• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড! আতচবাজীৰ বাবেই সংঘটিত ৪৯টা ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2026 8:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীপাৱলীৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যজুৰি সংঘটিত হ’ল ইটোৰ পিছত সিটো অগ্নিকাণ্ডৰ ঘটনা। এইবাৰ দীপাৱলীৰ দিনটোত অসমত মুঠ ১১২টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰে ৪৯টা অগ্নিকাণ্ড আতচবাজীৰ সৈতে সম্পৰ্কিত বুলি জানিব পৰা গৈছে। সোমবাৰে প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য সদৰী কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ৮ নৱেম্বৰ দেওবাৰে দীপাৱলী উদযাপনৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আতচবাজীৰ পৰা সৃষ্টি হোৱা জুইৰ স্ফুলিংগই বহু স্থানত বিপদৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ দলসমূহে ব্যাপক তৎপৰতা গ্ৰহণ কৰিবলগীয়া হয়।

Apply Now

ইফালে, ৰাজ্যৰ তিনিটা স্থানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। লক্ষীমপুৰ, পাঠশালা আৰু চিলাপথাৰত সংঘটিত এই ঘটনাসমূহে বিশেষ উদ্বেগৰ সৃষ্টি কৰে। লক্ষীমপুৰত আতচবাজীৰ স্ফুলিংগৰ পৰা অগ্নিকাণ্ড সংঘটিত হৈ এটা চাইকেলৰ গুদাম সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ খবৰ পোৱা গৈছে। গুদামটোত থকা চাইকেল, বিভিন্ন সা-সামগ্ৰী আৰু আনুষংগিক যন্ত্ৰাংশ জুইত জাহ যায়। জিলাখনৰ আন স্থানতো শস্যভৰ্তি ভঁৰাল আৰু বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।

আনহাতে, বজালী জিলাৰ পাঠশালাতো দীপাৱলীৰ নিশা আতচবাজীৰ স্ফুলিংগৰ পৰা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পাঠশালাত অস্থায়ীভাৱে আতচবাজী বিক্ৰীৰ বাবে প্ৰদান কৰা অনুমতিও বাতিল কৰে জিলা প্ৰশাসনে। জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

দীপাৱলীৰ দৰে উৎসৱৰ সময়ত আতচবাজীৰ ব্যৱহাৰে যে অগ্নিকাণ্ডৰ আশংকা বৃদ্ধি কৰে, এই ঘটনাসমূহে পুনৰ এবাৰ সেই বিপদৰ কথা সোঁৱৰাই দিলে। উৎসৱৰ আনন্দ উদযাপনৰ সমান্তৰালভাৱে অগ্নি-সুৰক্ষাৰ প্ৰতি অধিক সচেতন হোৱাৰ প্ৰয়োজনীয়তাও এই ঘটনাই স্পষ্ট কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড! আতচবাজীৰ বাবেই সংঘটিত ৪৯টা ঘটনা

দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড! আতচবাজীৰ বাবেই সংঘটিত ৪৯টা ঘটনা

November 9, 2026 8:49 pm
৩০টাতকৈয়ো অধিক গোচৰ, ৫ লাখ টকাৰ পুৰস্কাৰ! ইথিঅ’পিয়াৰ পৰা গেংষ্টাৰ আফ্ৰিদিক ভাৰতলৈ ঘূৰাই আনিলে পঞ্জাব আৰক্ষীয়ে

৩০টাতকৈয়ো অধিক গোচৰ, ৫ লাখ টকাৰ পুৰস্কাৰ! ইথিঅ’পিয়াৰ পৰা গেংষ্টাৰ আফ্ৰিদিক ভাৰতলৈ ঘূৰাই আনিলে পঞ্জাব আৰক্ষীয়ে

November 9, 2026 8:30 pm
ধ*ৰ্ষ*ণৰ গোচৰত সাঙোৰ খালে অভিনেত্ৰীৰ নাম! ৩ কোটি টকাৰ বাবেই প্ৰখ্যাত চিকিৎসকক ব্লেকমেইল কৰিছিল নেকি?

ধ*ৰ্ষ*ণৰ গোচৰত সাঙোৰ খালে অভিনেত্ৰীৰ নাম! ৩ কোটি টকাৰ বাবেই প্ৰখ্যাত চিকিৎসকক ব্লেকমেইল কৰিছিল নেকি?

November 9, 2026 8:12 pm
হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজলৈ বৃহৎ খবৰ! হাতী খেদিবলৈ এইবাৰ হাবিত সোমাব ১৪০ গৰাকী ‘গজ মিত্ৰ’

হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজলৈ বৃহৎ খবৰ! হাতী খেদিবলৈ এইবাৰ হাবিত সোমাব ১৪০ গৰাকী ‘গজ মিত্ৰ’

November 9, 2026 7:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড! আতচবাজীৰ বাবেই সংঘটিত ৪৯টা ঘটনা

দীপাৱলীত অসমত ১১২টা অগ্নিকাণ্ড! আতচবাজীৰ বাবেই সংঘটিত ৪৯টা ঘটনা

November 9, 2026 8:49 pm
৩০টাতকৈয়ো অধিক গোচৰ, ৫ লাখ টকাৰ পুৰস্কাৰ! ইথিঅ’পিয়াৰ পৰা গেংষ্টাৰ আফ্ৰিদিক ভাৰতলৈ ঘূৰাই আনিলে পঞ্জাব আৰক্ষীয়ে

৩০টাতকৈয়ো অধিক গোচৰ, ৫ লাখ টকাৰ পুৰস্কাৰ! ইথিঅ’পিয়াৰ পৰা গেংষ্টাৰ আফ্ৰিদিক ভাৰতলৈ ঘূৰাই আনিলে পঞ্জাব আৰক্ষীয়ে

November 9, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd