• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পতঞ্জলি গ্ৰুপৰ মন্তব্যক গৰিহণা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ : ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 29, 2018 10:58 pm
Ajmal patanjali
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমীয়া জাতিক অপমান কৰি বক্তব্য দিয়া পতঞ্জলি গ্ৰুপক তীব্ৰ ভাষাৰে গৰিহণা দিছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। তেওঁ লগতে পতঞ্জলি গ্ৰুপক অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তোলে।

উল্লেখযোগ্য যে, আমেৰিকাৰ এজন প্ৰখ্যাত সাংবাদিক ৰবাৰ্ট এফ ৱৰ্থে নিজৰ ভ্ৰমণ অভিজ্ঞতাৰ ভিত্তিত যুগুতোৱা এটা প্ৰতিবেদনত পতঞ্জলিৰ মেনেজাৰজনে কৈছিল, “অসমৰ মানুহৰ বহুতো বদ অভ্যাস আছে, ইয়াৰ ভিতৰত আমিষ আহাৰ খোৱা,দেশৰ প্ৰতি শ্ৰদ্ধাশীল নোহাৱাও আছে।”

Apply Now

তাৎপৰ্য্যপূৰ্ণভাৱে, পতঞ্জলিৰ মেনেজাৰজনৰ এই মন্তব্যৰ পাছতে সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে আজমলে কয় যে বিজেপি নেতৃত্বাধীন যিখন মিত্ৰজোঁট চৰকাৰে অসমৰ থলুৱা লোকক বঞ্চিত কৰি বিঘাই-বিঘাই মাটি পতঞ্জলি গ্ৰুপক দিছে, সেই গ্ৰুপে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমীয়া জাতিটোৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰিছে।

তেওঁ লগতে কয় ‘নিউইয়ৰ্ক টাইমছত অসমীয়া জাতিটোক অপমান কৰি অসমীয়া জাতিয়ে ৰাষ্ট্ৰক সন্মান কৰিব নাজানে, অসমীয়া জাতিৰ খাদ্যভ্যাস বেয়া ইত্যাদি মন্তব্যৰে অসমীয়া জাতিক বিশ্বৰ আগত অপমান কৰা কাৰ্য্যক আমি গৰিহণা দিয়াৰ লগতে তীব্ৰ ভাষাৰে নিন্দা কৰিছো।’

আনহাতে, জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা চৰকাৰখনৰ পৃষ্ঠপোষকতাতে পতঞ্জলি গ্ৰুপে অসমৰ মাটিত খোপনি পোতা বুলি সদৰী কৰি আজমলে লগতে কয় ‘অথচ সেই পতঞ্জলি গ্ৰুপেই অসমীয়া জাতিটোক বিশ্ব দৰবাৰত অপমানিত কৰিছে। ই সঁচাকৈয়ে অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক।’

উল্লেখ্য যে, পতঞ্জলি উদ্যোগৰ পৰিচালকগৰাকীয়ে অসম আৰু অসমীয়াৰ স্বাভিমানত আঘাত হনা মন্তব্য কৰাৰ বিৰুদ্ধে তেজপুৰত বিভিন্ন জাতীয়তাবাদী দল-সংগঠনৰ লগতে সকলো ৰাইজ জাঙুৰ খাই উঠিছিল আৰু সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে পতঞ্জলিৰ অতিথিশালাৰ সন্মুখত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd