• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সেউজ ন্যায়াধিকৰণৰ কঠোৰ স্থিতি : দেওপাহাৰ বনাঞ্চলৰ হাতীপটিত বনোৱা পকী দেৱাল ভাঙি পেলোৱাৰ নিৰ্দেশ বাহাল

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2018 8:56 am
ngt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত হাতী-মানুহৰ সংঘাত বৃদ্ধিৰ সময়তে হাতী অহা-যোৱা কৰা বাট বন্ধ কৰি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই পকী দেৱাল নিৰ্মাণ কৰা আৰু বহু সংখ্যক মূল্যৱান গছ কাটি গ’ল্ফ ক’ৰ্ছ নিৰ্মাণ কৰা কাৰ্য্যৰ বিৰুদ্ধে দৃষ্টান্তমূলক কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীয়ে দাখিল কৰা এখন আৱেদনৰ ভিত্তিত এন আৰ এলে দেওপাহাৰ বনাঞ্চলত হাতীপটিত নিৰ্মাণ কৰা পকী দেৱালখন ভাঙি পেলাবলৈ ২০১৬ চনৰ ২৪ আগষ্টত নিৰ্দেশ দিছিল। কিন্তু এন আৰ এলে এই ৰায় পুনৰ বিবেচনাৰ বাবে আৱেদন (ৰিভিউ এপ্লিকেশ্যন নং ২৯/২০১৬) কৰিছিল।

Apply Now

কিন্তু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যোৱা ৩ আগষ্টত অনুষ্ঠিত হোৱা শুনানিত ২০১৬ চনৰ নিৰ্দেশটোকে বাহাল ৰাখে। “আমি ২০১৬ চনৰ ২৪ আগষ্টৰ নিৰ্দেশটো পুনৰ বিবেচনা কৰি চোৱাৰ বাবে কোনো ভিত্তি বিচাৰি নাপালো।” এইদৰে কোৱা হয় ৰায়টোত। ফলত পূৰ্বৰ ৰায়টোৱেই বাহাল থাকে।

উল্লেখযোগ্য যে প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰীৰ গোচৰটোৰ ২০১৬ চনৰ ২৪ আগষ্টৰ ৰায়টোত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই নিৰ্মাণবোৰ এমাহৰ সময়ৰ ভিতৰত ভাঙি পেলাবলৈ কোৱা হৈছিল।

আনহাতে উক্ত অঞ্চললৈ এন আৰ এলৰ প্ৰস্তাৱিত উপনগৰৰ সম্প্ৰসাৰণো বাৰণ কৰিছিল ৰায়টোত। তাৰোপৰি নিৰ্দেশটোত এন আৰ এলে গল্ফ্‌ ক’ৰ্ছ নিৰ্মাণৰ নামত অযথা গছ কটাৰ বাবত বন বিভাগক ২৫ লাখ টকা ক্ষতিপূৰণ আদায় দিবলৈও এন আৰ এলক কোৱা হৈছিল। লগতে এন আৰ এল কৰ্তৃপক্ষই যিমান সংখ্যক গছ কাটিলে, তাৰ দহগুণ গছ ৰোপণ কৰিবলৈও কোৱা হৈছিল নিৰ্দেশটোত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd