• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 8:32 am
বিজেপিৰ টিকট লাভ কৰা দুই নেতা সতীশ পুনিয়া আৰু তৰুণ চুঘ। ফটোঃ সংগ্ৰহীত।

বিজেপিৰ টিকট লাভ কৰা দুই নেতা সতীশ পুনিয়া আৰু তৰুণ চুঘ। ফটোঃ সংগ্ৰহীত।

111
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৮ জুনত ১০খন ৰাজ্যৰ ২৪খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।বৃহস্পতিবাৰে বিজেপিয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই তালিকা প্ৰকাশ পোৱাৰ পিছত ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘক মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী ৰবিনীত সিং বিট্টুৰ সলনি তেওঁক নিৰ্বাচিত কৰা হৈছে। ফলত এইবাৰ ৰাজ্যসভাৰ টিকট নোপোৱাৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰৰ মন্ত্ৰীসভাৰ পৰা বিদায় নিশ্চিত বুলি বিবেচিত হৈছে ৰবিনীত সিং বিট্টুৰ। একেদৰে বিজেপিয়ে এইবাৰ ৰাজ্যসভালৈ পুনৰ মনোনীত কৰা নাই কেন্দ্ৰীয় মন্ত্ৰী জৰ্জ কুৰিয়ানক। ফলত কেন্দ্ৰীয় মন্ত্ৰীসভাত তেওঁৰ ভৱিষ্যতক লৈও জল্পনা-কল্পনা আৰম্ভ হৈছে।

Apply Now

বিজেপিৰ কেন্দ্ৰীয় সংসদীয় নিৰ্বাচন সমিতিৰ বৈঠকত মুঠ ১০ জন প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হয়। ইয়াৰ উপৰিও ওড়িশাৰ এখন আসনৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হৈছে। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীসভাত তৰুণ চুঘে নতুনকৈ ডাঙৰ দায়িত্ব পোৱাৰ সম্ভাৱনা ৰাজনৈতিক মহলত চৰ্চিত হৈছে।

আনহাতে, মধ্যপ্ৰদেশৰ ৰাজ্য মন্ত্ৰী ৰাজনীশ আগৰৱালাৰ নামো প্ৰাৰ্থীৰ তালিকাত ৰখা হৈছে। বিজেপিৰ এই সিদ্ধান্তৰ আন এক চমক হ’ল পঞ্জাৱৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সুনীল জাখৰক ৰাজ্যসভাৰ টিকট নিদিয়াটো। এই সিদ্ধান্তই পঞ্জাৱ বিজেপিৰ ভিতৰত এক বিস্ময়ৰ সৃষ্টি কৰিছে।

ৰাজস্থানৰ ৰাজ্যসভাৰ তিনিখন আসনৰ ভিতৰত দুগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে। তাত সতীশ পুনিয়া আৰু অলকা গুৰ্জৰক মনোনীত কৰা হৈছে। সতীশ পুনিয়া ৰাজস্থানৰ বিজেপিৰ প্ৰাক্তন সভাপতি তথা দলটোৰ অন্যতম চিনাকি মুখ। ৰাজ্যৰ ৰাজনীতিতো অলকা গুৰ্জৰে এক গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে।

ইপিনে, বিজেপিয়ে ঘোষণা কৰা তালিকা অনুসৰি অৰুণাচলৰ একমাত্ৰ আসনত গেৰুৱা শিবিৰৰ প্ৰাৰ্থী হৈছে টাই তাগাক। গুজৰাটৰ চাৰিখন আসনতো নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। এই চাৰিখন আসনৰ বাবে ৰাজু ভাই শুক্লা, মুকেশ ভাই ৰাথোৱা, মানসিং পাৰমাৰ, জিতেন্দ্ৰ মেঘজীভাই কাঞ্জৰিয়াকে ধৰি চাৰিজনকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দলটোৱে।

১০খন ৰাজ্যৰ ২৪খন ৰাজ্যসভাৰ আসনৰ লগতে ১৮ জুনত ওড়িশাৰ এখন আসনত উপ-নিৰ্বাচনো অনুষ্ঠিত হ’ব। নবীন পাটনায়কৰ একালৰ সহযোগী দেৱাশীস সামন্ত্রয়কে শেহতীয়াকৈ বিজেডি ত্যাগ কৰি বিজেপিত যোগদান কৰে। ইয়াৰ উপৰিও বিজেপিৰ মিত্ৰ দল টিডিপিয়েও অন্ধ্ৰ প্ৰদেশৰ চাৰিখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব। আশা কৰা হৈছে যে টিডিপিয়ে তিনিখন আসন আৰু চতুৰ্থখন এনডিএৰ আন এক মিত্ৰ জনসেনালৈ যাব।

ৰাজনৈতিক পৰ্যবেক্ষকৰ মতে, বিজেপিয়ে নতুন মুখক অন্তৰ্ভুক্ত কৰি সংগঠনটোক শক্তিশালী কৰাৰ কৌশল গ্ৰহণ কৰিছে। এই তালিকা প্ৰকাশ কৰি বিজেপিয়ে ৰাজ্যসভাত নিজৰ স্থিতি আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈছে। একে সময়তে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ নেতাক বাদ দিয়াত ইয়াক এক বৃহৎ সাংগঠনিক সালসলনি হিচাপে দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd