• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অদ্ভুত কাণ্ড! কংগ্ৰেছ, বিজেপিৰ পৰা নিৰ্বাচনত নামিল একেগৰাকী মহিলাই; মনোনয়ন দাখিল কৰিয়েই জয়ী

প্ৰতিখন মনোনয়ন দাখিলৰ সময়ত তেওঁ ভিন্ন পোছাক পিন্ধি আহিছিল। এবাৰ ৰঙা শাৰী, এবাৰ হালধীয়া শাৰী আৰু এবাৰ ছালৱাৰ-ছুট পিন্ধি তেওঁ নিৰ্বাচন আয়োগৰ সন্মুখত হাজিৰ হৈছিল

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 28, 2026 1:44 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ ডিগ জিলাত পঞ্চায়ত সমিতিৰ নিৰ্বাচনত প্ৰধান পদৰ নিৰ্বাচনৰ সময়ত এক অদ্ভুত ঘটনা সংঘটিত হৈছে। যাক লৈ সমগ্ৰ দেশতে চৰ্চা চলি আছে। কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে একেগৰাকী মহিলা প্ৰাৰ্থীকে নিজৰ নিজৰ নিৰ্বাচনী প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিছে।

ইয়াৰ পিছত মহিলাগৰাকীয়ে ৩ খন পৃথক মনোনয়ন পত্ৰ দাখিল কৰে। কাৰণ কংগ্ৰেছ আৰু বিজেপিৰ উপৰিও তেওঁ নিৰ্দলীয় হিচাপেও প্ৰতিদ্বন্দ্বিতা কৰিছিল। ফলত তেওঁৰ ৩খন মনোনয়ন পত্ৰ দাখিল কৰিছিল।

উল্লেখ্য যে প্ৰতিখন মনোনয়ন দাখিলৰ সময়ত তেওঁ ভিন্ন পোছাক পিন্ধি আহিছিল। এবাৰ ৰঙা শাৰী, এবাৰ হালধীয়া শাৰী আৰু এবাৰ ছালৱাৰ-ছুট পিন্ধি তেওঁ নিৰ্বাচন আয়োগৰ সন্মুখত হাজিৰ হৈছিল। অৱশেষত নিৰ্বাচনৰ ফলাফল বিজেপিৰ সপক্ষে গ’ল আৰু পদুমৰ প্ৰতীকৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰধান নিৰ্বাচিত হ’ল। ডিগ জিলাৰ ব্রিজ নগৰ পঞ্চায়ত সমিতিৰ প্রধান নির্বাচনত সংঘটিত হয় এই ঘটনা৷

Apply Now

কংগ্ৰেছৰ প্ৰতীকত মনোনয়ন দাখিল কৰাৰ সময়ত বাটি গুৰজাৰে পিন্ধিছিল ৰঙা শাৰী। বিজেপিৰ টিকটত মনোনয়ন দাখিল কৰাৰ সময়ত পুনৰ হালধীয়া ৰঙৰ শাৰী পিন্ধে। আনহাতে, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত ছালৱাৰ চুট পিন্ধি আহিছিল।

মনোনয়নত বিখ্যাত ৰাজনৈতিক ব্যক্তিৰ উপস্থিতিয়েও বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিজেপিৰ চিহ্ন থকা হালধীয়া ৰঙৰ শাৰী পিন্ধি যেতিয়া বাটি গুৰ্জৰে মনোনয়ন দাখিল কৰিবলৈ আহিছিল, তেতিয়া তেওঁৰ লগত আছিল গৃহ ৰাজ্য মন্ত্ৰী জৱাহৰ সিং। আনহাতে, কংগ্ৰেছৰ চিহ্ন থকা ৰঙা শাৰী পিন্ধি মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ লগত আছিল প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৱাজিব আলী।

প্ৰথমখন মনোনয়ন কংগ্ৰেছ প্ৰাৰ্থী হিচাপে, দ্বিতীয়খন বিজেপি প্ৰাৰ্থী হিচাপে আৰু তৃতীয়খন নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দাখিল কৰে। মনোনয়ন প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ পিছত পদুমৰ চিহ্ন থকা বিজেপিৰ মনোনয়ন পত্ৰখন বৈধ বুলি গণ্য কৰা হয়। ফলত বাটি গুৰ্জৰক বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰধান ঘোষণা কৰা হয়।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অদ্ভুত কাণ্ড! কংগ্ৰেছ, বিজেপিৰ পৰা নিৰ্বাচনত নামিল একেগৰাকী মহিলাই; মনোনয়ন দাখিল কৰিয়েই জয়ী

অদ্ভুত কাণ্ড! কংগ্ৰেছ, বিজেপিৰ পৰা নিৰ্বাচনত নামিল একেগৰাকী মহিলাই; মনোনয়ন দাখিল কৰিয়েই জয়ী

November 28, 2026 1:44 pm
ৰিঙৰ বাহিৰত দলিয়াই পেলাই দিছিল প্ৰতিপক্ষই! মাত্ৰ ৩৮ বছৰ বয়সতে মৃত্যু WWE তাৰকাৰ

ৰিঙৰ বাহিৰত দলিয়াই পেলাই দিছিল প্ৰতিপক্ষই! মাত্ৰ ৩৮ বছৰ বয়সতে মৃত্যু WWE তাৰকাৰ

November 28, 2026 12:54 pm
২০২৭ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা হৰ্ণমুক্ত চহৰ হ’ব কোকৰাঝাৰ; ঘোষণা জিলা প্ৰশাসনৰ

২০২৭ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা হৰ্ণমুক্ত চহৰ হ’ব কোকৰাঝাৰ; ঘোষণা জিলা প্ৰশাসনৰ

November 28, 2026 11:43 am
ডিলিমিটেশ্যন বিলত সমৰ্থনৰ বিনিময়ত মোডীৰ মন্ত্ৰীসভাত সুপ্ৰিয়া চুলে! মহাৰাষ্ট্ৰতো মন্ত্ৰিত্বক লৈ দৰদাম

ডিলিমিটেশ্যন বিলত সমৰ্থনৰ বিনিময়ত মোডীৰ মন্ত্ৰীসভাত সুপ্ৰিয়া চুলে! মহাৰাষ্ট্ৰতো মন্ত্ৰিত্বক লৈ দৰদাম

November 28, 2026 10:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অদ্ভুত কাণ্ড! কংগ্ৰেছ, বিজেপিৰ পৰা নিৰ্বাচনত নামিল একেগৰাকী মহিলাই; মনোনয়ন দাখিল কৰিয়েই জয়ী

অদ্ভুত কাণ্ড! কংগ্ৰেছ, বিজেপিৰ পৰা নিৰ্বাচনত নামিল একেগৰাকী মহিলাই; মনোনয়ন দাখিল কৰিয়েই জয়ী

November 28, 2026 1:44 pm
ৰিঙৰ বাহিৰত দলিয়াই পেলাই দিছিল প্ৰতিপক্ষই! মাত্ৰ ৩৮ বছৰ বয়সতে মৃত্যু WWE তাৰকাৰ

ৰিঙৰ বাহিৰত দলিয়াই পেলাই দিছিল প্ৰতিপক্ষই! মাত্ৰ ৩৮ বছৰ বয়সতে মৃত্যু WWE তাৰকাৰ

November 28, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd