• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাগলাদিয়াৰ কালৰূপ : গৃহহাৰা হ’ল হাজোৰ ২০ টা পৰিয়াল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 6, 2018 10:57 am
36723861_817000645357386_4705050515724042240_n
118
VIEWS
Share on FacebookShare on Twitter

বাৰিষাৰ পূৰ্বে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ সকলো আঁচনিৰ কাম তথা মথাউৰি নিৰ্মাণৰ সকলো কাম যোৱা ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছিল। কিন্তু মুখ্য মন্ত্ৰীৰ এই নিৰ্দেশ আজি অসাৰ পৰিণত হৈছে ৰাজ্যৰ বিভিন্ন অঞ্চলত।

বিগত কিছু দিন ধৰি ৰাজ্যত নেৰা নেপেৰা বৰষুণৰ ফলত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰাকৈ খহনীয়াইও ধাৰণ কৰিছে কালৰূপ। ৰাজ্যৰ বিভিন্ন অঞ্চল এতিয়া বানত বুৰ যোৱাৰ লগতে খেতি-পথাৰ, ঘৰ-মাটি জাহ গৈছে নদীৰ বুকুত।

জানিব পৰা মতে হাজোৰ খলিহামাৰীতো পাগলাদিয়াৰ খহনীয়াত জাহ গৈছে ২০টাতকৈও অধিক পৰিয়ালৰ ভেটি–মাটিৰ লগতে শ শ বিঘা কৃষিভূমি। কঠোৰ পৰিশ্ৰমেৰে কৰা মৰাপাটৰ খেতি এতিয়া পাগলাদিয়াৰ নৈৰ বুকুত জাহ যোৱাত ব্যাপক ৰূপত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ কৃষকসকল।

ইফালে অঞ্চলটোৰ একমাত্ৰ বিদ্যালয়খনৰ লগতে খলিহামাৰীৰ মছজিদটোও পাগলাদিয়াৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত দিশহাৰা হৈ পৰিছে স্থানীয় অঞ্চলবাসী।

প্ৰশাসন তথা ৰাজ্য চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই বাৰিষাৰ পূৰ্বে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এনেধৰণে নৈৰ বুকুত ঘৰ-দুৱাৰ, খেতি-পথাৰ জাহ যোৱা বুলি অভিযোগ উত্থাপন হৈছে।

Recent News

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd