• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

এৰিষ্ট' ফাৰ্মাচিউটিকেলছে প্ৰস্তুত কৰা চেফট্ৰিয়াক্সনযুক্ত এই বিশেষ বেজীয়ে বেক্টেৰিয়া ধ্বংস কৰাৰ লগতে ইয়াৰ বংশবিস্তাৰ ৰোধ কৰিব পাৰে বুলি দাবী কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2026 7:01 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বজুৰি ‘এণ্টিবায়টিক ৰেজিষ্টেন্স’ বা এণ্টিবায়টিক প্ৰতিৰোধ ক্ষমতা এক নতুন আৰু ভয়ংকৰ সমস্যা হিচাপে থিয় দিছে। অনিয়ন্ত্ৰিতভাৱে এণ্টিবায়টিক গ্ৰহণ কৰাৰ ফলত বেছিভাগ বীজাণুৱেই ‘মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট’ অৰ্থাৎ একাধিক ঔষধ প্ৰতিৰোধী হৈ পৰিছে, যাৰ ফলত পৰিচিত ঔষধসমূহৰ প্ৰভাৱ নাইকিয়া হৈছে। জ্বৰ, পেটৰ অসুখ বা এলাৰ্জিৰ দৰে ৰোগৰ বাবে এণ্টিবায়টিক গ্ৰহণ কৰিলেও ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল নোহোৱা এক পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে এক জটিল সময়ত চিকিৎসাবিজ্ঞানত এবিধ নতুন এণ্টিবায়টিকক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে, যিটো কোনো খোৱা ঔষধ নহয় বৰঞ্চ এটা বেজী। দাবী কৰা হৈছে যে এই বেজীৰ মাত্ৰ এটা পালিৰ জৰিয়তেই শৰীৰৰ যিকোনো স্থানত বাহ লৰা সংক্ৰামক ৰোগ নিৰ্মূল কৰিব পৰা যাব।

 

Apply Now

ভাৰতৰ এৰিষ্ট’ ফাৰ্মাচিউটিকেলছে প্ৰস্তুত কৰা এই বিশেষ বেজীবিধৰ নাম হৈছে ‘ম’ন’চেফ’ । সাধাৰণ এণ্টিবায়টিক টেবলেটতকৈ এই বেজীবিধ বহু পৰিমাণে পৃথক। প্ৰতিবেদন অনুসৰি, এই বেজীত ‘চেফট্ৰিয়াক্সন’ নামৰ এবিধ উপাদান থাকে, যিয়ে বেক্টেৰিয়াজনিত সংক্ৰমণ সফলতাৰে প্ৰতিৰোধ কৰিব পাৰে। এই উপাদানে কেৱল বেক্টেৰিয়া ধ্বংস কৰাই নহয়, বীজাণুৰ বংশবিস্তাৰ প্ৰক্ৰিয়াটোকো সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়ে। ইয়াৰ ফলত এবাৰ ৰোগ নিৰাময় হোৱাৰ পাছত পুনৰ সেই ৰোগ ঘূৰি অহাৰ সম্ভাৱনা বহুলাংশে হ্ৰাস পায়। শৰীৰত মাৰাত্মক সংক্ৰমণ থকা অৱস্থাত যিসকল ৰোগীয়ে টেবলেট বা খোৱা ঔষধ গ্ৰহণ কৰিব নোৱাৰে, তেওঁলোকক এই বেজী প্ৰদান কৰা হয়।

 

গৱেষকসকলে দাবী কৰা মতে, ম’ন’চেফ বেজীয়ে যিকোনো ধৰণৰ বেক্টেৰিয়াজনিত সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা ৰাখে। বিশেষকৈ হাওঁফাওঁৰ সংক্ৰমণ, শ্বাসকষ্ট আৰু নিউম’নিয়া ৰোধ কৰিবলৈ এই বেজী ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰি মগজুৰ সংক্ৰমণ বা মেনিনজাইটিছ, তেজৰ সংক্ৰমণ বা চেপ্টিচেমিয়া, মূত্ৰনলীৰ সংক্ৰমণ, পেট আৰু অন্ত্ৰৰ সংক্ৰমণ, ছালৰ বিভিন্ন সংক্ৰমণ লগতে টাইফয়েড ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো ই ফলপ্ৰসূ বুলি কোৱা হৈছে। যিকোনো জটিল অস্ত্ৰোপচাৰৰ পাছত ৰোগীক সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈকো চিকিৎসকে এই বেজীৰ প্ৰয়োগ কাৰ্যকৰী বুলি গণ্য কৰে। ডায়েবেটিছৰ ফলত হোৱা সংক্ৰমণ বা তেজৰ সংক্ৰমণত ভোগা ৰোগীসকলৰ বাবেও ই বিশেষভাৱে উপকাৰী।

 

যদিও ম’ন’চেফ বেজীয়ে এণ্টিবায়টিক প্ৰতিৰোধৰ ক্ষেত্ৰত এক নতুন বিকল্পৰ সন্ধান দিছে, তথাপিও ইয়াৰ ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। চিকিৎসাবিজ্ঞানৰ তথ্য অনুসৰি, যকৃত (লিভাৰ) বা বৃক্কৰ (কিডনী) জটিল ৰোগত আক্ৰান্ত লোক, গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ বাবে এই এণ্টিবায়টিক বেজী সুৰক্ষিত নহয়। বৰ্তমান সময়ত বিশেষজ্ঞসকলে এই সকীয়নি প্ৰদান কৰিছে যে পঞ্জীয়নভুক্ত চিকিৎসকৰ সঠিক পৰামৰ্শ অবিহনে এই বেজী গ্ৰহণ কৰিলে ৰোগীৰ জীৱনলৈ গুৰুতৰ বিপদ নামি আহিব পাৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

October 20, 2026 8:00 am
একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

October 20, 2026 7:01 am
বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

October 20, 2026 8:00 am
একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

October 20, 2026 7:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd