• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছাম ইনভেষ্টমেণ্ট ফাণ্ডৰ সাহায্যৰ ধনেৰে এপিপিআইটিআই, ৰৌতাত ছাত্ৰী নিৱাস নিৰ্মাণ

ছাজিদ খান by ছাজিদ খান
July 23, 2018 7:17 pm
IMG-20180723-WA0006
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওদালগুৰিৰ অনগ্ৰসৰ সম্প্ৰদায়ৰ প্ৰতি প্ৰতি থকা দায়বদ্ধতাৰ এক অংশ হিচাপে টাটা টীয়ে  জিলাখনৰ ৰৌতা এলেকাত চাহ বাগিচাৰ বিভিন্ন ঔদোগিক নিয়োগৰ বাবে পেছাদাৰী প্ৰশিক্ষণ দিয়াৰ বাবে  সংযুক্ত চাহ খেতি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান —এপিপিআইটিআই (Amalgamated Plantations Private Industrial Training Institute চমুকৈ APPITI)) স্থাপন কৰিছিল। ১৯৯৭ চনত এই প্ৰশিক্ষণ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিল। এপিপিআইটিআইৰ এটা সংবাদ বিবৃতিত প্ৰতিষ্ঠানটোত প্ৰশিক্ষণ লোৱা ছাত্ৰীৰ সুবিধাৰ্থে ৰৌতাত যোৱা ১৯ জুলাইত ১০০ ছাত্ৰীৰ থকা-খোৱাৰ সুবিধাযুক্ত এই ছাত্ৰী নিৱাস এটা নিৰ্মাণ কৰাৰ কথা প্ৰকাশিত হৈছে।

ছাত্ৰী নিৱাসটো দান কৰিছে আছাম ইনভেষ্টমেণ্ট ফাণ্ডে। যোৱা বছৰ নৱেম্বৰ মাহত ছাত্ৰী নিৱাসটোৰ আধাৰশিলা স্থাপন কৰাৰ ৮ মাহৰ ভিতৰতে এই ছত্ৰী নিৱাসটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে।

Apply Now

উল্লেখ্য যে মাজপাটৰ বিধায়ক চৰণ বড়োৱে এই এলেকাতে কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱা শিক্ষাৰ্থীসকলৰ বাবে এটা ডিজিটেল শ্ৰেণীকোঠা উদ্বোধন কৰিছে। আনহাতে ১০০ আসনযুক্ত এপিপিআইটিআই প্ৰা: লি:ৰ ছাত্ৰী নিৱাসটো উদ্বোধন কৰিছে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে।

উল্লেখ্য যে এপিপিআইটিআই প্ৰতিষ্ঠানটো যুটীয়াকৈ পৰিচালনা কৰিছে গ্ৰাম তৰংগ নিয়োগযোগ্যতা প্ৰশিক্ষণ সেৱা (জিটিইটিএছ) (Gram Tarang Employability Training Services) আৰু এপিপিএল ফাউণ্ডেশ্যনে।

এই এপিপিআইটিআইয়ে চিলাই মেচিন অপাৰেটৰ, ঔদ্যোগিক ফীটাৰ, ড্ৰাইভিং ইত্যাদি অতি চাহিদাযুক্ত ক্ষেত্ৰসমূহৰ বাবে হ্ৰস্বকালীন নিয়োগৰ সুবিধা আগবঢ়ায়। এই সকলো প্ৰশিক্ষণ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শিক্ষাৰেথীসকললৈ বিনামূলীয়াকৈ আগবঢ়োৱা হয়। ডিডিইউ-জিকেৱাই, এছডিএম, এছআৰএএলএম ইত্যাদি আঁচনিৰ অধীনত চৰকাৰে আৰু  কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত নুমলীগড় শোধনাগাৰ, অইল, সদ্ভাৱনা আদিয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ পুঁজিৰ যোগান ধৰে। এই প্ৰতিষ্ঠানটোৱে ২০১৫ চনৰ পৰা প্ৰায় ২০০০ ছাত্ৰ-ছাত্ৰীক বিভিন্ন ক্ষেত্ৰৰ পেছাগত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

শেহতীয়াভাৱে এই প্ৰতিষ্ঠানত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে অধিক সংখ্যক ছাত্ৰী অহাৰ বাবে তেওঁলোকৰ সুবিধাৰ বাবে ছাত্ৰী নিৱাসৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব বুলি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা জনোৱা হৈছে। এপিপিএল ফাউণ্ডেশ্যনৰ মেনেজিং ট্ৰাষ্টী ধীৰাজ কাকতীয়ে আৰ্থিকভাৱে পিছপৰা মহিলাসকলৰ উন্নতিত প্ৰভূত সহায় কৰিব পৰা আৰ্থিক অনুদানখিনিৰ বাবে আছাম ইনভেষ্টমেণ্ট ফাণ্ডৰ অধ্যক্ষ আৰু ব’ৰ্ড সদস্যসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

ছাজিদ খান

ছাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd