• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইউ এচ টি এম-ৰ ‘জনসম্পৰ্কৰ দিন’ : চাৰিগৰাকী সাংবাদিকলৈ ‘মিডিয়া এক্সেলেন্স এৱাৰ্ড’

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 5, 2018 7:45 pm
Prashanta Rajguru, Editor, Amar Asom, delivering the keynote address on USTM PR Day on 5th July 2018 at Guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান দ য়ুনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টে’কনলজি, মেঘালয়ে আজি ৫ জুনত ‘জনসম্পৰ্কৰ দিন’ পালন কৰে। সেই উপলক্ষে মহানগৰীৰ ‘হোটেল লেণ্ডমাৰ্ক’ অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা অসমৰ চাৰিগৰাকী জ্যেষ্ঠ সাংবাদিকলৈ আগবঢ়োৱা হয় ‘মিডিয়া এক্সলেন্স এৱাৰ্ড’।

সাংবাদিক সমুদ্ৰ গুপ্ত কাশ্যপ, জাৰিৰ হুচেইন, দিলীপ চন্দন আৰু মাইনী মহন্তলৈ ২০১৮ বৰ্ষৰ বাবে এই ‘মিডিয়া এক্সেলেন্স এৱাৰ্ড’ আগবঢ়োৱা হৈছে।

Apply Now

তাৰোপৰি একেটা অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ আঠ গৰাকী সাংবাদিক ত্ৰিপুৰাৰ সুজিত চক্ৰবৰ্তী, গুৱাহাটীৰ সত্যন্দ্ৰ মিশ্ৰ, ইমতিয়াজ আহমেদ, মনমৰমী মহন্ত আৰু মৃদুল হালৈ, চিলঙৰ আফাক হুছেইন আৰু ইভানজোপ্লিন ঢখাৰ আৰু নাগালেণ্ডৰ টিনাকলি চুমিক প্ৰদান কৰা হয় ‘ইউ এচ টি এম মিডিয়া এচিভাৰ এৱাৰ্ড-২০১৮’।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ নিৰ্মল কুমাৰ চৌধুৰীৰ সভাপতিত্ব অনুষ্ঠিত এই অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী।

সভাত ভাষণ প্ৰসংগত প্ৰাক্তন ৰাজ্যপাল মুছাহাৰীয়ে কয়, “আমাৰ মহান ইতিহাস, অলেখ সম্পদ থকাৰ  পাছতো আমাৰ দেশ এঠাইতে ৰৈ আছে, তাৰ প্ৰধান কাৰণ আমাৰ শিক্ষাৰ মান আমি আগুৱাব পৰা নাই। শিক্ষা হৈছে সামাজিক পৰিৱৰ্তনৰ ৰাজহাড় স্বৰূপ”।

তেওঁ লগতে কয় যে বৰ্তমান সময়ত সংবাদমাধ্যম ৰজাৰ দৰে হৈ পৰিছে আৰু সংবাদ মাধ্যমে সকলো কৰিব পাৰে আৰু সেয়ে সমাজক শুধৰোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

আনহাতে চ’চিয়েল মিডিয়াৰ বৰ্তমান ভূমিকা সমাজৰ বাবে ক্ষতিকাৰকো হ’ব পাৰে আৰু সমাজৰ বাবে ই গঠনমূলকো হ’ব পাৰে বুলি কয় প্ৰাক্তন ৰাজ্যপালজনে।

অনুষ্ঠানত “Role of Universities in Socio-Political Awarness” বিষয়ত বক্তৃতা আগবঢ়ায় বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে।

তেওঁ কয়, “এটা সুষ্ঠ সমাজিক আৰু ৰাজনৈতিক পৰিৱেশ বৰ্তাই ৰাখিবলৈ প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবই লাগিব। আমি এনেকুৱা এটা সময়ত আছো য’ত গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈ আছে, হত্যা-হিংসা বৃদ্ধি পাইছে, মানুহৰ সহিষ্ণুতা হ্ৰাস পাইছে, বিজ্ঞানমনষ্কতাৰ অভাৱ ঘটিছে, তেনে এক সময়ত বিশ্ববিদ্যালয়ৰ কৰণীয় বহু বৃদ্ধি পাইছে।”

সভাত মেঘালয়ৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা সাংবাদিক পদ্মশ্ৰী মানস চৌধুৰীয়ে ‘Role of Universities In Outreach Activities’ শীৰ্ষক বক্তৃতা আগবঢ়ায়।

অনুষ্টানত সংবাদক্ষেত্ৰৰ লগত জড়িত উত্তৰ-পূবৰ যথেষ্টসংখ্যক লোক উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd