• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

শনিবাৰে ৰাষ্ট্ৰসংঘই এক বিবৃতি প্ৰকাশ কৰি দিল্লী আৰক্ষীৰ কাৰ্যকলাপ আৰু গণ আটকক লৈ উদ্বেগ প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে এই প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আটক কৰি ৰখাসকলক শীঘ্ৰে আৰু নিঃচৰ্তভাৱে মুকলি কৰি দিব লাগে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 11, 2026 7:43 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক দমন অভিযান চলে। এই ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ।

শনিবাৰে ৰাষ্ট্ৰসংঘই এক বিবৃতি প্ৰকাশ কৰি দিল্লী আৰক্ষীৰ কাৰ্যকলাপ আৰু গণ আটকক লৈ উদ্বেগ প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে এই প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে আটক কৰি ৰখাসকলক শীঘ্ৰে আৰু নিঃচৰ্তভাৱে মুকলি কৰি দিব লাগে।

শনিবাৰে নিশা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুখপাত্ৰ থামিন আল-খিতানে দিল্লীৰ ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে। ইয়াত লিখা হৈছে, ‘আজি দিল্লীত হোৱা ব্যাপক প্ৰতিবাদৰ সময়ত আৰু ইয়াৰ পূৰ্বে বৃহৎ সংখ্যক প্ৰতিবাদকাৰী, প্ৰতিবাদী নেতা, নাগৰিক অধিবক্তা আৰু সাংবাদিকক আটক কৰি ৰখা হৈছে। এই ঘটনাক লৈ আমি গভীৰভাৱে চিন্তিত।’

Apply Now

এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই ৩টা বিষয়ৰ ওপৰত আলোকপাত কৰিছে-

১.শান্তিপূৰ্ণভাৱে সমাৱেশৰ অধিকাৰ সম্পূৰ্ণৰূপে সন্মান কৰিব লাগিব। যদি প্ৰতিবাদত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হয়, তেন্তে সেই ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত কঠোৰ পৰীক্ষাৰে পাৰ হ’ব লাগিব।

২) ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মানৱ অধিকাৰৰ বাধ্যবাধকতাৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে আইন প্ৰয়োগকাৰী সংস্থাসমূহে চৰম সংযম পালন কৰিব লাগে।

৩) যিসকলক নিৰ্বিচাৰে আটক কৰা হৈছে তেওঁলোকক তৎক্ষণাত আৰু নিঃচৰ্তভাৱে মুকলি কৰি দিব লাগে।

ৰাষ্ট্ৰসংঘই লগতে কয় যে প্ৰতিবাদকাৰীসকলৰ যি কাৰণত উদ্বেগ প্ৰকাশ কৰিছে তেওঁলোকৰ সেই উদ্বেগসমূহ সমাধানৰ বাবে কৰ্তৃপক্ষই আলোচনাত বহিব লাগে  আৰু উদ্বেগসমূহ দূৰ কৰিব লাগে।

উল্লেখ্য যে যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিয়ে আহ্বান জনোৱা প্ৰতিবাদৰ পূৰ্বে শনিবাৰে দিল্লী আৰক্ষীয়ে অভিযানত নামিছিল। চিজেপি নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক একেদিনাই বিমানবন্দৰত আটক কৰা হয়।

জানিব পৰা মতে, ইয়াৰ পিছতে চাৰিজন প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, মমতা বেনাৰ্জী, পিনাৰায়ী বিজয়ন আৰু মাণিক সৰকাৰ, বিৰোধী নেতা, অধিবক্তা আৰু সাংবাদিককে ধৰি ৩০০০ৰ পৰা ৭০০০ লোকক আটক কৰা হৈছে।

এই ব্যাপক দমন কাৰ্যক লৈ ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰি তেওঁলোকক মুক্তিৰ দাবী জনাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd