প্ৰয়োজনীয়তা বহুখিনি কমাই আনিব পৰা যায়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

চৰম নিৰ্যাতন! বিয়াৰ ৪৭ দিন পিছত শহুৰেকৰ ঘৰত কইনাৰ ৰহস্যজনক মৃত্যু; স্বামীক গ্ৰেপ্তাৰ

June 18, 2026 7:25 pm
ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

ইউপিআই আৰু এটিএমৰ জৰিয়তেও উলিয়াব পাৰিব পিএফৰ ধন : নতুন নিয়ম আনিছে কেন্দ্ৰীয় চৰকাৰে

June 18, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd