• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

সুনীল লাচিত ৰাজ্যৰ ক্ৰিকেট জগতত কোনো নতুন খেলুৱৈ নহয়। ২০২২-২৩ বৰ্ষৰ ৰঞ্জী ট্ৰফীত সৌৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ অভিষেক ঘটোৱাৰ পিছৰে পৰা অসমৰ দলৰ অংশ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2026 10:55 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম অসম প্ৰিমিয়াৰ লীগ (এপিএল)ত নগাঁও ৰেঞ্জাৰ্ছৰ হৈ অৱতীৰ্ণ হোৱা বাওঁহতীয়া পেচাৰ সুনীল লাচিতক চেন্নাই ছুপাৰ কিংছ (চিএছকে)ৰ ট্ৰাইলত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। এইটো ফ্ৰেঞ্চাইজিৰ বাবে আৰু লগতে অসমৰ ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। ফ্ৰেঞ্চাইজিটোৱে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এই খবৰ ঘোষণা কৰিছে।

ফ্ৰেঞ্চাইজিটোৱে কৈছে, ‘এয়া তেওঁৰ ক্ৰিকেট যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি আৰু নগাঁও ৰেঞ্জাৰ্ছৰ সৈতে জড়িত সকলোৰে বাবে এক গৌৰৱৰ মুহূৰ্ত।’ কোৱা হৈছে যে ‘তেওঁৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু খেলৰ প্ৰতি থকা আবেগে তেওঁৰ এই সুযোগ কঢ়িয়াই আনিছে। আমি তেওঁৰ এই উত্তৰণক শুভেচ্ছা জনাইছো।‘ ফ্ৰেঞ্চাইজিটোৱে ২৬ বছৰীয়া খেলুৱৈগৰাকীক এই সুযোগৰ ব্যৱহাৰ কৰিবলৈও আহ্বান জনায়।

সুনীল লাচিত ৰাজ্যৰ ক্ৰিকেট জগতত কোনো নতুন খেলুৱৈ নহয়। ২০২২-২৩ বৰ্ষৰ ৰঞ্জী ট্ৰফীত সৌৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ অভিষেক ঘটোৱাৰ পিছৰে পৰা অসমৰ দলৰ অংশ। এপিএলে তেওঁক আৰু ডাঙৰ মঞ্চ দিলে। ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এপিএলৰ উদ্বোধনী সংস্কৰণত আঠটা দলে ৪৩খন মেচ খেলিছিল, আৰু তেওঁ নগাঁও ৰেঞ্জাৰ্ছৰ মূল বলাৰৰ ভিতৰত অন্যতম আছিল।

Apply Now

তেওঁ আৰম্ভণিতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ছিজনৰ প্ৰথমটো জয়ত  ১৩৯/৯ ৰানত আৱদ্ধ ৰখা চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে দুটা উইকেট দখল কৰাৰ পিছত ৰেঞ্জাৰছে ১৩.২ অভাৰত লক্ষ্য খেদি দহ উইকেটৰ জয়লাভ কৰে, যিটো প্ৰতিযোগিতাখনৰ প্ৰথমটো এনে জয়।

আনহাতে, বৰষুণৰ ফলত হ্ৰাস হোৱা ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে খেলখনত তেওঁৰ শ্ৰেষ্ঠ বলিং কৰিছিল, য’ত তেওঁ চাৰি অভাৰত ২৩ ৰান দি ৪টা উইকেট দখল কৰিছিল। অৱশ্যে দুৰ্ভাগ্যজনকভাৱে ১২২ ৰানৰ লক্ষ্য খেদি নগাঁৱে ১২০/৯ ৰানত ইনিংছ সামৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

November 9, 2026 10:55 am
বিজেপিৰ জয়জয়-ময়ময়! এবছৰত কংগ্ৰেছৰ অনুদান সংগ্ৰহ হ্ৰাস পাইছে ৭৫ শতাংশ

বিজেপিৰ জয়জয়-ময়ময়! এবছৰত কংগ্ৰেছৰ অনুদান সংগ্ৰহ হ্ৰাস পাইছে ৭৫ শতাংশ

November 9, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd