• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফৰ সৈতে একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2018 9:04 pm
Ranjeet Das BJP to launch campaign against CAA misinformation

ৰঞ্জিত দাসৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফৰ সৈতে একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। আজি সংবাদ মাধ্যমৰ আগত দাসে ই সম্ভাৱনা প্ৰকাশ কৰে। অৱশ্যে তেওঁ কয় যে মিত্ৰতাৰ প্ৰসংগত বিজেপিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশেই হ’ব চূড়ান্ত নিৰ্দেশ।

উল্লেখযোগ্য যে যোৱা মাৰ্চত অসম ভ্ৰমণলৈ আহোতে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অহা লোকসভা পৰ্য্যন্ত ৰাজ্যখনত অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতা অটুট থকাৰ ইংগিত দিছিল।

Apply Now

আজি এক সংবাদমেলৰ জৰিয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অহা ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’ব লগীয়া পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা ব্যক্ত কৰে।

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি আৰু ৰাজ্যিক চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দিচপুৰস্থিত গড়কাপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত সম্বোধন কৰা সংবাদমেলত অংশগ্ৰহণ কৰি আওপকীয়াকৈ এই কথাকে সদৰী কৰে ৰঞ্জিত দাসে।

তেওঁ লগতে কয়, “ভাৰতত পুনৰ এন ডি এ চৰকাৰ গঠন কৰিবলৈ হ’লে মিত্ৰ দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ তথা মিত্ৰ দলসমূহেও এই ক্ষেত্ৰত সাংগঠনিক প্ৰক্ৰিয়া সুন্দৰভাৱে আগুৱাই নিব লাগিব।”

ইয়াৰোপৰি আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপি-অগপ-বিপিএফ দল মিলি অসমৰ ১৪খন আসনেই দখল কৰাৰ উদ্দেশ্যে সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ চেষ্টা কৰিছে বুলি আজিৰ সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

লোকসভা নিৰ্বাচনত মিত্ৰদলৰ কোনে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সম্পৰ্কত তেওঁ কয়, “কোন দলক কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে দিয়া হ’ব, কোন প্ৰাৰ্থীয়ে ক’ত খেলিব এই সম্পৰ্কত ৰাষ্ট্ৰীয় কমিটিয়ে সিদ্ধান্ত ল’ব।”

তেওঁ কয় পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে নীতি নিৰ্ধাৰণ কমিটী গঠন কৰা হৈছে। এই কমিটীয়ে পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফেৰে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত ল’ব। মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক এই ক্ষেত্ৰত দায়িত্ব দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd