• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দাউদ ইব্ৰাহিম আৰু আই এছ আইৰ ভয়ংকৰ পৰিকল্পনা ফাদিল! দিল্লী-মুম্বাইত আক্ৰমণৰ পূৰ্বেই জালত পৰিল ৯ চক্ৰান্তকাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 3:21 pm
108
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা ফাদিল কৰি দিল্লী আৰক্ষীৰ বিশেষ কোষে শনিবাৰে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চৰকাৰী বিষয়াসকলে জানিবলৈ দিয়া মতে, পাকিস্তানৰ ‘আই এছ আই’ আৰু পলাতক অপৰাধী দাউদ ইব্ৰাহিমৰ সমৰ্থিত এই চক্ৰটোৱে দিল্লী আৰু মুম্বাইৰ দৰে গুৰুত্বপূৰ্ণ চহৰত আক্ৰমণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। এই ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পিছতে নিৰাপত্তা সংস্থাসমূহে তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু ভৱিষ্যতৰ যিকোনো ভাবুকি প্ৰতিহত কৰিবলৈ নিজৰ অভিযান আৰু চোৰাংচোৱা নিৰীক্ষণ অধিক সক্ৰিয় কৰি তুলিছে।

আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ ভিতৰত দিল্লী, মুম্বাই আৰু পঞ্জাৱৰ নিবাসীৰ লগতে একাংশ বিদেশী নাগৰিকো অন্তৰ্ভুক্ত হৈ আছে। এই লোকসকলৰ জিম্মাৰ পৰা এক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। দেশৰ পাৰমাণৱিক প্ৰকল্প, বিমানবন্দৰ, ৰে’লৱে ষ্টেচন আৰু শক্তি প্ৰকল্পৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ আৰু নিৰাপত্তাৰক্ষীসকলক লক্ষ্য কৰি আক্ৰমণ চলাবলৈ তেওঁলোকক দায়িত্ব অৰ্পণ কৰা হৈছিল। বিগত কিছু সময় ধৰি চোৰাংচোৱাৰ নিৰীক্ষণত থকা এই চক্ৰটোৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, ধনৰ উৎস আৰু বিদেশত থকা পৰিচালকসকলৰ ভূমিকা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে গভীৰ তদন্ত চলাই আছে। এই সমগ্ৰ ঘটনাৰ সবিশেষ জনাবলৈ দিল্লী আৰক্ষীয়ে বিয়লি ৩:৩০ বজাত এখন সংবাদমেল সম্বোধন কৰাৰ কথা।

Apply Now

এই ভয়ংকৰ পৰিকল্পনা পোহৰলৈ অহাৰ পিছতে সম্ভাব্য সন্ত্ৰাসবাদী ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দিল্লীত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে। চলিত মাহৰ আৰম্ভণিতে চোৰাংচোৱা সংস্থাসমূহে আত্মঘাতী আক্ৰমণ, বাহনত সংলগ্ন বিস্ফোৰক (IED) আৰু গুলীচালনাৰে মধ্য দিল্লীৰ জনসমাগমপূৰ্ণ এলেকা আৰু গুৰুত্বপূৰ্ণ কাৰ্যালয়সমূহত আক্ৰমণৰ আশংকাত সতৰ্কবাণী জাৰি কৰিছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো জিলা আৰক্ষী গোটক চোৰাংচোৱা সংস্থা আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ সৈতে সমন্বয় ৰক্ষা কৰি অতিশয় সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱা বছৰ দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ সমীপত বাহনত সংলগ্ন আই ই ডিৰ জৰিয়তে সংঘটিত এক ভয়ংকৰ বিস্ফোৰণত ১৫ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহুতো লোক আহত হৈছিল। উক্ত ঘটনাত ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ত কৰ্মৰত কাশ্মীৰৰ চিকিৎসক উমৰ-উন-নবীয়ে বিস্ফোৰকভৰ্তি গাড়ীখন চলাইছিল। ঘটনাটোৰ আন মূল অভিযুক্তসকল আছিল কাশ্মীৰৰ মুজাম্মিল শ্বকিল গণাই, আদিল আহমেদ ৰাথেৰ, মুজাফফৰ আহমেদ ৰাথেৰ, মুফতি ইৰফান আহমেদ ৱাগে আৰু উত্তৰ প্ৰদেশৰ শ্বাহিন ছাইদ, যিসকলৰ মাজৰে একাংশ সেই একেখন বিশ্ববিদ্যালয়ৰে কৰ্মচাৰী আছিল। আল-কায়দাৰ সৈতে সম্পৰ্কিত সন্ত্ৰাসবাদী গোট ‘আনছাৰ গাজৱাত-উল-হিন্দ’ৰ এই ছদ্মবেশী চক্ৰটোক দিল্লী বিস্ফোৰণৰ ঠিক পূৰ্বে উৎখাত কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd