• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ কেভিন ৱাৰ্ছে মুদ্ৰানীতি আৰু কৰ্ম পদ্ধতিৰ সংস্কাৰৰ বাবে পাঁচটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰাৰ কথা ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2026 3:02 pm
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজন। ফাইল ফটোঃ সংগ্ৰহীত।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজন। ফাইল ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ অৰ্থনীতিয়ে দীৰ্ঘদিন ধৰি উচ্চ মুদ্ৰাস্ফীতিৰ চাপ সহ্য কৰি আহিছে। ইয়াৰ লগতে নিবনুৱা সমস্যাও আছে। এই পৰিস্থিতিত ভৱিষ্যতে আমেৰিকাৰ ঋণ নীতিত কোনো ডাঙৰ পৰিৱৰ্তন হ’ব নেকি? এই প্ৰশ্নত ৰঘুৰাম ৰাজনে গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ ওলাইছে।

আমেৰিকাৰ কেন্দ্ৰীয় বেংক ফেডাৰেল ৰিজাৰ্ভে দেশৰ ঋণ নীতিৰ সংস্কাৰৰ ক্ষেত্ৰত হাত দিছে। ইয়াৰ বাবে গঠন কৰা হৈছে টাস্ক ফ’ৰ্চ। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনক সদস্য হিচাপে আমন্ত্ৰণ কৰা হৈছে। তেওঁৰ উপৰিও আৰু দুজন ভাৰতীয়ক পৰ্যালোচনা সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে – হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ ৰাজ চেট্টী আৰু মাইক্ৰ’ছফ্টৰ আশা শৰ্মাক।

Apply Now

২০১২ চনত ৰঘুৰাম ৰাজনে আমেৰিকাৰ এখন প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ এৰি দেশলৈ উভতি আহে। তেওঁ ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে যোগদান কৰে। পিছৰ বছৰ ২০১৩ চনত কেন্দ্ৰৰ তদানীন্তন ইউ পি এ চৰকাৰে তেওঁক ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়ে।

ৰাজনৰ তিনি বছৰীয়া কাৰ্যকালত আৰ বি আইয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। বিশেষকৈ মুদ্ৰাস্ফীতিৰ সৈতে ৰিজাৰ্ভ বেংকৰ মোকাবিলা আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে। আৰ বি আইৰ গৱৰ্ণৰৰ কাৰ্যকাল শেষ হোৱাৰ পিছত এইগৰাকী বিশিষ্ট অৰ্থনীতিবিদ পুনৰ শিক্ষা জগতলৈ ঘূৰি আহে।

আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ কেভিন ৱাৰ্ছে মুদ্ৰানীতি আৰু কৰ্ম পদ্ধতিৰ সংস্কাৰৰ বাবে পাঁচটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰাৰ কথা ঘোষণা কৰিছে। ৰঘুৰাম ৰাজনৰ উপৰিও এই সমিতিসমূহৰ ভিতৰত আছে বেংক অৱ ইংলেণ্ডৰ প্ৰাক্তন গৱৰ্ণৰ মাৰ্ভিন কিং, ৱালমাৰ্টৰ প্ৰাক্তন চিইঅ’ কাৰ্ল ডগলাছ মেকমিলান, নোবেল বিজয়ী অৰ্থনীতিবিদ থমাছ চাৰ্জেণ্ট আৰু ছিলিকন ভেলীৰ ভেঞ্চাৰ কেপিটেলিষ্ট মাৰ্ক এণ্ডাৰছন।

ৰঘুৰাম ৰাজনক ফেড ৰিজাৰ্ভৰ বেলেন্স শ্বীট পলিচি টাস্ক ফ’ৰ্চৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। অৱশ্যে আমেৰিকাৰ কেন্দ্ৰীয় বেংকে তেওঁলোকৰ কামৰ পৰিসৰ সন্দৰ্ভত কোনো সবিশেষ এতিয়াও সদৰী কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

ফিফাৰ সৈতে হলি গলি! নাই নাই, অৱশেষত মুখ খুলিলে লিয়’নেল মেচিয়ে : জনালে গুৰি কথা ‎ক’ত ‎

July 16, 2026 2:54 pm
কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

কৰ্প’ৰেটৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভেটি-মাটি উচ্ছেদৰ অভিযোগ! প্ৰণৱ দলে, আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী ৰাজ্যৰ বৌদ্ধিক মহলৰ

July 16, 2026 2:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd