• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বাবে এন আৰ চি এতিয়া চকুৰ কুটা দাঁতৰ শূল : অসম প্ৰদেশ কংগ্ৰেছ কমিটি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 22, 2018 9:02 pm
Ranjeet Das vs Congress
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নাগৰিকত্ব সংশোধনী  বিলৰ প্ৰেমত হাবু-ডুবু খাই থকা বিজেপি দল আৰু চৰকাৰৰ বাবে এন আৰ চি এতিয়া চকুৰ কুটা দাঁতৰ শূল সদৃশ হৈ পৰিছে।’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰৰ। কালি এন আৰ চি সম্পৰ্কত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যৰ ঋতুপৰ্ণ কোঁৱৰে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ৰঞ্জিত দাসে কালি সংবাদ মাধ্যমৰ সন্মুখত ৩১ ডিচেম্বৰৰ ভিতৰত এই এন আৰ চিৰ কাম সম্পূৰ্ণ নহয় বুলি কৈছিল। আৰু ইয়াৰ বাবে তেওঁ ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণ সমূহক জগৰীয়া কৰিছিল।

এক প্ৰেছ বিজ্ঞপ্তি যোগে কোঁৱৰে কয়, ‘বিজেপি দল আৰু চৰকাৰৰ বাবে নাগৰিকত্ব সংশোধনী বিল ২০১৬ হ’ল বুকুৰ কুটুম। ২০১৪ চনৰ পৰা এন আৰ চি উন্নীতকৰণৰ ইতিহাস আৰু তথ্যই বিজেপি দল আৰু চৰকাৰৰ সদিচ্ছাৰ ওপৰত এটা বৃহৎ প্ৰশ্নবোধক চিন আনি দিয়ে।’

এন আৰ চি সম্পর্কে ৰঞ্জিত দাসৰ মন্তব্যৰ অন্তৰালত এক গভীৰ ষড়যন্ত্র লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কয়, ‘কি যুক্তিত বিজেপি দলৰ ৰাজ্যিক সভাপতিজনে আগতীয়াকৈ শংকা প্ৰকাশ কৰিলে যে নিৰ্ধাৰিত সময়ত এন আৰ চিৰ চুড়ান্ত তালিকা প্ৰকাশ হৈ নুঠিব। নে ই এন আৰ চি চুড়ান্ত তালিকা প্ৰকাশত বিধি-পথালি দিয়াৰ বাবে শাসকীয় পক্ষৰ এক কুটিল ষড়যন্ত্র?’

‘উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ক্ষীপ্ৰতাৰে এন আৰ চিৰ উন্নীতকৰণৰ সকলো কাম কৰিবলৈ কেন্দ্র আৰু ৰাজ্য চৰকাৰ বাধ্য।’ বুলি কৈ তেওঁ কয় যে এই ক্ষেত্ৰত যদি কিবা সমস্যা আৰু শংকা থাকে তেন্তে কেন্দ্রীয় চৰকাৰ আৰু এন আৰ চি কতৃপক্ষই উচ্চতম ন্যায়ালয়ক এই বিষয়ে অৱগত কৰিব লাগে।

আনহাতে দুমাহৰ দৰমহা নোপোৱাৰ বাবে যোৱা দুদিন ধৰি এন আৰ চিৰ ডাতা এন্ট্ৰী অপাৰেটৰ সকলে কৰ্মবিৰতি পালন কৰা বিষয়টো উত্থাপন কৰি তেওঁ লগতে কয়, ‘যি সময়ত এন আৰ চিৰ খচৰাত নাম অন্তভুর্ক্ত নোহোৱা নাগৰিকৰ দাবী, আপত্তি তথা অভিযোগ সমন্বীয় আবেদন পত্ৰ বিতৰণৰ পক্ৰিয়া আৰম্ভ হৈছে সেই সময়তে এই ডাটা এন্ট্ৰী অপাৰেটৰ সকলৰ কৰ্মবিৰতিয়ে এন আৰ চিৰ কাম প্ৰায় স্থবিৰ কৰি পেলাইছে।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd