• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা বৰষুণ আৰু বানপানীৰ ফলত প্ৰায় ১৬ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে। দুৰ্যোগৰ বাবে বহু অঞ্চলত বিদ্যুৎ আৰু পানী যোগান ব্যৱস্থা ব্যাহত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 12:20 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰষুণৰ ধুমুহাৰ ফলত প্ৰায় বিধ্বস্ত হৈ পৰিছে হিমাচল প্ৰদেশ। এই পৰ্যন্ত কমেও ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ধাৰাসাৰ বৰষুণ, বিধ্বংসী বান আৰু একেৰাহে ভূমিস্খলনৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে।

হিমাচল প্ৰদেশত যোৱা কেইদিনমানৰ পৰা ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা বৰষুণ আৰু বানপানীৰ ফলত প্ৰায় ১৬ কোটি টকাৰ সম্পত্তি ধ্বংস হৈছে। দুৰ্যোগৰ বাবে বহু অঞ্চলত বিদ্যুৎ আৰু পানী যোগান ব্যৱস্থা ব্যাহত হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ উদ্ধাৰকাৰী দলে যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান চলাইছে৷

Apply Now

সূত্ৰ অনুসৰি, শুকুৰবাৰে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে কিন্নাউৰৰ চোলিং অঞ্চলত ভূমিস্খলন সংঘটিত হয়। যাৰ বাবে শিমলা-ৰেকং পি অ’ ৰাষ্ট্ৰীয় ঘাইপথ সাময়িকভাৱে বন্ধ হৈ পৰে। ধ্বংসাৱশেষ আঁতৰোৱাৰ পিছতে পথটো মুকলি কৰি দিয়া হয়।

বাতৰি অনুসৰি ভূমিস্খলনৰ সময়ত সেই পথেৰে দুখন বাহন পাৰ হৈ আছিল। কিন্তু চালকৰ তৎপৰতাৰ বাবেই এক বৃহৎ দুৰ্ঘটনা ৰোধ সম্ভৱ হয়। আনহাতে, ৰিব্বা অঞ্চলত বিধ্বংসী বানৰ বাবে ৰিব্বা-কাণ্ডে সংযোগী পথটোও আপাততঃ যাতায়তৰ বাবে বন্ধ হৈ আছে।

বৰ্তমানলৈকে চলিত বতৰৰ ধুমুহাৰ ফলত হিমাচল প্ৰদেশত ৪৯টা পথ আৰু ৩টা ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হৈছে। যোৱা তিনিদিনত তাত ৩০.৯ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে, যিটো স্বাভাৱিকতকৈ ১০৬ শতাংশ বেছি। কিন্নৌৰ জিলাত তিনিদিনত ১৮.৩ মিলিমিটাৰ বৰষুণ হৈছে, যিটো স্বাভাৱিকতকৈ ৪২৩ শতাংশ বেছি। লাহাউল, স্পিটিকে ধৰি হিমাচলৰ কেইবাখনো জিলাত স্বাভাৱিকতকৈ বহু বেছি বৰষুণ হৈছে।

ভাৰতীয় বতৰ বিভাগে হিমাচলত ১২ জুলাইলৈকে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সতৰ্কবাণী দিছে। তাত ইতিমধ্যে প্ৰচণ্ড বৰষুণৰ কমলা আৰু হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে। যাৰ বাবে স্থানীয় লোকসকলক বিশেষ সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd