• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2026 4:19 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ব্যস্ত ৰাজপথত আজি প্ৰশাসনিক ব্যৱস্থাৰ এক দ্বি-মুখী তথা স্বৈৰাচাৰী ৰূপ অতি স্পষ্টভাৱে প্ৰকাশ পালে। এদিনতে মহানগৰীৰ বুকুত ঘটিল দুটা বিপৰীতধৰ্মী ঘটনা, যিয়ে ৰাজ্যৰ শাসন ব্যৱস্থাত সাধাৰণ নাগৰিক আৰু বিৰোধীৰ প্ৰতি থকা চৰকাৰী দৃষ্টিভংগী উদঙাই দিলে। শাসকীয় দলৰ কাৰ্যসূচীৰ বাবে মহানগৰীৰ পথ মুকলি হৈ থাকিল যদিও বানাক্ৰান্তৰ ন্যায় বিচাৰি ওলোৱা বিৰোধী দলৰ সমদলক আৰক্ষীৰ শক্তিৰে আধাপথতেই ৰুদ্ধ কৰা হ’ল।

আজি বিজেপি দলৰ তৰফৰ পৰা গুৱাহাটীত উলিওৱা হৈছিল সেৱা জ্যোতি কলহ যাত্ৰা। দিনৰ ব্যস্ত সময়ত ৰাজপথত এই দলীয় সমদলৰ বাবে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় আৰু সাধাৰণ জনজীৱন ব্যাহত হৈ পৰে। কিন্তু আশ্চৰ্যজনকভাৱে এই দলীয় কাৰ্যসূচীক প্ৰশাসনে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়, যাৰ ফলত ৰাজপথ যেন শাসকীয় দলৰ এক পৈতৃক সম্পত্তি বুলিহে সাধাৰণ ৰাইজে অনুভৱ কৰিবলগীয়া হ’ল।

Apply Now

ইফালে, ইয়াৰ ঠিক বিপৰীত ছবিখন দেখা গ’ল উলুবাৰীত। উজনি অসমৰ বানত সৰ্বস্বান্ত হোৱা লাখ লাখ দুৰ্ভগীয়া জনতাৰ উচিত ক্ষতিপূৰণ আৰু সাহাৰ্যৰ দাবীত চিপিআই (এম)-ৰ নেতৃত্বত এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিওৱা হৈছিল। মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰাৰ উদ্দেশ্যে আগবাঢ়ি যোৱা এই গণতান্ত্ৰিক সমদলটোক হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষী বাহিনীয়ে বাটতেই বাধা প্ৰদান কৰে।

স্মাৰকপত্ৰ গ্ৰহণ কৰাটো দূৰৰ কথা, প্ৰতিবাদকাৰীসকলক ৰাজপথতে বলপূৰ্বকভাৱে আটক কৰি চচলৰ নিৰ্ধাৰিত প্ৰতিবাদস্থলী চৌহদত আবদ্ধ কৰি ৰখা হয়। বালি আৰু কয়লা মাফিয়াৰ দালাল বুলি চৰকাৰক কটাক্ষ কৰি প্ৰতিবাদকাৰীসকলে কয় যে বানাক্ৰান্তৰ ন্যায় বিচাৰি মাত মাতিলেই আৰক্ষীৰ দমনমূলক নীতিৰ সন্মুখীন হ’ব লাগে।

এতিয়া প্ৰশ্ন উঠিছে যে চৰকাৰী পৃষ্ঠপোষকতাত চলা দলীয় প্ৰচাৰ আৰু চমকবাজীৰ বাবে ৰাজপথ বন্ধ কৰাটো যদি প্ৰশাসনৰ দৃষ্টিত বৈধ, তেন্তে বানাক্ৰান্ত মেহনতী জনতাৰ ন্যায্য দাবী উত্থাপন কৰাটো কিয় অপৰাধ হ’ব? বিৰোধীৰ সাংবিধানিক কণ্ঠক আৰক্ষীৰ লাঠীৰে স্তব্ধ কৰি শাসকীয় দলক অবাধ ৰেহাই দিয়া এই ঘটনাই অসমত চলি থকা একনায়কত্ববাদী শাসন ব্যৱস্থাকে অতি স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd