• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপযুক্ত চিকিৎসাসেৱা নাই মাজুলীত : যোৰহাটলৈ ৰেফাৰ কৰাত আদবাটতে মৃত্যু প্ৰৱক্তাৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 17, 2018 3:30 pm
WhatsApp Image 2018-08-17 at 1.58.05 AM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলীৰ সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ অন্তৰ্গত পাথৰিচুক গাঁৱত পুনৰ ঘটিল অঘটন। লখিমপুৰ জিলাৰ লোহিত-খাবলু পঞ্চায়তৰ অন্তৰ্গত ৩০খন গাঁৱৰ লোকে ভুগি অহা যন্ত্ৰণাৰ যেন কোনোদিন উপশম নঘটিব।  জৰাজীৰ্ণ বাট-পথ, দুৰ্গম পৰিবহণ ব্যৱস্থাৰ বাবে আজিও এজন ৰোগীক মুমূৰ্ষু অৱস্থাত ঠেলাত আনিব লগা হ’ল মাজুলীৰ গড়মূৰস্থিত পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈ। ৰোগীজন হৈছে  হৃদৰোগত আক্ৰান্ত গড়মূৰ পীতাম্বৰ দেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰৱক্তা সুশীল পায়েং।

হৃদৰোগত গুৰুতৰভাৱে আক্ৰান্ত হোৱা পায়েঙক তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছিল যদিও চিকিৎসাৰ অভাৱ আৰু  যাতায়াতৰ দুৰৱস্থাৰ বাবে গড়মূৰ চিকিৎসালয়লৈ ঠেলাতেই আনিব লগা হয় সুশীল পায়েঙক।  কিন্তু উন্নত চিকিৎসা তথা চিকিৎসকৰ অভাৱৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই গুৰুতৰভাৱে অসুস্থ প্ৰৱক্তা পায়েঙক যোৰহাটলৈ প্ৰেৰণ কৰে।

Apply Now

উল্লেখ্য, মাজুলী জিলাৰ দুই লাখ লোকৰ বিপৰীতে থকা গড়মূৰৰ পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়খনত বৰ্তমান চিকিৎসকৰ অভাৱৰ লগতে ন্যূনতম চিকিৎসা সুবিধাও পাবলৈ নাই । ১০০খন বিছনাযুক্ত চিকিৎসালয়খনত চিকিৎসকৰ অভাৱৰ বাবে বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে জিলাখনৰ লোকসকলে। আজিও অনুৰূপ ঘটনাই ঘটিল । পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত  পায়েঙক  চিকিৎসা সেৱা প্ৰদান কৰিবলৈ নাছিল এগৰাকীও বিশেষজ্ঞ চিকিৎসক। পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়খনৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা অৰ্থনীতি বিভাগৰ প্ৰৱক্তাগৰাকীক যোৰহাটলৈ আনি থাকোঁতেই বাটতেই তেওঁৰ  মৃত্যু ঘটে ।

মাজুলীত সংঘটিত এই হৃদয় বিদাৰক ঘটনাই প্ৰতিজন লোককে মৰ্মাহত কৰি তুলিছে।

উল্লেখযোগ্য যে যোৱা দুদিনমানৰ আগত এগৰাকী প্ৰসূতিক দাংকোলা কৰি আৰু ঠেলাত তুলি চিকিৎস্যালয়লৈ কঢ়িয়াই আনিব লগীয়া হৈছিল। সেই দৃশ্য এতিয়াও সকলোৰে মনত সজীৱ হৈ আছে।

একেদৰেই আজি সুশীল পায়েঙৰ মৃত্যুৰ পিছতো দুখন কৈ জৰাজীৰ্ণ দলং আৰু দুটাকৈ ঘাট পাৰ কৰি মৃতদেহ ঘৰলৈ নিয়াৰ সকৰুণ দৃশ্যই সকলোৰে হৃদয় কঁপাই তুলিছে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd