• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্য পৰিষদীয় নিৰ্বাচন : শাসক-বিৰোধী দলৰ কেইবাজনো মন্ত্ৰী-বিধায়কৰ হাফলং ভ্ৰমণ কাৰ্যসূচী

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
July 8, 2018 7:54 pm
AGP (1)

প্ৰতিনিধিত্বমূলক চিত্ৰ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক দল  বিজেপিয়ে অঞ্চলটোত তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। পৰিষদীয় নিৰ্বাচনত শাসনভাৰ দখল কৰা তথা বিজেপি দলৰ সামগ্ৰিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে সোমবাৰে দুদিনীয়া ভ্ৰমণ সূচী লৈ হাফলঙত উপস্থিত হ’ব মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙ।

দুদিনীয়া ভ্ৰমণসূচীৰে যাবলগীয়া মন্ত্ৰী শৰ্মাই বিভিন্ন কাৰ্যসূচীত অংশ ল’ব বুলি জানিব পৰা গৈছে। বিজেপি জিলা নেতৃত্বৰ লগত আলোচনাত মিলিত হোৱাৰ উপৰি পৰিষদীয় নেতাৰ লগতো বৈঠকত মিলিত হ’ব। আনহাতে জিলা বিভক্তকৰণ সম্পৰ্কত ইণ্ডিজেনাছ পিপুলচ ফ’ৰামৰ লগতো মন্ত্ৰী শৰ্মাই এখন গুৰুত্বপূৰ্ণ আলোচনা কৰিব।

Apply Now

উল্লেখ্য যে ডিমা হাচাওত সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে তথা ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে মন্ত্ৰী শৰ্মাই সোমবাৰে এশ কোটি টকাৰ বিশেষ আৰ্থিক অনুদানৰ কথা ঘোষণা কৰাৰো সম্ভাৱণা আছে।

আনহাতে মন্ত্ৰী শৰ্মাই হাফলঙৰ সমীপৱৰ্তী চাম্পাৰিদিচা ইক’ ট্যুৰিজমৰো বুজ ল’ব আৰু চাম্পাৰিদিচাতে নিশা অতিবাহিত কৰিব।

ইফালে শাসকাধীন বিজেপিৰ বাহিৰে জিলাখনৰ অন্যতম বিৰোধী ৰাজনৈতিক দল অসম গণ পৰিষদেও নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।

সেই উদ্দেশ্যে হাফলঙত মঙলবাৰে অগপই এখন বিশাল কৰ্মী সমাৱেশ আয়োজন কৰিছে। এই কৰ্মী সমাৱেশৰ জৰিয়তে দলটোৱে আগন্তুক স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৰাইজৰ আস্থা লাভ কৰাৰ প্ৰচেষ্টা চলাব। সেই উদ্দেশ্যে দলটোৰ সভপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত উক্ত সমাৱেশত উপস্থিত থাকিব।

আজি হাফলঙত সংবাদমেল পাতি এই কথা সদৰি কৰে অগপ হাফলং জিলা সমিতিৰ সভাপতি বকুল বড়ো আৰু অগপ যুৱ পৰিষদৰ সভাপতি বাবলু জহৰীয়ে। ডিমা হাচাওত এতিয়া অগপ দলৰ স্থিতি মজবুত বুলিও সংবাদমেলখনৰ জৰিয়তে তেওঁলোকে স্পষ্ট ৰূপত মন্তব্য কৰে।

উল্লেখনীয় যে ৰাজ্যত অগপ-বিজেপিৰ মিত্ৰতা আছে যদিও ডিমা হাচাওত কিন্তু অগপ-বিজেপি বিৰোধী শিবিৰত আছে। দুয়োটা দলে পৰিষদ নিৰ্বাচনত পৃথকে পৃথকে প্ৰাৰ্থিত্ব  প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd