• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

১১ বছৰ ধৰি চলি থকা এই দীৰ্ঘদিনীয়া গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে দুয়োপক্ষকে ভর্ৎসনা কৰে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 24, 2026 2:46 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যক্তিগত শত্ৰুতা পূৰণ বা নিজৰ ভাবমূৰ্তি ৰক্ষাৰ বাবে আইনী যুঁজত আদালতৰ মূল্যৱান সময় অপচয় কৰিব নোৱাৰিব। ১১ বছৰ ধৰি এজন জ্যেষ্ঠ অধিবক্তা আৰু তেওঁৰ প্ৰাক্তন ক্লায়েণ্টৰ মাজত চলি থকা দীঘলীয়া আইনী যুদ্ধ (উচ্চতম ন্যায়ালয়ৰ বিলাসী মামলা)ক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে।

এনে ‘বিলাসিতাৰ আইনী যুঁজে’ (Luxury Litigation) প্ৰকৃত ন্যায়প্ৰাৰ্থীসকলৰ ন্যায় লাভৰ গতি পিছুৱাই নিয়ে বুলি কঠোৰ পৰ্যবেক্ষণ ৰাখি ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে দুয়োপক্ষক ৫ লাখ টকাকৈ জৰিমনাৰ আদেশ দিয়ে।

Apply Now

এই ঘটনাৰ আৰম্ভণি হৈছিল ২০১৩ চনৰ পৰা। ভাতৃৰ সৈতে বিবাদৰ অন্তত এগৰাকী মহিলাই মালাড থানালৈ গৈ এজন শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে পৰিচয় হয়। অভিযোগ অনুসৰি আৰক্ষী বিষয়াগৰাকীয়ে সহায় কৰাৰ অজুহাতত তেওঁক শাৰীৰিক নিৰ্যাতন আৰু যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল।

বিষয়টোত আইনী সহায়ৰ বাবে এগৰাকী অধিবক্তাৰ কাষ চাপি মহিলাগৰাকীয়ে সকলো গোপনীয় তথ্য আৰু প্ৰমাণ তেওঁৰ হাতত গতাই দিয়ে। কিন্তু পিছত মহিলাগৰাকীয়ে অধিবক্তাই তেওঁৰ পেছাদাৰী মৰ্যাদা উলংঘা কৰি তেওঁৰ সন্মতি অবিহনে সংবাদ মাধ্যমৰ আগত গোপনীয় তথ্য ফাদিল কৰা আৰু জাননী জাৰি কৰাৰ অভিযোগ উত্থাপন কৰে।

এই সন্দৰ্ভত ভাৰতীয় বাৰ কাউন্সিলৰ ওচৰত অভিযোগ দাখিল কৰাৰ সময়ত বাৰ কাউন্সিলৰ অনুশাসন সমিতিয়ে অধিবক্তাজনক দোষী সাব্যস্ত কৰি দুবছৰৰ বাবে অনুজ্ঞাপত্ৰ নিলম্বন কৰে। একে সময়তে অভিযোগকাৰীক ক্ষতিপূৰণ হিচাপে ৩ লাখ টকা আৰু বাৰ কাউন্সিলক ২ লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে। পিছত এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দুয়োটা পক্ষই প্ৰথমে বম্বে উচ্চ ন্যায়ালয়ৰ আৰু পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

১১ বছৰ ধৰি চলি থকা এই দীৰ্ঘদিনীয়া গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে দুয়োপক্ষকে ভর্ৎসনা কৰে। ন্যায়াধীশসকলে স্পষ্ট কৰি দিয়ে যে দেশৰ আইনী ব্যৱস্থা ব্যক্তিগত প্ৰতিশোধ পূৰণ বা তেওঁলোকে নিজেই সৃষ্টি কৰা বিতৰ্কৰ সুবিধা লোৱা ঠাই নহয়। দুয়োটা পক্ষই প্ৰকৃত তথ্য লুকুৱাই আদালতলৈ আহিছিল। বাৰ কাউন্সিল, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে অপচয় কৰা ১১ বছৰৰ সময়খিনি আন কোনোবা জৰুৰী বিচাৰ প্ৰাৰ্থীৰ প্ৰাপ্য আছিল।

ইয়াৰ পিছত বিচাৰপীঠে দুয়োপক্ষকে চাৰি সপ্তাহৰ ভিতৰত ‘উচ্চতম ন্যায়ালয়ৰ আইনী সেৱা সমিতি’ত ৫ লাখ টকাকৈ জৰিমনা জমা দিবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd