• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মৌনতাই সন্মতি! আফগানিস্তানত নাবালিকা বিবাহক আইনী স্বীকৃতি দিলে তালিবানে, জাৰি কৰিলে নতুন ফতোৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 3:54 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফগানিস্তানত মহিলা আৰু ছোৱালীৰ অধিকাৰৰ ওপৰত তালিবান চৰকাৰে পুনৰ এক বৃহৎ আঘাত হানিছে। এইবাৰ দেশখনত চৰকাৰীভাৱে নাবালিকা বিবাহক আইনী স্বীকৃতি প্ৰদান কৰা হৈছে। তালিবানৰ শীৰ্ষ নেতা হিবাতুল্লাহ আখুন্দজাদাই অনুমোদন জনোৱা এখন নতুন পাৰিবাৰিক আইনত স্পষ্টকৈ কোৱা হৈছে যে, বয়সসন্ধিত উপনীত হোৱাৰ পিছত কোনো কুমাৰী ছোৱালীয়ে যদি বিয়াৰ প্ৰস্তাৱত নিমাত হৈ থাকে, তেন্তে সেই মৌনতাকেই তাইৰ সন্মতি বুলি ধৰি লোৱা হ’ব। তালিবানৰ এই নতুন ফৰমান পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি হৈছে। মানৱ অধিকাৰ কৰ্মীসকলৰ মতে, ইয়াৰ ফলত আফগান ছোৱালীসকলক জোৰকৈ আৰু বাল্য বিবাহৰ অন্ধকাৰলৈ ঠেলি দিয়াটো আইনীভাৱে অধিক সহজ হৈ পৰিল।

আফগানিস্তানৰ চৰকাৰী গেজেটত প্ৰকাশিত ৩১টা দফাৰ এই নতুন আইনখনৰ নাম দিয়া হৈছে স্বামী-স্ত্ৰীৰ পৃথকীকৰণৰ নীতি। আফগান সংবাদ মাধ্যম আমো টিভিৰ প্ৰতিবেদন অনুসৰি, এই আইনৰ এটা দফাত কোৱা হৈছে যে, কোনো ছোৱালী বয়সসন্ধিত উপনীত হোৱাৰ পিছত বিয়াৰ ক্ষেত্ৰত তাইৰ মতামত জানিব বিচৰা হ’লে যদি তাই মনে মনে থাকে, তেন্তে ধৰি লোৱা হ’ব যে তাই বিয়াত মান্তি হৈছে। ইয়াৰ লগতে, দেউতাক আৰু ককাকক নাবালিকা ছোৱালীৰ বিয়া দিয়াৰ ক্ষেত্ৰত প্ৰায় সীমাহীন ক্ষমতা প্ৰদান কৰা হৈছে। যদি কোনো নাবালিকাক অমতত বা জোৰকৈ বিয়া দিয়া হয়, তেন্তে নতুন আইন অনুসৰি সেই বিয়া বাতিলৰ বাবে আদালতত আবেদন কৰাৰ প্ৰক্ৰিয়া অত্যন্ত জটিল আৰু কঠিন কৰি তোলা হৈছে।

Apply Now

২০২১ চনত আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছৰে পৰা ইটোৰ পিছত সিটো ফতোৱা জাৰি কৰি তালিবানে ছোৱালীৰ স্কুল, কলেজ, পাৰ্ক আৰু কৰ্মক্ষেত্ৰলৈ যোৱা নিষিদ্ধ কৰিছে। এইবাৰ এই পাৰিবাৰিক আইনৰ জৰিয়তে ছোৱালীৰ ব্যক্তিস্বাধীনতা আৰু ন্যূনতম মানৱ অধিকাৰখিনিও কাঢ়ি লোৱা হ’ল বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহল আৰু নাৰী অধিকাৰ ৰক্ষা সংগঠনসমূহে তালিবানৰ এই মধ্যযুগীয় আইনক তীব্ৰ গৰিহণা দিছে আৰু আফগান মহিলাসকলৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘকে ধৰি বিশ্বৰ নেতাসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd