• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা 'ডিজিটেল এৰেষ্ট' আৰু চাইবাৰ বিত্তীয় প্ৰৱঞ্চনা প্ৰতিৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে চাইবাৰ অপৰাধ সম্পৰ্কীয় এক স্বতঃস্ফূৰ্ত গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশসমূহ প্ৰদান কৰে। আদালতত মহানাধিবক্তা আৰ ভেংকটৰমণী, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু আমিকাছ কিউৰী জ্যেষ্ঠ অধিবক্তা এন এছ এন নপ্পিনাই উপস্থিত থাকি নিজৰ নিজৰ বক্তব্য ডাঙি ধৰে।

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
August 5, 2026 7:54 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমাৎ বৃদ্ধি পোৱা ‘ডিজিটেল এৰেষ্ট’ আৰু চাইবাৰ বিত্তীয় প্ৰৱঞ্চনা প্ৰতিৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে চাইবাৰ অপৰাধ সম্পৰ্কীয় এক স্বতঃস্ফূৰ্ত গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশসমূহ প্ৰদান কৰে। আদালতত মহানাধিবক্তা আৰ ভেংকটৰমণী, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু আমিকাছ কিউৰী জ্যেষ্ঠ অধিবক্তা এন এছ এন নপ্পিনাই উপস্থিত থাকি নিজৰ নিজৰ বক্তব্য ডাঙি ধৰে।

Apply Now

উচ্চতম ন্যায়ালয়ে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াক  আগন্তুক চাৰি সপ্তাহৰ ভিতৰত বেংকসমূহৰ বাবে এক মানক কাৰ্যপ্ৰণালী বা এছঅ’পি  গ্ৰহণ আৰু প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিছে। এই এছঅ’পিৰ অধীনত চাইবাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত একাউণ্টসমূহত সাময়িকভাৱে ডেবিট স্থগিত বা ফ্ৰিজ কৰাৰ ব্যৱস্থা থাকিব। লগতে গ্ৰাহকৰ অভিযোগ নিৰসন ব্যৱস্থা, প্ৰৱঞ্চনাৰ ধন ঘূৰাই পোৱাৰ ব্যৱস্থা আৰু জনসচেতনতা সৃষ্টিৰ বাবেও স্পষ্ট নিয়ম প্ৰস্তুত কৰিবলৈ ৰিজাৰ্ভ বেংকক কোৱা হৈছে। এই অভিযোগ প্ৰক্ৰিয়াক প্ৰথম অগ্ৰাধিকাৰ দিবলৈ সকলো উচ্চ ন্যায়ালয়ৰ ৰেজিস্ট্ৰাৰ জেনেৰেলক নিম্ন আদালতসমূহক অৱগত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বাবে ন্যায়ালয়ে চাৰি সপ্তাহৰ ভিতৰত ‘ষ্টেট চাইবাৰ ক্ৰাইম কো-অৰ্ডিনেচন চেণ্টাৰ’ কাৰ্যক্ষম কৰাটো বাধ্যতামূলক কৰিছে। গৃহ মন্ত্ৰালয় আৰু ভাৰতীয় চাইবাৰ ক্ৰাইম কো-অৰ্ডিনেচন চেণ্টাৰৰ  সহায়ত ‘ই-জিৰ’ এফআইআৰ’ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈও কোৱা হৈছে।

ইয়াৰ উপৰিও, চাইবাৰ অপৰাধত ভুক্তভোগীসকলৰ বাবে এটা যুটীয়া দায়বদ্ধতা আৰু ক্ষতিপূৰণৰ গাঁথনি প্ৰস্তুত কৰাৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ গঠিত আন্তঃবিভাগীয় সমিতিকো নিৰ্দেশ দিয়া হৈছে।

চিবিআইয়ে চাইবাৰ প্ৰৱঞ্চনা গোচৰৰ তদন্ত হাতত লোৱাৰ ধনৰ নূন্যতম সীমা হ্ৰাস কৰা আৰু বহুতো সৰু সৰু প্ৰৱঞ্চনাৰ গোচৰ একত্ৰিত কৰি তদন্ত কৰাৰ বিষয়টোও বিবেচনা কৰা হৈছে। একেদৰে, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, টেলিকম বিভাগ আৰু I4C-ক ভইচ আৰু ভিডিঅ’ কলৰ ক্ষেত্ৰত সময়ভিত্তিক বাধা আৰোপ কৰাৰ সম্ভাৱনীয়তা পৰীক্ষা কৰি ন্যায়ালয়ক অৱগত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am
‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

August 5, 2026 7:20 am
‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd