• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি মেঘালয়ৰ দক্ষিণ তুৰা-ৰাণীকৰ সমষ্টিত উপ-নিৰ্বাচন; ভাগ্য নিৰ্ণয় হ’ব মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2018 1:15 pm
Conrad-K-Sangma-570x320

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ফাইল ফটো

128
VIEWS
Share on FacebookShare on Twitter

আজি মেঘালয়ৰ দক্ষিণ তুৰা আৰু ৰাণীকৰ বিধানসভা সমষ্টিত চলি আছে উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ। আজি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নিৰ্ণয় হ’ব ভাগ্য। কিয়নো দক্ষিণ তুৰা সমষ্টিটোৰ পৰাই প্ৰতিদ্বণ্ডিতা আগবঢ়াইছে মুখ্য মন্ত্ৰীগৰাকীয়ে।

কনৰেড কে চাংমাৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত নামিছে কংগ্ৰেছৰ ছাৰলট মমিন, নিৰ্দলীয় প্ৰাৰ্থী জন লেছলী কে চাংমা আৰু খ্ৰীছ কাবুল কে চাংমাই ।

আনহাতে ৰাণীকৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে পাঁচবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা তথা কংগ্ৰেছ দল ত্যাগ কৰি এন পি পি দলৰ ন সদস্য হোৱা মাৰ্টিন এম ডেংগ’, ইউ ডি পিৰ পিয়াছ মাৰৱেইন, পি ডি এফ দলৰ পি এন চিয়েম আৰু কংগ্ৰেছৰ জেকিউছ চাংমা।

জানিব পৰা মতে দুয়োটা সমষ্টিতে আজি ৰাতিপুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহত ৰাইজৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। দুয়োটা সমষ্টিৰ পৰা কোন প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰে তাৰ বাবে ২৭ আগষ্টলৈ অপেক্ষা কৰিব লাগিব জনসাধাৰণ।

উল্লেখ্য যে জুলাই মাহৰ আৰম্ভণিতে তুৰা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা দক্ষিণ তুৰা সমষ্টিৰ এন পি পিৰ বিধায়িকা আগাথা চাংমাই মেঘালয় বিধানসভা সদস্য পদৰ পৰা পদত্যাগ কৰিছিল। আগাথাই তেওঁৰ ভাতৃ তথা মুখ্য মন্ত্ৰী কনৰাড চাংমাক মুখ্য মন্ত্ৰীৰ দায়িত্ব নিয়াৰিকৈ চলাই যোৱাৰ উদ্দেশ্যে বিধানসভাৰ সদস্যৰ পদ এৰি দিয়া বুলি ৰাজনীতি মহলত চৰ্চিত হৈছিল।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd