• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 7:05 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰ্ট এটাক বা হৃদৰোগৰ নাম শুনিলেই সাধাৰণতে আমাৰ চকুৰ সন্মুখত বয়োজ্যেষ্ঠ বা বয়সিয়াল মানুহৰ ছবি এখন ভাঁহি উঠে। কিন্তু চিকিৎসকসকলৰ মতে, শিশুসকলৰ ক্ষেত্ৰতো গুৰুতৰ হৃদৰোগৰ সমস্যাই দেখা দিব পাৰে। শিশুৰ ক্ষেত্ৰত হাৰ্ট এটাক হোৱাৰ সম্ভাৱনা অতি কম হ’লেও কিছুমান এনে লক্ষণ আছে যিবোৰক কেতিয়াও অৱহেলা কৰা উচিত নহয়। সময়মতে এই লক্ষণসমূহ ধৰা পেলাব পাৰিলে এক ডাঙৰ বিপদৰ পৰা ৰক্ষা পাব পৰা যায়।

অধিকংশ সময়তে শিশুৱে মাজে মাজে বুকুত বিষ হোৱাৰ কথা ক’লে বহু অভিভাৱকে তাক সিমান গুৰুত্ব নিদিয়ে। কিন্তু শিশুটিয়ে যদি বাৰে বাৰে বুকুৰ সোঁমাজত চাপ, বিষ বা অস্বস্তি অনুভৱ কৰে, বিশেষকৈ খেলা-ধূলা কৰাৰ সময়ত বা দৌৰি থকা অৱস্থাত, তেন্তে এই বিষয়টোক অতি গুৰুত্ব সহকাৰে লোৱা উচিত। অৱশ্যে সকলো বুকুৰ বিষেই হৃদৰোগৰ বাবে নহ’বও পাৰে, কিন্তু বাৰে বাৰে এনে হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

Apply Now

আন শিশুৱে যেতিয়া স্বাভাৱিকভাৱে খেলা-ধূলা কৰি থাকে, তেনে সময়ত যদি কোনোবা এটা শিশুৱে অলপ দৌৰা-দৌৰি কৰিয়েই হাঁপায় বা উশাহ লওঁতে কষ্ট পায়, তেন্তে সেয়া এক সতৰ্কবাণী হ’ব পাৰে।

বহু সময়ত হৃদযন্ত্ৰই ঠিকমতে কাম নকৰিলে শৰীৰে পৰ্যাপ্ত পৰিমাণে অক্সিজেন নাপায় আৰু ইয়াৰ ফলতেই উশাহ-নিশাহ লোৱাত কষ্ট হয়। শিশুসকল সাধাৰণতে চঞ্চল আৰু প্ৰাণৱন্ত হয়, কিন্তু যদি কোনো শিশু সদায় ভাগৰুৱা হৈ থাকে, খেলা-ধূলা কৰিব নিবিচাৰে বা অলপ পৰিশ্ৰমতে ক্লান্ত হৈ পৰে, তেন্তে তেওঁলোকৰ শাৰীৰিক পৰীক্ষা কৰোৱাটো দৰকাৰ। হৃদযন্ত্ৰৰ সমস্যা থাকিলে শৰীৰত সঠিকভাৱে তেজ আৰু অক্সিজেন নোযোৱাৰ বাবে এনে ভাগৰ লাগিব পাৰে।

খেলপথাৰত, স্কুলত বা ঘৰত হঠাতে মূৰ ঘূৰোৱা বা অজ্ঞান হৈ পৰা কাৰ্যক কেতিয়াও পাতলকৈ ল’ব নালাগে। বিশেষকৈ কোনো কাৰণ নোহোৱাকৈ বাৰে বাৰে এনে হ’লে পলম নকৰি চিকিৎসকৰ ওচৰলৈ যাব লাগে, কাৰণ বহু ক্ষেত্ৰত হৃদস্পন্দনৰ খেলিমেলি ইয়াৰ প্ৰধান কাৰণ হ’ব পাৰে। ইয়াৰ উপৰিও শিশুৱে যদি বুকু ধপধপোৱা বা হৃদস্পন্দন খুবেই দ্ৰুত হোৱাৰ কথা কয়, তেন্তে সেইটোত মনোযোগ দিয়া দৰকাৰ, কিয়নো অনিয়মিত হৃদস্পন্দনে গুৰুতৰ হৃদৰোগৰ ইংগিত দিয়ে।

শিশুৰ ক্ষেত্ৰত হৃদৰোগ হোৱাৰ আটাইতকৈ সাধাৰণ কাৰণটো হ’ল জন্মগত হৃদযন্ত্ৰৰ ত্ৰুটি। ইয়াৰ উপৰিও বংশগত বা জিনগত সমস্যা, ভাইৰাছৰ সংক্ৰমণ, হৃদযন্ত্ৰৰ মাংসপেশীৰ ৰোগ বা তেজৰ নলীৰ কিছুমান জটিলতাৰ বাবেও হাৰ্ট এটেক হ’ব পাৰে। শিশুৰ শৰীৰত এই লক্ষণসমূহ বাৰে বাৰে দেখা দিলে পলম নকৰি শিশু হৃদৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক। নিয়মীয়া স্বাস্থ্য পৰীক্ষা, পুষ্টিকৰ খাদ্য আৰু সক্ৰিয় জীৱনশৈলীয়ে শিশুৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। মনত ৰাখিব যে শিশুৰ ক্ষেত্ৰত হাৰ্ট এটাক অতি বিৰল, কিন্তু হৃদৰোগৰ লক্ষণ আগতীয়াকৈ দেখা দিয়ে, গতিকে সন্তানৰ শৰীৰত কোনো অস্বাভাৱিক পৰিৱৰ্তন দেখিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

November 1, 2026 9:25 pm
‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

November 1, 2026 8:02 pm
দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

November 1, 2026 9:25 pm
‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd