• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 12:55 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ পিছত কেন্দ্ৰই কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু, কি লাভ হৈছে? পুনৰ ধৰা পৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ (এন টি এ) গাফিলতি। অহা ২১ জুনত অনুষ্ঠিত হ’ব ‘Re-NEET UG 2026’। জানিব পৰা মতে নাগপুৰৰ এগৰাকী পৰীক্ষাৰ্থীক ‘Re-NEET UG 2026’ পৰীক্ষাৰ বাবে এন টি এ আবুধাবিত পৰীক্ষা কেন্দ্ৰ আবণ্টন দিছে।

আব্দুল্লাহ মহম্মদ তালিব নামৰ পৰীক্ষাৰ্থীজনে অফিচিয়েল ৱেবছাইটৰ পৰা ‘Re-NEET 2026’ এডমিট কাৰ্ড ডাউনলোড কৰাৰ পিছত এই গুৰুতৰ বিসংগতি লক্ষ্য কৰা হয়। ভাৰতৰ এটা কেন্দ্ৰত তালিবে পৰীক্ষা দিয়াৰ কথা আছিল যদিও এডমিট কাৰ্ডত সংযুক্ত আৰব আমিৰশ্বাহীৰ আবুধাবিত থকা এটা পৰীক্ষা কেন্দ্ৰৰ কথা উল্লেখ আছে।

Apply Now

জানিব পৰা মতে, নাগপুৰৰ পৰা আব্দুল্লাই পৰীক্ষাৰ বাবে আবেদন কৰিছিল। দেশৰ ভিতৰতে এটা কেন্দ্ৰ পাম বুলি তেওঁ আশা কৰিছিল। পৰীক্ষাৰ্থীৰ হাতত পাছপ’ৰ্ট নথকাৰ বাবে বিদেশ ভ্ৰমণ কৰি পৰীক্ষাত হাজিৰ হোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।

ভাইৰেল হৈছে আব্দুল্লাহ মহম্মদ তালিবৰ ‘Re-NEET 2026’ এডমিট কাৰ্ডৰ এটা স্ক্ৰীণশ্বট। ইয়াৰ পৰা দেখা যায় যে আবুধাবিৰ এখন ভাৰতীয় বিদ্যালয়ক পৰীক্ষা কেন্দ্ৰ হিচাপে উল্লেখ কৰা হৈছে। পিছত বিষয়টো এন টি এৰ বিষয়াসকলৰ দৃষ্টিগোচৰ কৰা হয়।

খবৰ পোৱাৰ পিছত এন টি এৰ বিষয়াসকলে নিজৰ ভুল স্বীকাৰ কৰিছে। এই বিষয়টোক কাৰিকৰী ত্ৰুটি বুলি অভিহিত কৰা হৈছে। প্রার্থীগৰাকীৰ পৰিয়ালক প্রয়োজনীয় সংশোধনী পদক্ষেপ গ্রহণ কৰা হ’ব বুলি সংস্থাটোৱে আশ্বাস দিছে৷ শুদ্ধ পৰীক্ষা কেন্দ্ৰৰ সৈতে সংশোধিত এডমিট কাৰ্ড প্ৰদান কৰা হ’ব বুলিও জনোৱা হৈছে।

প্ৰাৰ্থীগৰাকীৰ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, এনটিএৰ পৰা ইমেইল লাভ কৰিছে। শনিবাৰে সন্ধিয়াৰ ভিতৰত ভুলটো শুধৰণি কৰা হ’ব বুলি নিশ্চিত কৰা হৈছে।

ব্যক্তিগত তথ্য, পৰীক্ষা কেন্দ্ৰ বা অন্যান্য গুৰুত্বপূৰ্ণ তথ্য সন্দৰ্ভত কোনো বিসংগতি থাকিলে তৎকালীনভাৱে কৰ্তৃপক্ষক অৱগত কৰিবলৈ এন টি এয়ে পৰামৰ্শ দিছে। অহা ২১ জুনত বিয়লি ২ বজাৰ পৰা বিয়লি ৫:১৫ বজালৈ ‘পেন-এণ্ড-পেপাৰ’ মোডত অনুষ্ঠিত হ’ব ‘Re-NEET UG 2026’ পৰীক্ষা। পৰীক্ষাৰ্থীয়ে নিজৰ এডমিট কাৰ্ড আৰু অন্যান্য নিৰ্ধাৰিত নথি-পত্ৰ পৰীক্ষা কেন্দ্ৰলৈ লৈ যাব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm
২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm
নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd