• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফে’চবুকত প্ৰাক্তন-প্ৰেয়সীৰ নগ্ন ফটো দি ৰঙাঘৰত সোমাল নগাঁৱৰ যুৱক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
August 13, 2018 6:19 pm
Man arrested for uploading nude pics on FB

ধৃত নিপন বৰা

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন-প্ৰেয়সীৰ নগ্ন ফটো ছ’চিয়েল নেটৱৰ্কিং ছাইটত আপল’ড কৰি বাক্সা জিলাৰ তামুলপুৰত নগাঁৱৰ এগৰাকী যুৱক ৰঙা ঘৰত সোমাবলগীয়া হয়।

প্ৰাপ্ত তথ্য মতে যোৱা ১৩ জুলাইত ভুক্তভোগী যুৱতী গৰাকীয়ে পাটাছাৰকুছি আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত যোৱা শনিবাৰে আৰক্ষীয়ে নগাঁৱৰ নিপন বৰা নামৰ যুৱকজনক আটক কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে IT আইনৰ আধাৰত ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (এ) ৩১৫/৫০০ আৰু ৬৭ ধাৰাৰ অধীনত ৪৫৬/১৮ নং এক গোচৰ ৰুজু কৰিছে।

Apply Now

বৰপেটা জিলাৰ পাটাছাৰকুছি আৰক্ষী থানাৰ অধীনৰ নতুন বেলতলা গাঁৱৰ যুৱতীগৰাকীয়ে তেওঁ দাখিল কৰা গোচৰত অভিযুক্ত যুৱকজনে ছ’চিয়েল মেডিয়াত তেওঁৰ নগ্ন ফটো আপল’ড কৰা বুলি উল্লেখ কৰে।

আনহাতে নিপন বৰাৰ সৈতে যোৱা বছৰ কামাখ্যা মন্দীৰত বিবাহপাশত আবদ্ধ হৈ পাঠশালাত একেলগে এটা ঘৰ ভাড়া কৰি বসবাস কৰি আছিল বুলি তেওঁ জানিবলৈ দিয়ে।

কিন্তু কিবা কাৰণত আজি কিছুদিন পূৰ্বে নিপনে তেওঁলোকৰ সম্পৰ্ক চ্ছেদ কৰাৰ লগতে যুৱতীগৰাকীৰ সৈতে যোগাযোগ বন্ধ কৰি দিয়ে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে যে নিপনে যুৱতাগৰাকীৰ নামত এটা ভুৱা ফে’চবুক একাউণ্ট খুলি তেওঁৰ ফোন নম্বৰৰ লগতে নগ্ন ফটো আপল’ড কৰে।

আনহাতে যুৱতী গৰাকীয়ে মিছা কথাৰে তেওঁৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল বুলি উল্লেখ কৰি নিপনে নৰ্থ-ইষ্ট নাওক কয়, ‘তেওঁ প্ৰথমে নিজকে অবিবাহিত বুলি কৈ মোলৈ অশ্লীল ফটোও পঠিয়াইছিল। কিন্তু যেতিয়াই মই তেওঁ বিবাহিত হোৱাৰ লগতে এজন অন্য যুৱকৰ সৈতে সম্পৰ্ক চলাই থকাৰ কথা গ’ম পালো মই তৎক্ষনাত তেওঁৰ সৈতে মোৰ সম্পৰ্ক চ্ছেদ কৰিলো।‘

আৰক্ষীয়ে অভিযুক্ত নিপনৰ মোবাইল ফোন জব্দ কৰাৰ লগতে পাঠশালাৰ আদালতত হাজিৰ কৰোৱাই। বৰ্তমান তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd