• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

তেওঁ এটাৰ পিছত এটাকৈ বিশাল শ্বট মাৰি মাত্ৰ ১১টা বলতে অৰ্ধশতক অৰ্জন কৰে। এদিনীয়া ক্ৰিকেটৰ সকলো ফৰ্মেটতে এইটোৱেই হৈছে সৰ্বাধিক দ্ৰুত অৰ্ধশতক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2026 12:49 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিদেশীয় ছিৰিজত ভাৰতীয় ‘এ’ দলৰ হৈ বিস্ময় বালকে বিশেষ ডাঙৰ স্কোৰ কৰিব পৰা নাছিল। ইয়াৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত বিপক্ষৰ খেলুৱৈৰ সৈতে হতাহতিত লিপ্ত হয়। বিতৰ্কৰো সৃষ্টি হৈছিল। ফলত ফাইনেলখন আছিল বৈভৱ সূৰ্যবংশীৰ বাবে এফালে পুনৰ নিজকে প্ৰমাণ কৰাৰ মেচ, আনফালে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰতিশোধৰ মেচ।

ঠিক যিদৰে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত বৈভৱ সূৰ্যবংশীয়ে উজলি উঠিছিল, তেনেকৈয়ে ত্ৰিদেশীয় শৃংখলাৰ ফাইনেলতো শ্ৰীলংকাৰ বলাৰসকলে তেওঁৰ বেটিং তাণ্ডৱৰ সন্মুখত দিশহাৰা হোৱা দেখা গৈছিল। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ১১টা বলতে অৰ্ধশতক অৰ্জন কৰি লিষ্ট ‘এ’ ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

Apply Now

দেওবাৰে ইনিংছ আৰম্ভ হোৱাৰ পৰাই বৈভৱ সূৰ্যবংশীয়ে বিধ্বংসী বেটিং কৰে। তেওঁ এটাৰ পিছত এটাকৈ বিশাল শ্বট মাৰি মাত্ৰ ১১টা বলতে অৰ্ধশতক অৰ্জন কৰে। এদিনীয়া ক্ৰিকেটৰ সকলো ফৰ্মেটতে এইটোৱেই হৈছে সৰ্বাধিক দ্ৰুত অৰ্ধশতক। বাওঁহতীয়া পেচাৰ দুলাজ সমুদিথাৰক ছয় মাৰি তেওঁ মাইলৰ খুঁটিত উপনীত হয়, যিটো ভাৰত ‘এ’ৰ হৈ তেওঁৰ প্ৰথম অৰ্ধশতক আছিল।

১৫ বছৰীয়া ষ্টাৰ বেটছমেনগৰাকীয়ে শ্ৰীলংকাৰ বলাৰসকলক তিষ্ঠিবই নিদিলে। একে সময়তে বৈভৱ সূৰ্যবংশীয়ে শ্ৰীলংকাৰ কৌশল্য বীৰৰত্নৰ অভিলেখ ভংগ কৰে। ২০০৫ চনত ১২টা বলত ৫০ ৰান সংগ্ৰহ কৰিছিল কৌশলে। সেই ইনিংছৰ ৬ বছৰৰ পিছত বিহাৰত জন্মগ্ৰহণ কৰিছিল সূৰ্য্যবংশীৰ।

মাত্ৰ ১১টা বলত অৰ্ধশতক অৰ্জন কৰাৰ পথত সূৰ্যবংশীয়ে ১০টা বাউণ্ডেৰী মাৰে। ইয়াৰে ৫ টা ছয় আছিল। এটা বল ডট খেলিলে। তেতিয়াও সূৰ্যবংশী ৰৈ যোৱা নাছিল। আটাইতকৈ দ্ৰুততম অৰ্ধশতকৰ পিছত তেওঁ এটা শতকলৈও আগবাঢ়িল। কিন্তু বৈভৱ সূৰ্যবংশীয়ে মিড অফত সাহান আৰ্চ্চিগৰ বলত কেচ তুলি দি মাত্ৰ ৬ ৰানৰ বাবে শতক বঞ্চিত হয়।

শ্ৰীলংকা এৰ বিৰুদ্ধে ভাৰতৰ এই বিধ্বংসী অ’পেনাৰগৰাকীয়ে মাত্ৰ ২৯টা বলত ৯৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। মুঠতে এই কিশোৰে ১০টা চাৰি আৰু ৮টা ছয় মাৰে। সূৰ্যবংশীৰ সহযোগী অ’পেনাৰ প্ৰিয়ংশ আৰ্য্যেও ৩৯ ৰান সংগ্ৰহ কৰি ভাল আৰম্ভণি কৰে। বৈভৱ সূৰ্য্যবংশী মানে অভিলেখৰ পিছত অভিলেখ। কম বয়সতো তেওঁ ইটোৰ পিছত সিটোকৈ অভিলেখ গঢ়ি ক্ৰিকেট জগতখনক আপ্লুত কৰিছে।

বৈভৱৰ আত্মবিশ্বাস, আক্ৰমণাত্মক মনোভাৱ আৰু বেটিঙৰ অসাধাৰণ দক্ষতাই ইতিমধ্যে তেওঁক এক সুকীয়া পৰিচয় দিছে। কম বয়স সত্তেও তেওঁ নিজৰ প্ৰদৰ্শনৰ জৰিয়তে বাৰে বাৰে প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁ ভৱিষ্যত নহয়, বৰঞ্চ এতিয়াই ডাঙৰ মঞ্চৰ তাৰকা। চলি থকা ত্ৰিদেশীয় শৃংখলাত পূর্বৰ মেচসমূহত বৈভৱে ভাল ৰান কৰিব পৰা নাছিল৷ অৱশ্যে আটাইতকৈ গুৰুত্বপূৰ্ণ মেচখনত তেওঁ নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰে। এইগৰাকী প্ৰতিভাৱান ভাৰতীয় ক্ৰিকেটাৰে ফাইনেলত এনে বিস্ফোৰক বেটিঙেৰে সমালোচকৰ উত্তৰ দিছে।

আইপিএল ২০২৬ৰ তাৰকা প্ৰদৰ্শনৰ বাবে ইতিমধ্যে ভাৰতৰ টি-২০ দলত স্থান দখল কৰিবলৈ সক্ষম হৈছে বৈভৱে। আয়াৰলেণ্ড আৰু ইংলেণ্ড ছিৰিজৰ নিৰ্বাচকসকলৰ আস্থাও অৰ্জন কৰিছে। বৰ্তমানৰ ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি এই যুৱ বেটছমেনে হয়তো অতি সোনকালে ছিনিয়ৰ ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ সুযোগ পাব।

অহা ২৬ জুলাইৰ পৰা আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা আৰম্ভ হ’ব।ক্ৰিকেট মহলৰ বহুতেই ধাৰণা কৰে যে বৈভৱ সূৰ্য্যবংশীক হয়তো তাত ভাৰতৰ ব্লু জাৰ্চি পিন্ধি প্ৰথমবাৰৰ বাবে খেলা দেখা যাব। যদি তেওঁ এই ফৰ্ম বজাই ৰাখিব পাৰে, তেন্তে ভৱিষ্যতে তেওঁ ভাৰতীয় ক্ৰিকেটৰ অন্যতম মহা তাৰকা হোৱাটো মাথোঁ সময়ৰ অপেক্ষা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

‘নেইমাৰে ঘৰৰ পৰাই কাম কৰিছে’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ মন্তব্যত বিশ্বজুৰি চৰ্চা

June 21, 2026 12:36 pm
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd