• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভাপতি কামৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক অভিজিৎ বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 27, 2018 11:30 am
YouthPradeshCongress_2

প্ৰদেশ যুৱ কংগ্ৰেছৰ নৱ নিৰ্বাচিত অভিজত বৰা।

102
VIEWS
Share on FacebookShare on Twitter

যুৱ কংগ্ৰেছৰ নিৰ্বাচনক লৈ ৰাজ্যখনৰ ৰাজনৈতিক মহলত, বিশেষকৈ কংগ্ৰেছ দলত যোৱা দুদিন ধৰি উৎকণ্ঠা চলি থকাৰ পিছত আজি ইয়াৰ ফলাফল ঘোষিত হৈছে। ঘোষিত ফলাফলৰ শেহতীয়া তথ্য মতে কাছাৰৰ কামৰুল ইছলাম চৌধুৰী প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছে।

আনহাতে সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে নগাৱঁৰ অভিজিৎ বৰা।

মন কৰিব লগীয়া যে এওঁলোক দুয়োজন প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন সমৰ্থিত প্ৰাৰ্থী।

উল্লেখযোগ্য যে এইবাৰৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্বাচনে বিশেষ মনোযোগ লাভ কৰিছিল এই বাবেই যে প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চৰাত বিভিন্নটা ফৈদৰ সৃষ্টি হৈছিল আৰু যুৱ কংগ্ৰেছৰ নিৰ্বাচনত এই ফৈদবোৰে নিজৰ নিজৰ সমৰ্থিত প্ৰাৰ্থীক জয়ী কৰোৱাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে নৱনিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদক দুয়োজনে আজি বিজয়ী হোৱাৰ পিছতে তেওঁলোকৰ প্ৰতি ৰকিবুল হুছেইনৰ আশীৰ্বাদ তথা সমৰ্থন থকা বুলি কয়।

আনহাতে এই দুয়োজনৰ সমৰ্থকে আজি ভোট গণনা হৈ থকা জি এছ ৰ’ডত থকা ৰাজীৱ ভৱনত ফলাফল বাহিৰ হোৱাৰ পিছতে ৰকিবুল হুছেইন জিন্দাবাদ ধ্বনি দিয়া দেখা গ’ল। ইয়াৰ পৰাই প্ৰমাণ হয় যে এইবাৰৰ নিৰ্বাচনত হস্তক্ষেপ আছে জ্যেষ্ঠ কংগ্ৰেছীৰ।

সংবাদ মাধ্যমত এই দুদিন ধৰি প্ৰকাশ হৈ থকা বাতৰি মতে, এইবাৰৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্বাচনত ব্যাপক হাৰত ধনবল প্ৰয়োগ হৈছে।

শেহতীয়া খবৰ মতে, প্ৰদেশ যুৱ কংগ্ৰেছৰ আজিৰ নিৰ্বাচনত উপ-সভাপতি অংকিতা দত্ত। এওঁ প্ৰাক্তন মন্ত্ৰী, প্ৰয়াত অঞ্জন দত্তৰ কন্যা।

Recent News

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

পাকিস্তান সীমান্তত মোতায়েনৰ বাবে আপাচী হেলিকপ্টাৰ লাভ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd