• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

ৱেলিংটনত নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰথমখন টেষ্ট মেচত ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজক মূল একাদশত অন্তৰ্ভুক্ত নকৰাক লৈ দেশৰ ৰাজনীতিত বিতৰ্কৰ সূত্ৰপাত হৈছে। উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ কংগ্ৰেছ সাংসদ ইমৰান মাছুদে ছিৰাজৰ নাম আৰু পৰিচয়ৰ বাবেই তেওঁক দলৰ পৰা বাদ দিয়াৰ অভিযোগ উত্থাপন কৰাৰ পাছত বিজেপিয়ে কংগ্ৰেছ আৰু সাংসদগৰাকীক প্ৰত্যাক্ৰমণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2026 3:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ডৰ ৱেলিংটনত ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলৰ মূল একাদশত বেগী বলাৰ মহম্মদ ছিৰাজক স্থান নিদিয়াৰ বিষয়টোৱে ভাৰতত ৰাজনৈতিক বিতৰ্কৰ ৰূপ লৈছে। উত্তৰ প্ৰদেশৰ চাহাৰানপুৰৰ কংগ্ৰেছ সাংসদ ইমৰান মাছুদে সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা বাৰ্তালাপত ছিৰাজক দলৰ পৰা বাদ দিয়াৰ আঁৰত বৈষম্য থকাৰ অভিযোগ উত্থাপন কৰিছে। সাংসদগৰাকীৰ এই মন্তব্যৰ পাছতেই সামাজিক মাধ্যমৰ লগতে ৰাজনৈতিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিজেপিয়ে এই প্ৰসংগত কংগ্ৰেছ তথা ইমৰান মাছুদক উভতি ধৰিছে।

Apply Now

সংবাদ সংস্থা এএনআইৰ আগত কংগ্ৰেছ সাংসদ ইমৰান মাছুদে কয় যে ভাল প্ৰদৰ্শন কৰাৰ পাছতো মহম্মদ ছিৰাজক দলত স্থান দিয়া হোৱা নাই বুলি চৰ্চা চলিছে। তেওঁ অভিযোগ কৰে যে ছিৰাজৰ নাম ‘ছিৰাজ’ হোৱাৰ বাবেই তেওঁক দলত স্থান দিয়া হোৱা নাই। মাছুদে লগতে মন্তব্য কৰে যে ভাল প্ৰদৰ্শন আগবঢ়োৱাৰ পাছতো যদি কোনো খেলুৱৈক নিৰ্বাচিত কৰা নহয়, তেন্তে তাত বৈষম্য স্পষ্টভাৱে পৰিলক্ষিত হয়। সাংসদগৰাকীৰ এই বক্তব্য ৰাজহুৱা হোৱাৰ লগে লগেই সামাজিক মাধ্যমত নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে। ইয়াৰ প্ৰত্যুত্তৰত বিজেপিয়েও কংগ্ৰেছ দল আৰু ইমৰান মাছুদৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ চলাইছে।

উল্লেখযোগ্য যে ১৯ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলে চাৰিগৰাকী বেগী বলাৰক লৈ খেলপথাৰত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। দলটোৰ মূল একাদশত বেগী বলাৰ হিচাপে যশপ্ৰীত বুমৰাহৰ লগতে প্ৰসিদ্ধ কৃষ্ণা, আকাশ দীপ আৰু যুৱ বেগী বলাৰ অংশুল কম্বোজক অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ বিপৰীতে স্পিনাৰ হিচাপে দলত স্থান লাভ কৰে ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজাই। চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ চক্ৰত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা বলাৰ হোৱা সত্ত্বেও মূল একাদশত মহম্মদ ছিৰাজৰ নাম নথকা বিষয়টোৱে ক্ৰীড়াপ্ৰেমীসকলকো কিছু আচৰিত কৰি তোলে।

আনহাতে, মেচখনৰ টছৰ সময়তে ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে মহম্মদ ছিৰাজ আৰু গুৰনূৰ ব্ৰাৰক মূল একাদশৰ পৰা বাহিৰত ৰখাটো এক কঠিন সিদ্ধান্ত আছিল বুলি স্বীকাৰ কৰিছিল। দুয়োগৰাকী বলাৰে এদিনীয়া শৃংখলাত ভাল প্ৰদৰ্শন আগবঢ়াইছিল বাবেই তেওঁলোকক বাদ দিয়াৰ সিদ্ধান্ত লোৱাটো সহজ নাছিল বুলি গিলে উল্লেখ কৰিছিল। বৰ্তমান ভাৰতৰ পৰা বহু দূৰৈত নিউজিলেণ্ডৰ মাটিত টেষ্ট মেচখন চলি থকাৰ মাজতে খেলুৱৈ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশত আৰম্ভ হোৱা এই ৰাজনৈতিক বিতৰ্কই ব্যাপক চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

November 20, 2026 3:37 pm
পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

November 20, 2026 1:48 pm
ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

ক্ৰিমিয়া দলং আক্ৰমণক লৈ ক্ষুব্ধ পুটিন; দিলে ইউক্ৰেইনক উপযুক্ত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ

November 20, 2026 12:48 pm
বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

বিশ্ব বজাৰত খলকনি! শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিয়েই ২ লাখ কোটি ডলাৰৰ ক্লাৱত এন্থ্ৰপিক

November 20, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

November 20, 2026 3:37 pm
পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

পদত্যাগ মানেই অপৰাধ স্বীকাৰ নহয়, মই নিৰ্দোষী! লোকসভা সচিবালয়লৈ পত্ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ

November 20, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd