• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য কঁপাই ‘পৃথক বৰাক’ৰ প্ৰস্তাৱ উত্থাপন প্ৰভাৱশালী নেতাৰ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
July 11, 2018 8:05 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কক লৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত প্ৰচণ্ড মত বিৰোধ চলি থকাৰ মাজতে আজি ১১ জুলাইত চূড়ান্তভাৱে উত্থাপিত হ’ল সুকীয়া বৰাকৰ প্ৰস্তাৱ।

বৰাকৰ অতি প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব, সদৌ কাচাৰ-কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সন্থা চমুকৈ অকছাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়ে উত্থাপন কৰিছে ৰাজ্য জোঁকাৰি যোৱা পৃথক বৰাকৰ এই প্ৰস্তাৱ।

Apply Now

‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ বুদ্ধিজীৱী, ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যম আৰু বিভিন্ন দল-সংগঠনে দিনৰ পাছত দিন ধৰি বৰাক উপত্যকাৰ লোকসকলক বিদ্ৰুপ কৰি আহিছে’ বুলি দাবী কৰি দত্ত ৰয়ে উত্থাপন কৰিছে পুনৰ অসম বিভাজনৰ এই ভয়াৱহ প্ৰস্তাৱ। ‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহবিলাকে দক্ষিণ অসমবাসীৰ অস্তিত্বকেই আক্ৰমণ কৰিছে। এইখন ৰাজ্যৰ পৰা পৃথক হৈ যোৱাটোৱেই এই অসন্মানজনক অৱস্থাৰ একমাত্ৰ শান্তিপূৰ্ণ সমাধান,’ দত্ত ৰয়ৰ প্ৰস্তাৱ।

আনহাতে ‘বিজেপি দলৰ দৃষ্টিভংগি অতি স্পষ্ট’ বুলি বিজেপি দল-চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ দত্ত ৰয়ে কয় ‘অঞ্চলটোক সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰিলে আৰু অধিক ভাল হয়।’

বৰাক উপত্যকাত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে অনুমোদন কৰিবলৈ অসম সাহিত্য সভাই দিয়া প্ৰস্তাৱৰ বিৰুদ্ধেও যুযুধান অৱস্থান লৈ বৰাকৰ প্ৰভাৱশালী নেতা তথা অধিবক্তাজনে ঘোষণা ‘অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী মূৰ্খ’।

‘আমি এই কৰ্তৃত্ব মানি ল’ব নোৱাৰোঁ। বাংলা বৰাকৰ চৰকাৰী ভাষা। তেওঁ মূৰ্খ। নহ’লে তেওঁ নাজানে যে ১৯৬১ চনত আমি যুদ্ধ কৰিছিলোঁ এই ভাষা প্ৰতিষ্ঠা কৰাৰ বাবে,’ দত্ত ৰয়ৰ হুংকাৰ।

অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ তপোধীৰ ভট্টাচাৰ্যৰ বিৰুদ্ধে কেইদিনমান আগতে গুৱাহাটীত ৰুজু হোৱা গোচৰটোৰ বিপক্ষে তেওঁ আইনী যুঁজ কৰি যাব বুলিও দত্ত ৰয়ে ঘোষণা কৰে।

উল্লেখযোগ্য যে এই প্ৰদীপ দত্ত ৰয়েই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াৰ পৰা বিচাৰক ৰঞ্জন গগৈক অপসাৰণ কৰাৰ বাবে আবেদন জনাই চলিত বৰ্ষৰ ২৬ মে’ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd