• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

শেহতীয়াকৈ তেওঁৰ ঘনিষ্ঠ বন্ধু তথা অভিনেতা প্ৰভাস শ্ৰীণুৱে এক সাক্ষাৎকাৰত প্ৰভাসৰ কেৰিয়াৰৰ আৰম্ভণিৰ বিভিন্ন গোপন কথা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2026 10:48 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণৰ তাৰকা প্ৰভাসে এতিয়া গোটেই ভাৰততে অভিনয়ৰ জগতখনত ৰাজত্ব কৰিছে। ইখনৰ পিছত সিখন ডাঙৰ বাজেটৰ চিনেমাত তেওঁক দেখা যায়। প্ৰভাসৰ চিনেমা মানেই অনুৰাগীৰ বাবে নিশ্চিত এন্টাৰটেইনমেন্ট। তেওঁৰ বিষয়ে যেতিয়াই কোনো খবৰ ওলায় তেতিয়াই ভাইৰেল হৈ পৰে। বিশেষকৈ প্ৰভাসৰ খাদ্য বা বিয়াৰ কথা সদায়েই চৰ্চাত থাকে।

অৱশ্যে শেহতীয়াকৈ তেওঁৰ বিষয়ে আন এক খবৰহে যথেষ্ট বিয়পি পৰিছে। পিতৃ সূৰ্য্যনাৰায়ণ ৰাজুৰ সৈতে প্ৰভাসৰ সম্পৰ্ক কেনেকুৱা আছিল সেই কথা এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে অভিনেতা এগৰাকীয়ে।

শেহতীয়াকৈ তেওঁৰ ঘনিষ্ঠ বন্ধু তথা অভিনেতা প্ৰভাস শ্ৰীণুৱে এক সাক্ষাৎকাৰত প্ৰভাসৰ কেৰিয়াৰৰ আৰম্ভণিৰ বিভিন্ন গোপন কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে সেই সময়ত প্ৰভাসে চিনেমাৰ বিভিন্ন দৃশ্যত অভিনয় কৰিবলৈ পিতৃ সূৰ্য্যনাৰায়ণ ৰাজুৰ পৰা অনুমতি লৈছিল।

Apply Now

টলিউডৰ সুপৰিচিত অভিনেতা তথা প্ৰযোজক উপ্পালপতি সূৰ্য্যনাৰায়ণ ৰাজুৰ পৰিয়ালৰ পৰা অহা সত্ত্বেও প্ৰভাসে নিজৰ বাবে এক সুকীয়া পৰিচয় সৃষ্টি কৰিছে। তেওঁৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক ছবিসমূহৰ ভিতৰত এখন আছিল ‘আদভি ৰামুডু’। এই ছবিখনত তেওঁৰ অভিনয় আৰু একচনে দৰ্শকৰ হৃদয় জয় কৰিছিল।

বহু অভিনেতাই ছবিত ৰোমান্টিক দৃশ্য বা লিপলক কৰাৰ সময়ত অলপ অস্বস্তি অনুভৱ কৰে। কিন্তু এনে দৃশ্যত অভিনয় কৰাৰ আগতে প্ৰভাসে কি কৰিছিল জানেনে? ‘আদভি ৰামুডু’ ছবিখনত ৰোমান্টিক চুম্বনৰ দৃশ্যত অভিনয় কৰাৰ পূৰ্বে প্ৰভাসে পিতৃক ফোন কৰি অনুমতি বিচাৰিছিল!

প্ৰভাসে ফোনত সোধে, “দেউতা, চিনেমাখনত চুম্বন কৰিব পাৰিমনে?” দেউতাকেও ধেমেলীয়াকৈ উত্তৰ দিয়ে, “খোৱা বেটা, এইটোতো চিনেমাৰ বাবেই।” দেউতাকে গ্ৰীণ চিগনেল দিয়াৰ পিছতহে সেই দৃশ্যটোত অভিনয় কৰিছিল প্ৰভাসে। পিতৃ-পুত্ৰৰ এই মধুৰ বন্ধুত্বৰ কথা শ্বেয়াৰ  কৰিছে প্ৰভাস শ্ৰীণুৱে।

প্ৰভাসৰ কেৰিয়াৰৰ সফলতাৰ আঁৰত তেওঁৰ পৰিয়ালৰ ডাঙৰ ভূমিকা আছে। বিশেষকৈ প্ৰভাসৰ পিতৃ সূৰ্য্যনাৰায়ণ ৰাজুৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। শ্বুটিংৰ সবিশেষৰ পৰা আৰম্ভ কৰি খাদ্যৰ সকলো কথা ঘৰতে আলোচনা কৰিছিল। ইণ্ডাষ্ট্ৰীত ইমান ডাঙৰ তাৰকা হোৱাৰ পিছতো প্ৰভাসৰ পৰিয়ালৰ প্ৰতি থকা সন্মান আৰু মৰম সদায় চকুত লগা। প্ৰভাসৰ বৰদেউতাক কৃষ্ণম ৰাজুৰ প্ৰতি থকা তেওঁৰ অপৰিসীম শ্ৰদ্ধাৰ কথা সকলোৱে জানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

November 19, 2026 10:48 am
পুনৰ ৰাজনৈতিক হিংসাত উত্তাল বাংলাদেশ! ইউনুছৰ ঘৰত অগ্নিসংযোগ; বহু স্থানত বিস্ফোৰণ, কি পৰিস্থিতি?

পুনৰ ৰাজনৈতিক হিংসাত উত্তাল বাংলাদেশ! ইউনুছৰ ঘৰত অগ্নিসংযোগ; বহু স্থানত বিস্ফোৰণ, কি পৰিস্থিতি?

November 19, 2026 8:56 am
‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

‘জন্মসূত্ৰে নহ’লেও সন্তান সন্তানেই’, চৰকাৰী নথিত ‘দত্তক’ লিখা বন্ধ কৰাৰ নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে

November 19, 2026 8:10 am
পৃথিৱীৰ পৰা এক আলোক দিৱস দূৰত ভয়েজাৰ ১; মহাকাশত নাছাৰ নতুন ইতিহাস

পৃথিৱীৰ পৰা এক আলোক দিৱস দূৰত ভয়েজাৰ ১; মহাকাশত নাছাৰ নতুন ইতিহাস

November 18, 2026 8:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

November 19, 2026 10:48 am
পুনৰ ৰাজনৈতিক হিংসাত উত্তাল বাংলাদেশ! ইউনুছৰ ঘৰত অগ্নিসংযোগ; বহু স্থানত বিস্ফোৰণ, কি পৰিস্থিতি?

পুনৰ ৰাজনৈতিক হিংসাত উত্তাল বাংলাদেশ! ইউনুছৰ ঘৰত অগ্নিসংযোগ; বহু স্থানত বিস্ফোৰণ, কি পৰিস্থিতি?

November 19, 2026 8:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd