• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঘাতপ্ৰাপ্ত মেছি? বিশ্বকাপৰ পূৰ্বে উদ্বিগ্ন আৰ্জেণ্টিনা শিবিৰ! ইণ্টাৰ মিয়ামীয়ে কি ক’লে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 12:13 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। ইয়াৰ মাজতে আৰ্জেণ্টিনা শিবিৰত চিন্তা বাঢ়িল। ইণ্টাৰ মিয়ামীৰ খেলৰ সময়ত হঠাতে খেলপথাৰ এৰিলে লিয়নেল মেছিয়ে। আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে বাওঁ ভৰিৰ পিছফালে হাত থৈ প্ৰশিক্ষকক বদলি কৰিবলৈ ইংগিত দিয়ে। তাৰ পিছত পোনে পোনে টানেললৈ! আৰু তাৰ পিছতে আৰম্ভ হৈছে জল্পনা-কল্পনা।

ফিলাডেলফিয়া ইউনিয়নৰ বিৰুদ্ধে মেজৰ লীগ ছকাৰ খেলত এই ঘটনা সংঘটিত হয়। ইণ্টাৰ মিয়ামীয়ে বৰষুণৰ ভিজা খেলপথাৰত খেলি আছিল। মেছিয়ে ৭৩ মিনিটত খেলপথাৰ এৰিলে। অৱশেষত দলটোৱে ৬-৪ গ’লত জয়লাভ কৰে। যদিও ফলাফল নহয়, এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন মাথোঁ এটাই – বিশ্বকাপৰ পূৰ্বে মেছিৰ আঘাত কিমান গুৰুতৰ?

Apply Now

খেলৰ সময়ত মেছিয়ে বাওঁ ভৰিৰ পিছফালে অস্বস্তি অনুভৱ কৰিছিল। তাৰ পিছত তেওঁ নিজেই বদলি কৰাৰ ইংগিত দিয়ে। খেলপথাৰৰ পৰা ওলাই আহোঁতে তেওঁক স্বাভাৱিকভাৱে খোজ কঢ়া দেখা গৈছিল। আঘাতৰ কোনো ছবি দেখা যোৱা নাই, যাৰ পৰা অনুমান কৰিব পাৰি যে কোনো গুৰুতৰ আঘাত পোৱা নাই।

মেচৰ অন্তত ইণ্টাৰ মিয়ামীৰ প্ৰশিক্ষক গুইলাৰমো হোয়ছে কয়, “এতিয়ালৈকে কোনো চিকিৎসা প্ৰতিবেদন পোৱা নাই। অতি সোনকালে উপলব্ধ হ’ব!” তেওঁ লগতে কয়, “মেছি ভাগৰি পৰিছিল। তাৰ ওপৰত বৰষুণৰ বাবে খেলপথাৰখন অতি গধুৰ হৈ পৰিছিল। এনে পৰিস্থিতিত ৰিস্ক লোৱাৰ কোনো প্ৰশ্নই উত্থাপন নহয়।”

প্ৰশিক্ষকগৰাকীয়ে দাবী কৰে যে প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ পৰা দেখা গৈছে যে আঘাতৰ কাৰণ হৈছে ‘ফেটিগ’ বা ক্লান্তিজনিত। কিন্তু চূড়ান্ত প্ৰতিবেদন নহালৈকে নিশ্চিত হোৱাৰ কোনো উপায় নাই।

যোৱা কেইবছৰমানৰ পৰা কেইবাবাৰো মেছিয়ে হামষ্ট্ৰিং সমস্যাত ভুগিছে। ইণ্টাৰ মিয়ামীত যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ মেচৰ সময় নিয়ন্ত্ৰণ কৰা হৈছে। ব্যস্ততাৰ মাজতে কেইবাখনো খেলতো তেওঁক জিৰণি দিয়া হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ একেধৰণৰ সমস্যাৰ বাবে প্ৰি-ছিজনৰ কিছু অংশ খেলিব নোৱাৰিলে। গতিকে বিশ্বকাপৰ ঠিক আগৰ এই ঘটনাটো আৰ্জেণ্টিনাৰ বাবে অস্বস্তিকৰ। কাৰণ ৩৮ বছৰীয়া মেছি এতিয়াও দলটোৰ আটাইতকৈ ডাঙৰ আশা। আঠবাৰৰ বেলন ডি অৰ বিজয়ীগৰাকীৰ অবিহনে বিশ্বকাপ অভিযানৰ কথা কল্পনা কৰাটো কঠিন!

এই প্ৰতিযোগিতাখন ১১ জুনত মেক্সিকো চিটিত আৰম্ভ হ’ব।আৰ্জেণ্টিনাৰ প্ৰথমখন খেল ১৬ জুনত, কানছাছ চিটিত আলজেৰিয়াৰ বিৰুদ্ধে। ইয়াৰ পূৰ্বে মেছিয়ে ৬ জুনত টেক্সাছত হণ্ডুৰাছ আৰু ৯ জুনত আইচলেণ্ডৰ বিৰুদ্ধে ৱাৰ্ম আপ মেচ খেলিব। অহা সপ্তাহত বিশ্বকাপৰ দল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। মেছিয়ে এতিয়াও আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰা নাই। অৱশ্যে অনুমান কৰা হৈছে যে তেওঁৰ ষষ্ঠ বিশ্বকাপ প্ৰায় নিশ্চিত হ’ব।

দেওবাৰৰ খেলখন আছিল বিশ্বকাপৰ পূৰ্বে ইণ্টাৰ মিয়ামীৰ অন্তিমখন খেল। এতিয়া মেডিকেল ৰিপৰ্টত ঠিক কি ওলায় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আৰ্জেণ্টিনাৰ অনুৰাগীসকলে ভালদৰেই জানে যে ‘মেছি ফিট’ৰ খবৰে বিশ্বকাপৰ পূৰ্বে জৰুৰী অক্সিজেন যোগান ধৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd