• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ বিৰূপ প্ৰতিক্ৰিয়া : মেঘালয়ত বৰাক উপত্যকাৰ যাত্ৰীক হাৰাশাস্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2018 3:11 pm
KSU-Infeltration-Check-Point-Jaintia-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাছত চুবুৰীয়া ৰাষ্ট্ৰ মেঘালয়ত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। বিশেষকৈ মেঘালয়ৰ মাজেৰে  অ’লৈ ত’লৈ অহা-যোৱা কৰা বৰাক উপত্যকাৰ যাত্ৰীসকলৰ এই ক্ষেত্ৰত দুৰ্দশা বাঢ়িছে।

মেঘালয়ৰ প্ৰভাৱশালী ছাত্ৰ সংগঠন খাছি ছাত্ৰ সন্থাই অবৈধ অনুপ্ৰৱেশকাৰীৰ তালাচীৰ মাত্ৰা বৃদ্ধি কৰি তুলিছে। অবৈধ অনুপ্ৰৱেশকাৰীক বিচৰাৰ নামত বিশেষকৈ বৰাক উপত্যকাৰ পৰা অহা যাত্ৰীসকলক মেঘালয়ৰ বিভিন্ন অঞ্চলত হাৰাশাস্তি কৰাৰ বাতৰি পোৱা গৈছে।

Apply Now

মঙলবাৰে বাছেৰে মেঘালয়ৰ মাজেৰে অহা-যোৱা কৰা বৰাক উপত্যকাৰ যাত্ৰীসকল ৰাজ্যখনত তীব্ৰ হাৰাশাস্তিৰ মুখামুখি হৈছে।

যাত্ৰীসকলক নথিপত্ৰ দেখুৱাবলৈ কোৱাৰ লগতে দুৰ্ব্যৱহাৰো কৰা হৈছিল।

দুৰ্ব্যৱহাৰৰ মুখামুখি হোৱা যাত্ৰীসকলে ঘটনাটোক দুঃখজনক আখ্যা দিছে।

ইতিমধ্যে, কাচাৰৰ জিলা উপায়ুক্ত ড০ লক্ষ্মণ এছ আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে অসমৰ মুখ্য সচিব টি ৱাই দাসক শেহতীয়া ঘটনা সন্দৰ্ভত অৱগত কৰিছে।

দুয়োগৰাকীয়ে মেঘালয়ৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে বাৰ্তালাপ কৰিছে বুলি জানিব পৰা গৈছে।

বাতৰি পোৱা মতে পূব জয়ন্তীয়া পাহাৰতেই অধিক হাৰাশাস্তিৰ ঘটনা সংঘটিত হৈছে।

ইয়াৰ পূৰ্বে মঙলবাৰে নামনি অসম আৰু বৰাক উপত্যকাক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথত খাছি ছাত্ৰ সন্থাই চলোৱা অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ অভিযানত ১০০০ জনৰো অধিক অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱা বুলি দাবী কৰিছিল।

https://www.facebook.com/nenowassam/videos/223280918381602/

খাছি ছাত্ৰ সন্থাৰ স্বেচ্ছাসেৱকসকলে  ৰি ভই, পূব জয়ন্তীয়া পাহাৰ আৰু পশ্চিম খাছি পাহাৰৰ বিভিন্ন স্থানত অনুপ্ৰৱেশ তালাচী চকী স্থাপন কৰিছিল।

এই স্থানৰ পৰা ভালেমান ট্ৰাক আটক কৰাৰ লগতে বাহিৰৰ পৰা অহা শ শ লোকক এই তালাচী চকীসমূহত আটক কৰি ৰাখা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm
প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd