• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

জাননীত তিনিওজন অভিনেতাক বিজ্ঞাপনত নিজৰ ভূমিকা বুজাবলৈ কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2026 3:03 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পানমচলা বিমল ইলাইচিৰ বিজ্ঞাপনৰ বাবে বিপদত পৰিছে বলীউডৰ তিনি শীৰ্ষ অভিনেতা। বিমল ইলাচিৰ বিজ্ঞাপনৰ বাবে মহাৰাষ্ট্ৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (FDA) শ্বাহৰুখ খান, অজয় ​​দেৱগন আৰু টাইগাৰ শ্ৰফলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। চৰকাৰী সংস্থাটোৱে দাবী কৰিছে যে বিমল ইলাচিৰ বিজ্ঞাপন ৰাজ্যত নিষিদ্ধ বিমল পান মছলাৰ চেৰ’গেট বিজ্ঞাপনৰ সমান।

বিশেষ কথাটো হ’ল মহাৰাষ্ট্ৰৰ এফ ডি এয়ে মহাৰাষ্ট্ৰত ধঁপাত আৰু পান মছলা বিক্ৰীৰ বিৰুদ্ধে অভিযান চলাইছে। সেই অভিযানৰ অংশ হিচাপে এই তিনিগৰাকী বলীউডৰ ছুপাৰষ্টাৰলৈ এই জাননী প্ৰেৰণ কৰা হৈছে।

Apply Now

সূত্ৰই দাবী কৰিছে যে এই জাননীত তিনিওজন অভিনেতাক বিজ্ঞাপনত নিজৰ ভূমিকা বুজাবলৈ কোৱা হৈছে। জানিব পৰা মতে এই জাননী অভিনেতাসকলৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছে। তিনি তাৰকাক এই বিজ্ঞাপনৰ পৰা তৎকালীনভাৱে আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।

চৰকাৰী সংস্থাটোৱে জনোৱা মতে, এই বিজ্ঞাপনত প্ৰথম অৱস্থাত মূলতঃ পান মছলাৰ সৈতে জড়িত বিমল ব্ৰেণ্ডৰ প্ৰচাৰ কৰা যেন লাগে। ‘বিমল ইলাচি’ নামটো এনেদৰে ব্যৱহাৰ কৰা ধৰণে গ্ৰাহকক বিভ্ৰান্ত কৰি পৰোক্ষভাৱে নিষিদ্ধ পান মছলা ব্ৰেণ্ডৰ সজাগতা বৃদ্ধি কৰিব পাৰে। আৰু সেইবাবেই এফ ডি এয়ে ইয়াক চেৰ’গেট এড বা ছদ্মবেশত বিজ্ঞাপন বুলি গণ্য কৰে।

এইবাৰ প্ৰথমবাৰৰ বাবে এফ ডি এয়ে চেৰ’গেট বিজ্ঞাপনৰ বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। এই ক্ষেত্ৰত তেওঁলোকে কৈছে যে বিজ্ঞাপনৰ উপস্থাপন, সংলাপ, সামগ্ৰীৰ নাম আৰু বজাৰৰ প্ৰসংগ – এই সকলোবোৰ মিলি ই কোনো নিষিদ্ধ ধঁপাতজাতীয় সামগ্ৰীৰ পৰোক্ষ বা চেৰ’গেট প্ৰচাৰ হয় নে নহয় তাক লৈ ‘গুৰুতৰ প্ৰশ্ন’ উত্থাপন কৰে। তিনিওজন অভিনেতাই এই ব্ৰেণ্ডৰ প্ৰচাৰৰ মুখ হিচাপে অংশগ্ৰহণ কৰিছে।

উল্লেখ্য যে ২০১২ চনৰ পৰা মহাৰাষ্ট্ৰত ধঁপাত বা নিকোটিনযুক্ত গুটখা আৰু পান মছলা নিষিদ্ধ কৰা হৈছে।বৰ্তমান আয়ুক্ত টুকাৰাম মুণ্ডেৰ অধীনত মহাৰাষ্ট্ৰৰ এফ ডি এয়ে ধঁপাত বিক্ৰী আৰু প্ৰচাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

গুটখা, ধঁপাত বা নিকোটিনযুক্ত পান মছলা আৰু অনুৰূপ নিষিদ্ধ সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ উপৰিও এফ ডি এয়ে সংগঠিত চক্ৰৰ জৰিয়তে এনে সামগ্ৰীৰ ব্যৱসায় কৰা ক্ষেত্ৰত মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ আইন (এম চি চি এ) বলবৎ কৰাৰ বাবে আৰক্ষীৰ সৈতে সমন্বয় গঢ়ি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd