• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

এসময়ত নিশাটোৰ ভিতৰতে নৱপ্ৰজন্মৰ হৃদস্পন্দন হৈ পৰা তাৰকাগৰাকীয়ে আজি বিভিন্ন বিয়াঘৰত নৃত্য প্ৰদৰ্শন কৰি পৰিয়াল আৰু চিকিৎসাৰ খৰচ পূৰণ কৰি টকা উপাৰ্জন কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2026 12:43 pm
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনোৰঞ্জনৰ জগতখনত কোনে কেতিয়া সফলতাৰ শিখৰৰ পৰা নামি তলত পৰে সেয়া কোৱা টান। ১৯৯০ চনৰ কালজয়ী ছবি ‘আশিকী’ৰ জৰিয়তে বিখ্যাত হৈ পৰা অভিনেতা ৰাহুল ৰায়ে এনে এক কৰুণ আৰু সংগ্ৰামৰ কাহিনীৰ সন্মুখীন হ’বলগীয়া হৈছে। এসময়ত নিশাটোৰ ভিতৰতে নৱপ্ৰজন্মৰ হৃদস্পন্দন হৈ পৰা তাৰকাগৰাকীয়ে আজি বিভিন্ন বিয়াঘৰত নৃত্য প্ৰদৰ্শন কৰি পৰিয়াল আৰু চিকিৎসাৰ খৰচ পূৰণ কৰি টকা উপাৰ্জন কৰে।

যোৱা বছৰ এটা সামাজিক অনুষ্ঠানত ৰাহুল ৰায়ৰ প্ৰদৰ্শন কৰা ভিডিঅ’ ভাইৰেল হোৱাত অনুৰাগীসকল অত্যন্ত আচৰিত হৈছিল। পিছত এজন কন্টেন্ট ক্ৰিয়েটৰৰ সৈতে তেওঁৰ ভিডিঅ’ও ভাইৰেল হৈ পৰে। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ কঠিন সংগ্ৰাম আৰু ব্ৰেইন ষ্ট্ৰ’কৰ পিছত অভিনয়লৈ ঘূৰি অহাৰ প্ৰচেষ্টাৰ বিষয়ে মুকলিকৈ কৈছে।

ৰাহুলে কয় যে তেওঁ আৰু তেওঁৰ ভাতৃয়ে দীৰ্ঘদিন ধৰি ৩০ লাখ টকাৰ আইনী গোচৰ চলাই আহিছে, যিটো তেওঁলোকে শীঘ্ৰে নিষ্পত্তি কৰিব বিচাৰে। তদুপৰি পত্নীৰ পৰা বিচ্ছেদৰ সময়ত সকলো সম্পত্তি পত্নীক হস্তান্তৰ কৰাৰ পিছত বৰ্তমান তেওঁ সকলো নতুনকৈ গঢ়ি তোলাৰ চেষ্টা চলাইছে। তেওঁৰ ভাষাত, ‘মোৰ বয়স এতিয়া ৬০ বছৰ আৰু মই মোৰ সাম্ৰাজ্যখন নতুনকৈ গঢ়ি তুলিবলৈ চেষ্টা কৰিছো।’

Apply Now

স্বাস্থ্য সংকট আৰু কামৰ অভাৱৰ বিষয়ে ৰাহুল ৰায়ে কয়, ‘যোৱা ৫ বছৰ মোৰ বাবে এটা বিৰতিৰ দৰে আছিল, কাৰণ মই মগজুৰ ষ্ট্ৰোকৰ পিছত সুস্থ হৈ উঠিছিলো। মোৰ কোনো কাম নাছিল। কিন্তু এতিয়া কিছু কাম পাইছো আৰু অধিক কাম কৰিব বিচাৰিছো। ইমান দিনৰ পিছত চেটলৈ ঘূৰি আহি কেমেৰাৰ সন্মুখত থিয় হৈ বৰ ভাল লাগিছে। যিসকলে মোৰ ওপৰত বিশ্বাস ৰাখিছে তেওঁলোকক ধন্যবাদ। ৩৭ বছৰীয়া চলচ্চিত্ৰ যাত্ৰাত মই ভাল কাম কৰিছো আৰু আগলৈও কৰি যাব বিচাৰো।’

এখন বিয়াত নচাক লৈ ছ’চিয়েল মিডিয়াত হোৱা কটুক্তি সন্দৰ্ভত ৰাহুলে কয়, ‘মোৰ সংসাৰ আৰু খৰচৰ বাবে টকা লাগে। ব্ৰেইন ষ্ট্ৰোকৰ পিছত কাম বিচাৰি পোৱাটো কঠিন হৈ পৰিছিল। যোৱা ৫ বছৰ ধৰি মই জীয়াই থাকিবলৈ যি পাৰো কৰি আহিছো। কেতিয়াবা বিয়াত নাচি ২ লাখ আৰু কেতিয়াবা ৪ লাখ টকা পাওঁ। মোক ট্ৰল কৰি থকাসকলে বুজি নাপাব যে এইটোও কষ্টকৰ কাম। মোৰ সকলো খৰচ মই বহন কৰিব লাগে।’

উদ্যোগটোৰ কঠিন সময়ত তেওঁৰ কাষত থিয় দিয়া সকলৰ প্ৰতি ৰাহুলে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁৰ কঠিন সময়ত ছলমান খান, কৰিশ্মা কাপুৰ, ৰবীনা টেণ্ডন, ফাৰাহ খান, অৰ্চনা পুৰণ সিং আৰু পূজা ভাটে সহায়ৰ হাত আগবঢ়াইছিল। বিশেষকৈ ছলমান খানে ব্ৰেইন ষ্ট্ৰ’কৰ পিছত ৰাহুলৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিছিল।

তেওঁ লগতে ‘আশিকী’ৰ সহ অভিনেতা অনু আগৰৱালা, দীপক তিজোৰী, অৱতাৰ গিল আৰু পৰিচালক মহেশ ভাটকো ধন্যবাদ জ্ঞাপন কৰে। শীঘ্ৰে পুনৰ দীপক তিজৰীৰ সৈতে কাম কৰাৰ আশা প্ৰকাশ কৰিছে প্ৰবীণ অভিনেতাগৰাকীয়ে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm
‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am
আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm
‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd