• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2026 12:07 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদেশত যোগে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমেৰিকাৰ পৰা ডেলাৱেৰ ৰাজ্যৰ গৱৰ্ণৰ মেথিউ মেয়াৰে ২০২৬ চনৰ ২১ জুনক আনুষ্ঠানিকভাৱে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাপে ঘোষণা কৰিছে। তেওঁ নিজৰ ৰাজ্যৰ নাগৰিকসকলক যোগাসন আকোৱালি লৈ সুস্থ জীৱনৰ দিশত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

আনুষ্ঠানিক ঘোষণাত ডেলাৱেৰৰ মেয়ৰে যোগক ভাৰতৰ এক প্ৰাচীন পৰম্পৰা বুলি অভিহিত কৰে যিটো ৫,০০০ বছৰ পুৰণি। তেওঁ কয় যে যোগে মন, শৰীৰ আৰু আত্মাৰ মাজত ভাৰসাম্য আনে। ই স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ডেলাৱেৰৰ গৱৰ্ণৰৰ মতে যোগাসনে কেৱল শাৰীৰিক শক্তি বৃদ্ধি কৰাই নহয়, মানসিক স্বচ্ছতা আৰু আৱেগিক ভাৰসাম্য বজাই ৰখাতো সহায় কৰে।

Apply Now

আধুনিক জীৱনৰ প্ৰতিকূলতা আৰু চাপৰ মাজত যোগাসনে মানুহক উন্নত মানসিক স্বাস্থ্য লাভ কৰাৰ লগতে সুষম জীৱন যাপনৰ এক ফলপ্ৰসূ উপায় প্ৰদান কৰে বুলি মেয়ৰগৰাকীয়ে কয়। তেওঁ লগতে কয় যে যোগে সমাজত স্বাস্থ্য, শান্তি আৰু ঐক্যতাও প্ৰসাৰিত কৰে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি দি গৱৰ্ণৰগৰাকীয়ে কয়, “মই ডেলাৱেৰ ৰাজ্যৰ গৱৰ্ণৰ মেথিউ মেয়াৰে ইয়াৰ দ্বাৰা ২০২৬ চনৰ ২১ জুন তাৰিখক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছো। মই সকলো লোককে সুস্থ জীৱনশৈলীৰ বাবে এই অনুশীলন আকোৱালি ল’বলৈ উৎসাহিত কৰিছো।”

তেওঁ লগতে স্মৰণ কৰি কয় যে ২০১৪ চনত ৰাষ্ট্ৰসংঘই বিশ্বজুৰি যোগৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিছিল। এই প্ৰস্তাৱ ভাৰতে আগবঢ়াইছিল আৰু অভিলেখ ১৭৫খন দেশে যোগক সমৰ্থন কৰিছিল।

ডেলাৱেৰত ইণ্ডিয়ান আমেৰিকান কমিউনিটি অৱ ডেলাৱেৰ আৰু নিউয়ৰ্কত থকা ইণ্ডিয়ান কনছুলেটৰ সহযোগত ডেলাৱেৰত যোগ দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানসমূহৰ উদ্দেশ্য হৈছে স্বাস্থ্য, শান্তি আৰু সামাজিক ঐক্যৰ বাৰ্তাৰ জৰিয়তে মানুহক সংযোগ কৰা।

ইফালে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কোৱাৰত এক বৃহৎ উদযাপনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যোগগুৰু এইচ আৰ নাগেন্দ্ৰৰ নেতৃত্বত এই অনুষ্ঠান হৈছে। ভাৰতীয় দূতাবাসৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd