• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিৰ পৰা নিৰুদ্দেশ দুগৰাকীকৈ কিশোৰী; নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
August 22, 2018 9:50 pm
150
VIEWS
Share on FacebookShare on Twitter

চাহ অধ্যুষিত অঞ্চল হিচাপে পৰিচিত নগাঁও জিলাৰ জিয়াজুৰি চাহবাগানৰ দুগৰাকী কিশোৰী নিৰুদ্দেশ হোৱা খবৰ পোহৰলৈ অহাৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। চামগুৰি আৰক্ষী থানাত জিয়াজুৰি চাহ বাগিছাৰ নিবাসী নৰেশ মুণ্ডা আৰু বাসুদেৱ ভূঞাই আজি যুৱতী দুগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

কালি দিনৰ ভাগতে নৰেশ মুণ্ডাৰ কন্যা মামনি মুণ্ডা (১৫) আৰু বাসুদেৱ ভূঞাৰ কন্যা উৎজ্বলতা ভূঞা (১৫) নামৰ কিশোৰী দুগৰাকীয়ে শালনাস্থিত সমাজ কল্যাণ কাৰ্যালয়ৰ পৰা জাতিগত প্ৰমান পত্ৰ নিবলৈ অহাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈ থকা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

পিছত সন্ধ্যা লৈকে কিশোৰী দুগৰাকী ঘৰলৈ ঘুৰি নহাত পৰিয়াল দুটাই বন্ধু-বান্ধৱী, আত্মীয় কুতুমৰ ঘৰত বিচাৰ খোছাৰ কৰিও কোনো সম্ভেদ নোপোৱাত আজি পৰিয়াল দুটাই পৃথকে পৃথকে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আনহাতে, পৰিয়ালদ্বয় তথা স্থানীয় একাংশ লোকে কিশোৰী দুগৰাকী কোনো নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে। চামগুৰি আৰু শালনা আৰক্ষীয়ে ছোৱালী দুগৰাকীক বিচাৰি বিভিন্ন ঠাইত অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে তেওঁলোকৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

চামগুৰি আৰক্ষী তথা কিশোৰী দুগৰাকীৰ পৰিয়ালৰ লোকে সন্ধানহীন কিশোৰী দুগৰাকীৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনাইছে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd