• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

ছবি নিৰ্মাতাগৰাকীয়ে তেওঁৰ সৈতে আগন্তুক প্ৰজেক্টৰ বিষয়ে কথা পাতিছিল আৰু কাম সন্দৰ্ভত তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2026 9:39 am
গ্ৰেপ্তাৰ হোৱা পৰিচালক শাকিল নুৰানী। ফটোঃ সংগ্ৰহীত।

গ্ৰেপ্তাৰ হোৱা পৰিচালক শাকিল নুৰানী। ফটোঃ সংগ্ৰহীত।

222
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে চলচ্চিত্ৰ পৰিচালকক। ৩৩ বছৰীয়া অভিনেত্ৰী এগৰাকীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে পৰিচালক শাকীল নুৰানীক। ‘বড়ে দিলৱালে’, ‘জোৰু কা গোলাম’ৰ দৰে জনপ্ৰিয় ছবিৰ নিৰ্মাতা-পৰিচালক ৭৩ বছৰীয়া নুৰানী।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সম্ভাব্য এখন চিনেমাৰ আলোচনাৰ অজুহাতত নুৰাণীয়ে অভিনেত্ৰীগৰাকীক মালৱানীস্থিত নিজৰ ঘৰলৈ মাতি আনি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগনামাত অভিনেত্ৰীগৰাকীক অচেতন কৰি পিছত ভিডিঅ’ দেখুৱাই ভাবুকি দিয়া বুলিও উল্লেখ কৰা হৈছে।

Apply Now

আৰক্ষী সূত্ৰই জনোৱা মতে, মহাৰাষ্ট্ৰৰ সাতাৰা জিলাৰ মেধা অঞ্চলৰ এটা ফাৰ্ম হাউচত নুৰাণীক পোৱা গৈছে। ৮ আগষ্টৰ পুৱতি নিশা তেওঁক জিম্মাত লৈ তাৰ পিছত মুম্বাইলৈ অনা হয়।

মালৱানী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৬৪(২)(এম), ১২৩,৩৫১(২) আৰু ৮৮ ধাৰাত নুৰানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

খবৰ অনুসৰি ২০১৬ চনত লোখাণ্ডৱালাত অনুষ্ঠিত হোৱা মনোৰঞ্জনমূলক বঁটা প্ৰদান অনুষ্ঠানত নুৰানীয়ে প্ৰথম লগ পাইছিল অভিনেত্ৰীগৰাকীক।

অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰিছে যে ছবি নিৰ্মাতাগৰাকীয়ে তেওঁৰ সৈতে আগন্তুক প্ৰজেক্টৰ বিষয়ে কথা পাতিছিল আৰু কাম সন্দৰ্ভত তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কৈছিল। তেওঁ দাখিল কৰা এফ আই আৰত কোৱা হৈছে যে পিছত তেওঁ এখন চিত্ৰনাট্যৰ বিষয়ে আলোচনা কৰিবলৈ মালৱানীত থকা নূৰানীৰ বাসগৃহলৈ গৈছিল।

অভিনেত্ৰীগৰাকীৰ অভিযোগ মতে, নুৰাণীয়ে তেওঁক এবিধ পানীয় দিছিল, যিটো পান কৰাৰ পিছত তেওঁ চেতনা হেৰুৱাইছিল। চেতনা অহাৰ পিছত নুৰাণীয়ে তেওঁৰ ফোনত এটা ভিডিঅ’ দেখুৱাই আৰক্ষীৰ ওচৰলৈ গ’লে বা পৰিয়ালক অৱগত কৰিলে ভিডিঅ’টো প্ৰচাৰ হ’ব বুলি ভাবুকি দিয়াৰ দাবী কৰে।

তেওঁ লগতে অভিযোগ কৰে যে পিছত পৰিচালকে ভিডিঅ’টো ব্যৱহাৰ কৰি তেওঁক ভয় দেখুৱাইছিল আৰু বহুবাৰ যৌন নিৰ্যাতন চলাইছিল। যৌন নিৰ্যাতনৰ পিছত পৰিচালকগৰাকীয়ে বাৰে বাৰে গৰ্ভ নিৰোধক বড়ি খাবলৈ বাধ্য কৰাইছিল বুলিও অভিযোগ কৰে অভিনেত্ৰীগৰাকীয়ে।

চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ আশাত অভিনেত্ৰীগৰাকীয়ে ২০২৬ চনত মুম্বাইলৈ উভতি অহা বুলি জানিব পৰা গৈছে।

অৱশ্যে পৰিচালকগৰাকীৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে তেওঁৰ অধিবক্তাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd