• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বাসগৃহত অগ্নিকাণ্ডৰ পাছত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাক লৈ এজাহাৰ পঞ্জীয়ন আৰু চিবিআই তদন্ত বিচাৰি দাখিল কৰা এখন আৱেদন দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে নাকচ কৰে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2026 8:02 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বাসগৃহত সংঘটিত অগ্নিকাণ্ডৰ পাছত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা ঘটনাৰ সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন আৰু চিবিআই বা বিশেষ তদন্তকাৰী গোটৰ দ্বাৰা তদন্ত বিচাৰি দাখিল কৰা এখন আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ অমিত বঞ্চলৰ বিচাৰপীঠে এই আৱেদনখনক এক ‘উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি’ বুলি অভিহিত কৰি প্ৰত্যাখ্যান কৰি কয় যে আৱেদনকাৰীৰ ওচৰত আইনত আন বিকল্প ব্যৱস্থা উপলব্ধ আছে।

Apply Now

শুনানিৰ সময়ত বিচাৰপীঠে আৱেদনকাৰী অধিবক্তা ঘনশ্যাম উপাধ্যায়ক ভৰ্ৎসনা কৰি প্ৰশ্ন কৰে যে তেওঁৰ আন কোনো কাম নাই নেকি। আদালতত আৱেদনকাৰীৰ অধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰি ন্যায়াধীশ বঞ্চলে জানিবলৈ বিচাৰে যে এজাহাৰ দাখিলৰ বাবে আৱেদনকাৰীয়ে কিয় নিম্ন আদালতৰ কাষ চপা নাছিল। ইয়াৰ উত্তৰত আৱেদনকাৰীয়ে যুক্তি দৰ্শাইছিল যে এইটো এটা অস্বাভাৱিক প্ৰকৃতিৰ ঘটনা আৰু নিম্ন আদালতে এই গোচৰত ন্যায় প্ৰদান কৰিব নোৱাৰে। তেওঁ লগতে উল্লেখ কৰে যে যিকোনো ব্যক্তিয়েই ফৌজদাৰী আইনৰ অধীনত গোচৰ ৰুজু কৰিব পাৰে আৰু ইয়াত কোনো বাধা থাকিব নালাগে।

আদালতে আৱেদনখন খাৰিজ কৰাৰ ইংগিত দিয়াৰ পাছত আৱেদনকাৰীয়ে আইনৰ আন বিকল্প ব্যৱস্থাসমূহ গ্ৰহণ কৰাৰ উদ্দেশ্যেৰে আৱেদনখন প্ৰত্যাহাৰ কৰে। উল্লেখযোগ্য যে, যোৱা আগষ্ট মাহত উচ্চতম ন্যায়ালয়েও তেওঁৰ একেখন আৱেদন নাকচ কৰিছিল।

প্ৰাপ্ত তথ্য অনুসৰি, ২০২৫ চনৰ ১৪ মাৰ্চৰ হোলীৰ নিশা প্ৰায় ১১.৩৫ বজাত সেই সময়ৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ লুটিয়েনছ দিল্লীস্থিত বাসগৃহত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ যোৱাৰ সময়তেই বাসগৃহটোত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছিল।

ধন উদ্ধাৰৰ এই ঘটনাই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত ন্যায়াধীশ বাৰ্মাক তেওঁৰ মাতৃ ন্যায়ালয় এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। পৰৱৰ্তী সময়ত লোকসভাত তেওঁৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও চলিত বৰ্ষৰ ৯ এপ্ৰিলত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰযোগে নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। ২০৩১ চনৰ ৫ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিবলগীয়া প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে পদত্যাগ কৰাৰ লগে লগে লোকসভাই গ্ৰহণ কৰা এই বিৰল বিচাৰ প্ৰক্ৰিয়াটো অপ্ৰাসংগিক হৈ পৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd