• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ ছুটীয়াপাৰাত নৱনিৰ্মিত ৰাজহুৱা কীৰ্তনঘৰ উদ্বোধন বুঢ়াসত্ৰীয়া বশিষ্ট শৰ্মাৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
August 19, 2018 7:55 pm
Barpeta Keertanghar

ফটো : নৰ্থ-ইষ্ট নাও

322
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ ছুটীয়াপাৰা গাঁৱৰ নৱনিৰ্মিত কীৰ্তনঘৰটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট শৰ্মাই৷ সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতিৰে  ৰাজহুৱা কীৰ্তনঘৰটো উদ্বোধন কৰাৰ  পিছতে বুঢ়া সত্ৰীয়া গৰাকীয়ে ছুটীয়াপাৰা গাঁৱৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত কীৰ্ত্তনঘৰটোৰ ভিতৰত খোল, তাল, হৰিধ্বনিৰে গুৰু আসন প্ৰতিষ্ঠা কৰে৷

এই অনুষ্ঠানৰ পাছতে মনহৰি পাঠকৰ সভাপতিত্বত “সমাজ ব্যৱস্থাত নামঘৰৰ ভুমিকা” শীৰ্ষক এখন ধৰ্মালোচনা সভা অনুষ্ঠিত হয়৷  সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, পাটবাউসী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভবেন পাঠক, বাউসী অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী গুণজিৎ অধিকাৰী,  বাউসী ভাগৱত অধ্যয়ন চক্ৰৰ সম্পাদক জগৎ বায়ন,  গোপাল পাঠকৰ লগতে বহুতো বিশিষ্ট ব্যক্তি৷

ধৰ্মালোচনা সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই কয় যে,  নামঘৰ একোখন সমাজৰ শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক৷ তেওঁ লগতে কয়- ‘ব্যক্তি জীৱন আৰু সমাজ জীৱনৰ বিভিন্নমুখী মংগলজনক কথা কাৰ্যৰ কেন্দ্ৰস্বৰূপ হৈছে নামঘৰ৷

অনুষ্ঠানত বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসো উপস্থিত থাকে৷ আনহাতে সন্ধিয়া বিশিষ্ট ব্যক্তি ৰবীন্দ্ৰ নাথ পাঠকে সমুহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd