• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণাৰিত অঃ জাঃ যুঃ ছাঃ পঃ ভজো আঞ্চলিক সমিতিৰ পথ অৱৰোধ কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2018 6:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত আজি সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভজো আঞ্চলিক সমিতিয়ে ২ ঘণ্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখযোগ্য যে সোণাৰিৰ পৰা ভজো হৈ মৰাণ, ডিব্ৰুগড় আদিলৈ যাতায়াত কৰাৰ বাবে এই পথটি চৰাইদেউৰ জিলাৰ এটা অতি গুৰুত্বপূৰ্ণ পথ।

আনহাতে এই পথটিৰে দৈনিক বহু লোক ডিব্ৰুগড় মেডিকেললৈ আহ-যাহ কৰাৰ উপৰিও স্থানীয় ছাত্ৰ-ছাত্ৰী সকলো এই পথেৰেই সোণাৰিৰ শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰে।

মন কৰিব লগীয়া কথা যে এই গুৰুত্বপূৰ্ণ পথটোৰ জৰাজীৰ্ণ ৰূপৰ বাবে বৰ্তমান এই পথটো যাতায়াতৰ অনুপযোগী হৈ পৰিছে। আৰু এই পথৰ জৰাজীৰ্ণ ৰূপৰ একমাত্ৰ কাৰণ হ’ল এই পথেৰে দৈনিক অতিৰিক্তভাৱে বোজাই কৰা ১২/১৮ চকীয়া চিমেণ্ট, শিল, বল্ডাৰ কঢ়িওৱা ডাম্পাৰ, ট্ৰাক আদিৰ চলাচল।

ইফালে আজি এবছৰ আগৰ পৰাই পথটোৱে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি পথৰ ওপৰত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত বহু দল-সংগঠনৰ লগেত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ পথটি মেৰামতিৰ বাবে দাবী জনাই আহিছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।

পৰিতাপৰ কথা যে কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ গড়কাপ্তানি মন্ত্ৰী গৰাকীৰ চৰাইদেউ আগমনৰ প্ৰাকক্ষণত পথটি মেৰামতিৰ বাবে কিছু পুঁজি মোকলাই দিয়া হৈছিল।

কিন্তু সোণাৰিৰ পৰা টীয়ক দলঙলৈকে মাত্ৰ কেইটামান চেণ্ডগ্ৰেভেল ছটিয়াই বিভাগীয় বিষয়া আৰু ঠিকাদাৰে ধন আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰে।

যাৰ ফলত আজি  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভজো আঞ্চলিক সমিতিয়ে পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়। আৰু সংগঠনটোৱে চৰাইদেউৰ জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

লগতে অহা ১০ দিনৰ ভিতৰত এই জৰাজীৰ্ণ পথটি মেৰামতি নকৰিলে অনাগত দিনত ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তুলবি বুলি হুংকাৰ দিয়ে।

জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত আজি সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভজো আঞ্চলিক সমিতিয়ে ২ ঘণ্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd