• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত; ‘প্ৰণাম’ আইনত অনুমোদন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 23, 2018 8:39 pm
AssamCabinet

আছাম কেবিনেটৰ ফাইল ফটো।

323
VIEWS
Share on FacebookShare on Twitter

আজি জনতা ভৱনত অনুষ্ঠিত এখন কেবিনেট বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো সন্দৰ্ভতো গুৰুত্বসহকাৰে এই কেবিনেটত আলোচনা কৰা হয়।

কেবিনেটে এন আৰ চিত নাথ নাথাকিলেও জনসাধাৰণক শংকিত নহ’বলৈ আহ্বান জনায়। এই সন্দৰ্ভত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে এয়া খচৰাহে। সকলোৱে নিজক ভাৰতীয় নাগৰিক হিচাপে প্ৰতিপন্ন কৰাৰ সুযোগ পাব৷ নাম নহা মানেই যে ডিটেইনশ্যন কেম্পলৈ যাব লাগিব তেনেকুৱা নহয়। নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন কৰিব পাৰিব৷

কেবিনেটে লোৱা গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্তৰ ভিতৰত-

১। অ’ বি চি আৰু এম অ’ বি চি বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ বয়স আৰু তিনি বছৰ ৰেহাইৰ সিদ্ধান্ত লয় কেবিনেটে। ফলত ৪৩ৰ পৰা ৪৭লৈ বৃদ্ধি হ’ব এই বৰ্গৰ প্ৰাৰ্থীৰ চাকৰি লাভৰ ন্যূনতম বয়স।

২। গুৱাহাটী আই আই টিৰ বাবে মাটি দিয়া ২২৫টা পৰিয়ালক মাটি দিয়াৰ বিনিময়ত সংস্থাপিত কৰাৰ সিদ্ধান্ত।

৩। হিমা দাসক অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অনুমোদন।

৪। প্ৰণাম আইনখনত কেবিনেটৰ অনুমোদন।

৫। য়ু জি চিৰ ৰিভাইচ‌ড স্কেলত অনুমোদন৷ কাৰিকৰী মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীক ৰিভাইচ‌ড স্কেইলত দৰমহা দিয়াৰ সিদ্ধান্ত।

৬। বিনিয়োগ অসম বা ইনভেষ্ট আছাম আৰম্ভ কৰিব উদ্যোগ বিভাগে৷ অসমত প্ৰথমবাৰৰ বাবে ষ্টাৰ্ট আপ ৰ শুভাৰম্ভ ঘটিব৷ ষ্টাৰ্ট আপৰ মুখ্য কাৰ্য্যালয়ৰ স্থান আমবাৰীত হ’ব৷ ৫০ লাখ টকা পৰ্য্যন্ত অনুদান দিব চৰকাৰে৷

৭। হোজাইৰ ছ’চিয়েল ফৰেষ্ট্ৰি চেণ্ট্ৰেল আছাম ডিভিজনলৈ নিয়া হ’ব৷ বিশ্বনাথত হ’ব ডিভিজনটো৷

Recent News

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd