• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিত্ৰতাৰ মৰ্যাদা লাভ কৰা নাই অগপই : অভিযোগ মন্ত্ৰী কেশৱ মহন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 21, 2018 9:18 am
Keshab Mahanta

অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। ফাইল ফটো

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিত্ৰতাৰ প্ৰকৃত মৰ্যাদা লাভ কৰা নাই অগপ দলে।বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে কৌশলৰে মিত্ৰ দলসমূহক একাষৰীয়া  কৰি চৰকাৰী কাৰ্য্যসূচীৰ লগতে সভা-সমিতিসমূহ গেৰুৱাকৰণ কৰিছে। চৰকাৰী কাম-কাজসমূহত বিজেপি দলে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰাৰহে প্ৰয়াস চলাইছে।

তাৎপৰ্যপূৰ্ণভাৱে শুকুৰবাৰে তেজপুৰৰ অগপৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত অবিভক্ত দৰং জিলাৰ পাঁচখন জিলা সমিতিৰ এক দলীয় সতীৰ্থ সন্মিলনত এনেদৰে মন্তব্য কৰে দলৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

Apply Now

মহন্তই মিত্ৰজোঁটৰ চৰকাৰখনৰ সৈতে মিত্ৰতা যিকোনো সময়তে ভংগ হোৱাৰ আশংকা প্ৰকট হৈ পৰা বুলিও ব্যক্ত কৰে। তেওঁ কয়, ‘’কোন সময়ত মন্ত্ৰীৰ আৱাসৰ পৰা টালি টোপোলা বান্ধিব লাগে তাৰ ঠিকনা নাই। গতিকে মই আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এতিয়াও বিধায়ক আৱাস এৰা নাই।‘’

২০১৬ চনত অসম গণ পৰিষদ দল শক্তিহীন আছিল বুলি স্বীকাৰ কৰি মহন্তই শক্তি আহৰণৰ কাৰণেই বিজেপিৰ লগত অগপই মিত্ৰতা কৰিছিল বুলি সদৰী কৰে।  মিত্ৰতাৰ প্ৰকৃত মৰ্যাদা অগপ দলে লাভ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰী আঁচনিসমূহৰ সুবিধা দলৰ কৰ্মীসকলে লাভ কৰাত বাধা প্ৰদান কৰি অহাৰ লগতে দলৰ বিধায়ক নথকা সমষ্টিসমূহত অগপ দলৰ নেতা-কৰ্মীসকল অসুবিধাৰ সন্মুখীন হৈ আহিছে।

অগপৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে আমাৰ মিত্ৰতা কেৱল চৰকাৰতহে আছে তৃণমূল পৰ্যায়ত মিত্ৰতাৰ কোনো প্ৰভাৱ নাই। এই কথা  আমি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো জনাই দিছিলো।

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় নেতা-কৰ্মীসকলক প্ৰাৰ্থী নিৰ্বাচনকে ধৰি সম্পূৰ্ণভাৱে প্ৰস্তুত হ’বলৈ আহ্বান জনাই মহন্তই কয় যে পূৰ্বৰ সিদ্ধান্তকে বাহাল ৰাখি অগপ দলে পঞ্চায়ত নিৰ্বাচন অকলে খেলিব।

অগপ দলৰ উপ-সভাপতি প্ৰবীন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাষণ দি অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে কয় যে ৩০ জুলাইত প্ৰকাশিত হ’বলগীয়া এন আৰ চিৰ তালিকাত যি সকল অবৈধ ভাৰতীয় হিচাপে চিহ্নিত হয় তেওঁলোক অসমৰপৰা যাবই লাগিব। হিন্দু হওক কিম্বা মুছলমানেই হওক, অবৈধ বিদেশীক কেতিয়াও অসমত থাকিবলৈ দিয়া নহ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd