• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

ড্ৰিস্কল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ বন্ধু আছিল। ট্ৰাম্প প্ৰশাসনত যোগদান কৰাৰ পূৰ্বে তেওঁ ভেন্সৰ উপদেষ্টা হিচাপেও কাম কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2026 9:04 am
আমেৰিকাৰ সেনা সচিব ডেন ড্ৰিস্কলে  পদত্যাগ কৰিছে। ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ সেনা সচিব ডেন ড্ৰিস্কলে পদত্যাগ কৰিছে। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ যুদ্ধৰ মাজতে ডেন ড্ৰিস্কলে আমেৰিকাৰ সেনা সচিব পদৰ পৰা পদত্যাগ কৰিছে। সোমবাৰে হোয়াইট হাউছে তেওঁৰ পদত্যাগৰ কথা নিশ্চিত কৰে। অৱশ্যে তেওঁ কিয় এই পদ এৰিলে সেয়া জানিব পৰা হোৱা নাই। উল্লেখ্য যে যোৱা বছৰৰ (২০২৫) ২৫ ফেব্ৰুৱাৰীত তেওঁ সেনা সচিব পদত যোগদান কৰিছিল।

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ড্ৰিস্কলৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ সৈতে কেইবামাহো ধৰি সংঘাত চলি আছিল। খবৰ অনুসৰি পেন্টাগনত কাৰ কিমান ক্ষমতা আৰু প্ৰভাৱ থাকিব সেই লৈ দুয়োৰে মাজত মতানৈক্য তুংগত উপনীত হৈছিল।

Apply Now

হেগছেথে প্ৰতিৰক্ষা সচিব হিচাপে দায়িত্ব লোৱাৰ পিছত আমেৰিকান সেনাৰ কেইবাজনো উচ্চ পদস্থ বিষয়াক বদলি কৰিবলৈ আৰম্ভ কৰে। যোৱা এপ্ৰিল মাহত তেওঁ সেনাৰ শীৰ্ষ বিষয়া জেনেৰেল ৰাণ্ডী জৰ্জক অপসাৰণ কৰিছিল। ইউৰোপ আৰু আফ্ৰিকাত আমেৰিকাৰ বাহিনীৰ দায়িত্বত থকা জেনেৰেল ক্রিষ্টোফাৰ ড’নাহুৱেও পদত্যাগ কৰিছিল৷

জৰ্জক অপসাৰণৰ খবৰ শুনি ড্ৰিস্কলে ৰাজহুৱাভাৱে ক্ষোভ প্ৰকাশ কৰিছিল। ইয়াৰ পিছত হেগছেথে জৰ্জৰ ঠাইত জেনেৰেল ক্রিষ্টোফাৰ লেনিভক আনিছিল। ড্ৰিস্কলৰ কাৰ্যকালত আৰম্ভ হোৱা সেনাবাহিনীৰ কিছুমান আধুনিকীকৰণ প্ৰকল্প তেওঁ বন্ধ কৰি দিয়ে। জানিব পৰা মতে, সেই সময়ৰ পৰাই এই সংঘাত আৰম্ভ হৈছিল।

ড্ৰিস্কল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ বন্ধু আছিল। ট্ৰাম্প প্ৰশাসনত যোগদান কৰাৰ পূৰ্বে তেওঁ ভেন্সৰ উপদেষ্টা হিচাপেও কাম কৰিছিল। সেনাবাহিনীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰিৱৰ্তনত তেওঁৰ ভূমিকা আছিল। আনকি তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰো ঘনিষ্ঠ আছিল। ট্ৰাম্পে তেওঁক ইউক্ৰেইনক পুনৰ আলোচনাৰ মেজলৈ অনাৰ দায়িত্ব দিছিল।

২০০৭ চনৰ পৰা ২০১১ চনলৈকে আমেৰিকান সেনাবাহিনীত আৰ্মাৰ অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ড্ৰিস্কলে ২০০৯ চনৰ পৰা ২০১০ চনলৈকে ইৰাকত নিয়োজিত হৈ আছিল। তেওঁৰ পিতৃ আৰু ককাকো আমেৰিকান সেনাবাহিনীৰ বিষয়া আছিল। ২০২৪ চনত ট্ৰাম্পে তেওঁক সেনা সচিব পদৰ বাবে মনোনীত কৰিছিল।সেই সময়ত তেওঁ ড্ৰিস্কলক “পৰিৱৰ্তনৰ কাৰিকৰ” বুলি অভিহিত কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd