• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

এই সমস্যা কেৱল বৃদ্ধসকলৰ মাজতে সীমাবদ্ধ নহয়। কম বয়সীয়া কৰ্মজীৱিৰ মাজতো উচ্চ ৰক্তচাপ আৰু ৰক্তশৰ্কৰা বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2026 7:59 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসুস্থতাৰ কোনো লক্ষণ নাই, শৰীৰ একেবাৰে স্বাভাৱিক। কিন্তু উচ্চ ৰক্তচাপ (Hypertension) বা তেজত শৰ্কৰাৰ অস্বাভাৱিকতা (Diabetes) লাহে লাহে শৰীৰৰ  শিপাব পাৰে। ভাৰতত এনে লোকৰ সংখ্যা বাঢ়িছে। শালিমাৰ বাগৰ ফৰ্টিছ হাস্পতালৰ নেফ্ৰ’লজিষ্ট ডাঃ যোগেশ ছাব্ৰাৰ মতে দেশৰ ১০ জনৰ ভিতৰত প্ৰায় ৮ জনেই উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা প্ৰি-ডায়েবেটিছ ৰোগত আক্ৰান্ত। ডাঙৰ সমস্যাটো হ’ল তেওঁলোকৰ বহুতেই নিজৰ বেমাৰৰ বিষয়ে অজ্ঞাত।

উচ্চ ৰক্তচাপ বা ৰক্তশৰ্কৰা বৃদ্ধি হ’লেও বহু লোকৰ প্ৰথম অৱস্থাত দৈনন্দিন জীৱনত কোনো প্ৰভাৱ নপৰে। ফলত তেওঁলোকে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। কিন্তু এই সমস্যা দুটা দীৰ্ঘদিন ধৰি নিয়ন্ত্ৰণৰ বাহিৰত থাকিলে শৰীৰৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰিব পাৰে।

Apply Now

বিশেষজ্ঞসকলৰ মতে, অনিয়ন্ত্ৰিত ৰক্তচাপ আৰু ব্লাড ছুগাৰে হৃদযন্ত্ৰ, বৃক্ক, মগজু আৰু চকু (Heart-Kidney-Brain-Eyes) প্ৰভাৱিত কৰিব পাৰে। পিছলৈ হৃদৰোগ, মগজুৰ ৰক্তক্ষৰণ বা ৰক্তবাহী নলী বন্ধ হোৱা, ষ্ট্ৰোক, বৃক্কৰ কাৰ্য্যক্ষমতা হ্ৰাস, দৃষ্টিশক্তি হেৰুৱা আদি জটিলতা আহিব পাৰে।

জীৱনশৈলীৰ পৰিৱৰ্তন ইয়াৰ আঁৰৰ এটা ডাঙৰ কাৰণ। শাৰীৰিক ক্ৰিয়া-কলাপ কমি যোৱা, অত্যধিক তেল-নিমখ-চেনি সেৱন, ওজন বৃদ্ধি, দীৰ্ঘদিন ধৰি মানসিক চাপ, পৰ্যাপ্ত টোপনিৰ অভাৱ আদিয়ে উচ্চ ৰক্তচাপ আৰু ৰক্তশৰ্কৰাৰ সম্ভাৱনা বৃদ্ধি কৰে। ধূমপান আৰু অত্যধিক মদ্যপানেও এই আশংকা বৃদ্ধি কৰিব পাৰে।

এই সমস্যা কেৱল বৃদ্ধসকলৰ মাজতে সীমাবদ্ধ নহয়। কম বয়সীয়া কৰ্মজীৱিৰ মাজতো উচ্চ ৰক্তচাপ আৰু ৰক্তশৰ্কৰা বৃদ্ধি পাইছে। দীৰ্ঘ সময় বহি থকা, অনিয়মিত খাদ্য খোৱা, টোপনিৰ অভাৱ, মানসিক চাপ আদি ইয়াৰ অন্যতম কাৰণ।

সেয়েহে বিশেষজ্ঞসকলে ৩০ বছৰ বয়সৰ পিছত নিয়মীয়াকৈ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। বিশেষকৈ যদি পৰিয়ালত ডায়েবেটিছ বা উচ্চ ৰক্তচাপৰ ইতিহাস আছে, যদি আপোনাৰ ওজন বেছি, বা আপোনাৰ জীৱনশৈলীত বিসংগতিৰ সৃষ্টি হয় তেন্তে আপুনি অধিক সাৱধান হোৱাটো প্ৰয়োজন।

পৰীক্ষাত এবাৰ সকলো স্বাভাৱিক হ’লে আপোনাৰ দায়িত্ব শেষ নহয়। নিয়মীয়াকৈ ৰক্তচাপ আৰু তেজৰ চেনিৰ মাত্ৰা পৰীক্ষা কৰিলে পৰিৱৰ্তন আৰম্ভ হোৱাৰ আগতেই ধৰিব পাৰি। প্ৰয়োজন অনুসৰি খাদ্য নিয়ন্ত্ৰণ কৰা, নিয়মিতভাৱে খোজ কঢ়া বা ব্যায়াম কৰা, ওজন কমোৱা, মানসিক চাপ নিয়ন্ত্ৰণৰ অভ্যাস গঢ়ি তোলাটোও গুৰুত্বপূৰ্ণ।

কাৰণ এই দুটা ৰোগৰ লক্ষণৰ বাবে অপেক্ষা কৰাটো প্ৰায়ে বিপদজনক। যদি শৰীৰে জাননী দিয়াৰ আগতেই সমস্যাটো ধৰা পৰে তেন্তে ডাঙৰ জটিলতাৰ পৰা হাত সাৰি থকাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

অভূতপূৰ্ব! চাৰি মাহত ২২ জন লোকক মৃত্যুদণ্ড দিয়া কোন এইগৰাকী ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

August 18, 2026 8:53 am
ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

ভাৰতত ১০ জনৰ ভিতৰত ৮ জনেই প্ৰেছাৰ-ছুগাৰত আক্ৰান্ত; অজানিতে ক্ষতি হৈছে হাৰ্ট-কিডনিৰ! কি পৰীক্ষা কৰিব?

August 18, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd