• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ভাৰতত মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ মাধ্যম হিচাপে বৰ্তমানৰ 'ফাঁচী' প্ৰথাই বাহাল থাকিব। ফাঁচীৰ পৰিৱৰ্তে বিষাক্ত বেজী প্ৰয়োগৰ দৰে 'কম যন্ত্ৰণাদায়ক' বিকল্প বিচাৰি দাখিল কৰা এখন আৱেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে মৃত্যুদণ্ডৰ ক্ষেত্ৰত ফাঁচীৰ সাংবিধানিক বৈধতা বাহাল ৰাখি এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

এন ই নাও নিউজ, গুৱাহাটী3 by এন ই নাও নিউজ, গুৱাহাটী3
August 18, 2026 3:58 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত মৃত্যু দণ্ড কাৰ্যকৰী কৰাৰ মাধ্যম হিচাপে বৰ্তমানৰ ‘ফাঁচী’ প্ৰথাই বাহাল থাকিব। ফাঁচীৰ পৰিৱৰ্তে বিষাক্ত বেজী প্ৰয়োগৰ দৰে ‘কম যন্ত্ৰণাদায়ক’ বিকল্প বিচাৰি দাখিল কৰা এখন আৱেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে মৃত্যু দণ্ডৰ ক্ষেত্ৰত ফাঁচীৰ সাংবিধানিক বৈধতা বাহাল ৰাখি এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে।

 

Apply Now

অধিবক্তা ঋষি মলহোত্ৰাই ২০১৭ চনত দাখিল কৰা এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনত ফাঁচীৰ বিকল্প হিচাপে বিষাক্ত বেজী, গুলীয়াই হত্যা, ইলেক্ট্ৰকিউচন (বিদ্যুৎ প্ৰয়োগ) বা গেছ চেম্বাৰৰ দৰে পদ্ধতিৰ প্ৰস্তাৱ দিয়া হৈছিল, যাৰ জৰিয়তে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে দোষীৰ মৃত্যু হ’ব পাৰে। আৱেদনকাৰীয়ে ফাঁচীক এক অত্যন্ত যন্ত্ৰণাদায়ক, অমানৱীয় আৰু নিষ্ঠুৰ প্ৰক্ৰিয়া বুলি অভিহিত কৰিছিল। তেওঁ লগতে যুক্তি আগবঢ়াইছিল যে ফাঁচীৰ জৰিয়তে মৃত্যু নিশ্চিত কৰিবলৈ প্ৰায় ৪০ মিনিট সময় লাগে, আনহাতে গুলী বা বিষাক্ত বেজীৰে এই প্ৰক্ৰিয়া মাত্ৰ ৫ মিনিটত সম্পন্ন হয়। সেয়েহে, ভাৰতীয় দণ্ড বিধিৰ ৩৫৪(৫) ধাৰা আৰু ইয়াৰ সমতুল্য ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ৩৯৩(৫) ধাৰাৰ অধীনত ফাঁচী দিয়াৰ নিয়মক অসাংবিধানিক ঘোষণা কৰি সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত মৰ্যাদাপূৰ্ণ মৃত্যুৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ দাবী জনোৱা হৈছিল।

 

অৱশ্যে উচ্চতম ন্যায়ালয়ে লগতে কয় যে এই ৰায়টোৱেই চূড়ান্ত নহয়। ভৱিষ্যতে যদি বিকল্প পদ্ধতিৰ সপক্ষে কোনো শক্তিশালী বৈজ্ঞানিক বা চিকিৎসা বিজ্ঞানৰ প্ৰমাণ ওলায়, তেন্তে এই বিষয়টো পুনৰ বিবেচনা কৰা হ’ব পাৰে। ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দি কয় যে চৰকাৰে ইচ্ছা কৰিলে মৃত্যুদণ্ডৰ বিকল্প পদ্ধতিসমূহ বিস্তাৰিতভাৱে পৰ্যালোচনা কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিব পাৰে।

 

কেন্দ্ৰীয় চৰকাৰৰ হৈ এটৰ্নী জেনেৰেল আৰ. ভেংকটৰমণীয়ে ন্যায়ালয়ক অৱগত কৰে যে চৰকাৰে ইতিমধ্যে এই বিষয়টো বিবেচনা কৰিবলৈ এখন সমিতি গঠন কৰিছে। ইয়াৰ পূৰ্বে হোৱা শুনানিত কেন্দ্ৰীয় চৰকাৰে পুৰণি নিয়ম সলনি কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰাত ন্যায়ালয়ে অসন্তুষ্টি ব্যক্ত কৰিছিল। শুনানিত চৰকাৰক পৰামৰ্শ দিয়া হৈছিল যে দোষীক ফাঁচী বা বিষাক্ত বেজীৰ মাজত যিকোনো এটা বাছি লোৱাৰ বিকল্প দিব পাৰি নেকি। কিন্তু কেন্দ্ৰই শপতনামাযোগে জনাইছিল যে এনে কৰাটো “প্ৰায়োগিকভাৱে সম্ভৱ নহয়”। ইয়াৰ উত্তৰত বিচাৰপীঠে মৌখিকভাৱে মন্তব্য কৰিছিল যে সময়ৰ লগে লগে পৰিৱৰ্তনৰ প্ৰয়োজন, কিন্তু চৰকাৰে পুৰণি নিয়ম সলনি কৰিবলৈ ইচ্ছুক নহয়।

এন ই নাও নিউজ, গুৱাহাটী3

এন ই নাও নিউজ, গুৱাহাটী3

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

আছিল কঁকাললৈকে বৈ পৰা চুলি; কি এনেকুৱা ঘটিল যে চুলি খুৰাই টকলা হ’ল নয়নতৰা?

August 18, 2026 3:27 pm
নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

নতুন সমীক্ষাত দাবী! ইৰাণ যুদ্ধৰ বাবে বৰ্তমান কাৰ্যকালত ট্ৰাম্পৰ জনপ্ৰিয়তা সৰ্বনিম্ন স্তৰত

August 18, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

বানপীড়িতক সহায়ৰ নামত প্ৰৱঞ্চনা: কুংকি চৌধুৰীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ধন সংগ্ৰহ দুষ্ট চক্ৰৰ

August 18, 2026 4:40 pm
ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

ফাঁচীৰ সলনি বিষাক্ত বেজীৰে মৃত্যু দণ্ড কিয় নিদিয়ে ভাৰতত? আবেদন খাৰিজ কৰি কি ক’লে উচ্চতম ন্যায়ালয়ে?

August 18, 2026 3:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd